• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল ধ্বংসৰ দৃশ্য, ভয়ংকৰ ভূমিকম্পত নিহত ৫৩, আহত ৬২, ধংসস্তূপত আৱদ্ধ বহু

1 year ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

30 minutes ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

2 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

11 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

12 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

13 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

14 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

15 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

16 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কেৱল ধ্বংসৰ দৃশ্য, ভয়ংকৰ ভূমিকম্পত নিহত ৫৩, আহত ৬২, ধংসস্তূপত আৱদ্ধ বহু

editor by editor
January 7, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
কেৱল ধ্বংসৰ দৃশ্য, ভয়ংকৰ ভূমিকম্পত নিহত ৫৩, আহত ৬২, ধংসস্তূপত আৱদ্ধ বহু
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল ধ্বংসৰ দৃশ্য, ভয়ংকৰ ভূমিকম্পত নিহত ৫৩, আহত ৬২, ধংসস্তূপত আৱদ্ধ বহু

বছৰৰ আৰম্ভমিতে তীব্বতৰ পৰা আহিল অতিকে ভয়ংকৰ খবৰটো। ৰিখটাৰ স্কেলৰ ৭.১ প্ৰাবল্যৰ ভূমিকম্পই এফালৰ ধ্বংস কৰি গৈছে তীব্বতৰ বহু এলেকা। প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ৫৩ গৰাকীয়ে। আহত হৈছে ৬২ গৰাকী। এতিয়াও ধংসস্তূপৰ মাজত আৱদ্ধ হৈ আছে বহু লোক। মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধিৰ আশংকা।

মঙলবাৰে পুৱা তিব্বতত এই প্ৰবল ভূমিকম্পৰ অনুভুত হয়। মুঠ ৫ টাকৈ ভুমিকম্পই জোকাৰি যায় প্ৰদেশখন। চীন ভূমিকম্প নেটৱৰ্ক চেণ্টাৰ (CENC)ৰ তথ্য অনুসৰি মঙলবাৰে পুৱা ৯:০৫ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৭.১।

চীন চৰকাৰৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি তিব্বতৰ শ্বিজাং চহৰৰ ডিংৰি কাউন্টিত এই ভূমিকম্পটো আহিছিল। এতিয়ালৈকে উদ্ধাৰ হোৱা সকলৰ ভিতৰত ৬২ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত ২৮.৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৮৭.৪৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত ভূমিকম্পৰ কেন্দ্ৰবিন্দু।

ইয়াৰ পূৰ্বে তিব্বত অঞ্চলৰ শ্বিজাঙত মঙলবাৰে পুৱাৰে পৰা ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে বুলি নেশ্যনেল চেইজম’লজীয়ে জানিবলৈ দিয়ে। ইয়াত পুৱা ৬:৩০ বজাত ১০ কিলোমিটাৰ গভীৰতাত ৭.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ইয়াৰ পিছতে ৭:০২ বজাত ৪.৭ প্ৰাবল্যৰ ভূমিকম্প, ৭:৭ বজাত ৪.৯ আৰু ৭:১৩ বজাত ৫ প্ৰাবল্যৰ ভূমিকম্প হয়।

নেপাল আৰু ভাৰততো এই ভূমিকম্পৰ কম্পন অনুভুত হৈছিল৷ ভাৰতৰ বিহাৰ আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল এই ভূমিকম্পৰ ফলত। ইয়াৰ উপৰিও অসম, ছিকিম আৰু পশ্চিম বংগৰ কিছু অংশতো ভূমিকম্পৰ কম্পন অনুভৱ হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: earthquakeEarthquake JoltsNepal earthquakeTibbets Earthquake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?
ভাৰত

May 4, 2026
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?
অসম

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

May 4, 2026
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়
জীৱনশৈলী

May 3, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

Next Post
৩ শ্ৰমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে উমৰাংছুত সেনাৰ টাস্ক ফ’ৰ্চ

কাইলৈ ৮ জানুৱাৰী তাৰিখে ভাগ্য সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ, বেয়া সময়ৰ অন্ত পৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন