• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেচবুক-ইষ্টাগ্ৰাম ব্যৱহাৰ কৰিলেই পাব শাস্তি, ১০ দেশত নিষিদ্ধি ছচিয়েল মিডিয়া

ফেচবুক-ইষ্টাগ্ৰাম ব্যৱহাৰ কৰিলেই পাব শাস্তি, ১০ দেশত নিষিদ্ধি ছচিয়েল মিডিয়া

2 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

3 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

3 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

4 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

4 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

5 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

6 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

6 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

7 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

7 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

8 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

9 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেচবুক-ইষ্টাগ্ৰাম ব্যৱহাৰ কৰিলেই পাব শাস্তি, ১০ দেশত নিষিদ্ধি ছচিয়েল মিডিয়া

editor by editor
January 6, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
ফেচবুক-ইষ্টাগ্ৰাম ব্যৱহাৰ কৰিলেই পাব শাস্তি, ১০ দেশত নিষিদ্ধি ছচিয়েল মিডিয়া
0
SHARES
425
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেচবুক-ইষ্টাগ্ৰাম ব্যৱহাৰ কৰিলেই যাব লাগিব জেইল, ১০ দেশত নিষিদ্ধি ছচিয়েল মিডিয়া

সামাজিক মাধ্যমৰ ব্যৱহাৰ তথা ইয়াৰ নিচা কেনে সেয়া হয়তো বৰ্তমানে বহু লোকেই বুজি উঠিছে। কিন্তু এতিয়াও কোনেও সঠিক পদক্ষেপ গ্ৰহণ নকৰিলেও বিশ্বৰ ১০ দেশে ইয়াৰ ভয়াবহতা নিশ্চয়কৈ বুজি উঠিছে। যাৰ বাবে ১০ দেশত নিষিদ্ধ ঘোষণা কৰিছে ছচিয়েল মিডিয়াৰ ব্যৱহাৰ।

কেৱল নিষিদ্ধ কৰাই নহয়, সেই দেশ কেইখনত সামাজিক মাধ্যম যেনে ফেচবুক-ইনষ্টাগ্ৰাম আদি ব্যৱহাৰ কৰিলেই পাব শাস্তি। শাস্তি হিচাপে যাব লাগিব পাৰে জেইল।

সামাজিক মাধ্যম নিষিদ্ধ কৰা ১০ দেশৰ উপৰিও আন এক দেশ হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া চৰকাৰে ১৬ বছৰৰ তলৰ শিশুক ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইফালে ভাৰত চৰকাৰে ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন (ডিপিডিপি)ৰ খচৰাও দাখিল কৰিছে। এই আইন অনুসৰি শিশুৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ পূৰ্বে পিতৃ-মাতৃৰ পৰা অনুমতি ল’ব লাগিব।

উল্লেখ্য যে অষ্ট্ৰেলিয়াই বৰ্তমানে কেৱল শিশুৰ বাবে ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰিছে। আনহাতে বিশ্বৰ ১০খন দেশত ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ দৰে এপসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে তথা ইয়াৰ ব্যৱহাৰত বাধা আৰোপ কৰা হৈছে।

এই সামাজিক মাধ্যম নিষিদ্ধৰ তালিকাত উত্তৰ কোৰিয়া, চীন, ব্ৰাজিল, চৌদি আৰব, ইৰাণ, তুৰস্ক, ৰাছিয়া, সংযুক্ত আৰব আমিৰশ্বাহী, ইজিপ্ত আৰু ভিয়েটনামৰ নাম অন্তৰ্ভুক্ত।

ছচিয়েল মিডিয়া নিষিদ্ধ কৰা দেশ কেইখন লগতে কি কি এপ নিষিদ্ধ কৰিছে-
উত্তৰ কোৰিয়া- ছচিয়েল মিডিয়া সম্পূৰ্ণ নিষিদ্ধ, ইণ্টাৰনেটৰ ব্যৱহাৰো নিষিদ্ধ।
চীন- ফেচবুক, ইনষ্টাগ্ৰাম আৰু ছ’চিয়েল মিডিয়া নিষিদ্ধ আৰু উই চাট চৰকাৰে নিৰীক্ষণ কৰে।
ব্ৰাজিল- ভুৱা বাতৰি প্ৰচাৰৰ বাবে টুইটাৰত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে।
ইৰাণ- ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণত ফেচবুক, টুইটাৰ আৰু ইউটিউব সম্পূৰ্ণৰূপে নিষিদ্ধ।
চৌদি আৰব- ছচিয়েল মিডিয়াত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখে।
তুৰ্কি- টুইটাৰ, ইউটিউব, ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া এপত চেন্সৰশ্বিপ জাপি দিয়া হৈছে।
ৰাছিয়া- ছচিয়েল মিডিয়াত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাক ভাবুকি বুলি অনুভৱ কৰিলে ইণ্টাৰনেটৰ সুবিধাও বন্ধ কৰিব পাৰে।
সংযুক্ত আৰব আমিৰশ্বাহী (UAE)- চাইবাৰ অপৰাধ আইন অতি কঠোৰ। চৰকাৰ আৰু ইছলামৰ বিৰুদ্ধে কথা কোৱাসকলক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে আৰু ক্ষতিপূৰণো দিব লাগিব পাৰে।
মিচৰ- ইজিপ্ততো ছ’চিয়েল মিডিয়াত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ভিয়েটনাম- চৰকাৰৰ বিৰুদ্ধে যিকোনো কথা লিখিলে গ্ৰেপ্তাৰ হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: social mediaSocial Media Band
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
Next Post
ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ৯ সেনা জোৱান শ্বহীদ, কেইবাজনো আহত

ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ৯ সেনা জোৱান শ্বহীদ, কেইবাজনো আহত

বাস্তু মতে ঘৰলৈ সুখ শান্তি আনিবলৈ কি ৰঙৰ দলিচা পাৰিব দুৱাৰমুখত

বাস্তু মতে ঘৰলৈ সুখ শান্তি আনিবলৈ কি ৰঙৰ দলিচা পাৰিব দুৱাৰমুখত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.