• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ৯ সেনা জোৱান শ্বহীদ, কেইবাজনো আহত

1 year ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

14 minutes ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

41 minutes ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

1 hour ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

2 hours ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

3 hours ago
তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

4 hours ago
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

5 hours ago
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ৯ সেনা জোৱান শ্বহীদ, কেইবাজনো আহত

editor by editor
January 6, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ৯ সেনা জোৱান শ্বহীদ, কেইবাজনো আহত
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ৯ সেনা জোৱান শ্বহীদ, কেইবাজনো আহত

নতুন বছৰৰ আৰম্ভণিতে ছত্তীশগড়ত নক্সালবাদীৰ বৃহৎ আক্ৰমণ। যি আক্ৰমণত প্ৰাণ হেৰুৱাই ৯ গৰাকীকৈ সেনা জোৱানে। ৰাজ্যখনৰ বিজাপুৰ জিলাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এম্বুছ কৰি নক্সালবাদীয়ে সোমবাৰে জোৱানৰ বাহনক লক্ষ্য কৰি আক্ৰমণ কৰাত ৯ জন জোৱান শ্বহীদ হয়।

নক্সাল প্ৰভাৱিত কুট্ৰুৰ পৰা বেদ্ৰেলৈ যোৱা পথত কাৰ্কেলিৰ সমীপত জোৱান ভৰ্তি এখন পিকআপ বাহনক লক্ষ্য কৰি নক্সালবাদীয়ে আই ই ডি বিস্ফোৰণ ঘটায়। এই আক্ৰমণত এতিয়ালৈকে ৯ জন জোৱান শ্বহীদ হোৱা বুলি নিশ্চিত কৰিছে এডিজি নক্সাল অপাৰেচন বিবেকানন্দ সিনহাই।

আনহাতে কেইবাজনো সেনা জোৱান আহত। কোৱা হৈছে যে শ্বহীদৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। একাংশ জোৱান গুৰুতৰভাৱে আহত । আজি ৬ ডিচেম্বৰ সোমবাৰে দিনৰ ২.১৫ মান বজাত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। নক্সালৰ আক্ৰমণৰ সময়ত সেনাৰ বাহনখনত ১৫ ৰো অধিক সেনা থকা বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 9 indian Amry diedChattishgarahindian armyIndian ASrmy Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

May 4, 2026
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

May 4, 2026
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব
জীৱনশৈলী

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

May 4, 2026
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?
জীৱনশৈলী

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

May 4, 2026
Next Post
বাস্তু মতে ঘৰলৈ সুখ শান্তি আনিবলৈ কি ৰঙৰ দলিচা পাৰিব দুৱাৰমুখত

কেৱল ধ্বংসৰ দৃশ্য, ভয়ংকৰ ভূমিকম্পত নিহত ৫৩, আহত ৬২, ধংসস্তূপত আৱদ্ধ বহু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন