• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শতিকাৰ শ্ৰেষ্ঠ কপিল দেৱ বনাম বুম বুম বুমৰাহ, ৪৪ খন টেষ্ট মেছৰ পাছত কোন অধিক সফল

1 year ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

23 minutes ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

12 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

13 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

14 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

15 hours ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শতিকাৰ শ্ৰেষ্ঠ কপিল দেৱ বনাম বুম বুম বুমৰাহ, ৪৪ খন টেষ্ট মেছৰ পাছত কোন অধিক সফল

editor by editor
January 8, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
শতিকাৰ শ্ৰেষ্ঠ কপিল দেৱ বনাম বুম বুম বুমৰাহ, ৪৪ খন টেষ্ট মেছৰ পাছত কোন অধিক সফল
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শতিকাৰ শ্ৰেষ্ঠ কপিল দেৱ বনাম বুম বুম বুমৰাহ, ৪৪ খন টেষ্ট মেছৰ পাছত কোন অধিক সফল

বৰ্তমানে ভাৰতীয় বলাৰ জশপ্ৰীত বুমৰাহক অল টাইম গ্ৰেটেষ্ট বলাৰ বিচাপে মান্যতা দি থকা হৈছে। বহুতেই কৈছে বুমৰাহেই এতিয়া শ্ৰেষ্ঠ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতী ক্ৰিকেট দলে পৰাজিত হলেও সমগ্ৰ বিশ্বৰ লগতে অষ্ট্ৰেলিয়াৰ বাবেও বুমৰাহ শ্ৰেষ্ঠ।

বুমৰাহৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা প্ৰথম বিশ্বকাপজয়ী ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱকো অল টাইম গ্ৰেটেষ্ট বলাৰ বিচাপে মান্যতা দিছিল। তথা শ্ৰেষ্ঠত্বৰ শাৰীত ৰখা হৈছিল।

পাছে দুয়োগৰাকী ভাৰতীয় খেলুৱৈৰ ভিতৰত শ্ৰেষ্ঠ কোন। শতিকাৰ শ্ৰেষ্ঠ নাম পোৱা কপিল দেৱ নে বুম বুম বুমৰাহ। ৪৪ খন টেষ্ট মেচৰ পাছত কাৰ প্ৰদৰ্শন অধিক উন্নত। কিয়নো বুমৰাহে এতিয়ালৈকে ৪৪ খন টেষ্ট মেচ খেলিছে।

কপিল দেৱৰ কথা কবলৈ গ’লে তেখেতে টেষ্ট কেৰিয়াৰত ১৩১ খন টেষ্ট মেচ খেলিছে। য’ত সৰ্বমুঠ ৪৩৪ টা উইকেট দখল কৰিছে। ৪৪ খন মেছৰ কথা কবলৈ গ’লে ১৭২ টা উইকেট দখল কৰিছিল।

আনহাতে বুমৰাহে ৪৪ খন টেষ্ট মেচত এতিয়ালৈকে ২০৩ টা উইকেট দখল কৰিছে। বুমৰাহৰ ষ্ট্ৰাইক ৰেট ৪২.২ । বুমৰাহ ৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ৮৬ ৰানত ৯ উইকেট। তাৰোপৰি একেৰাহে ১৩ খন খেলত ৫ টা উইকেট লৈ সফল হৈছে।

কপিল দেবৰ ৪৪ টেষ্ট মেচত ষ্ট্ৰাইক ৰেট আছিল ৫৭.৩, কপিল দেৱেও টেষ্টৰ ৪৪ খন খেলত ১৩ বাৰ ৫ টাকৈ উইকেট দখল কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian BallerJasprit Bomrahkapil devTest Match
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

April 21, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

April 20, 2026
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে
জীৱনশৈলী

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

April 20, 2026
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
জীৱনশৈলী

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

April 20, 2026
Next Post
দুৰ্ভাগ্যৰ পৰা মুক্তি পাবলৈ ঘৰত ৰাখক এইকেইবিধ সামগ্ৰী, জীৱনত কোনোদিনে নহয় দুখৰ আগমণ

ভাৰতত ৯মটো HMPV কেছ, সংক্ৰমিত হোৱা অধিক সংখ্যক কম বয়সীয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন