• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰ মংগল বিশেষ যুতিয়ে সলনি কৰি তুলিব ৩ ৰাশিৰ জীৱন

চন্দ্ৰ মংগল বিশেষ যুতিয়ে সলনি কৰি তুলিব ৩ ৰাশিৰ জীৱন

1 year ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

39 minutes ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

1 hour ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

2 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

4 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

4 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

4 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

6 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

7 hours ago
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

7 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

ৰঙালীত পাব ৪ ৰাশিৰ ব্যক্তিয়ে ভাল খবৰ, জানো আহক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰ মংগল বিশেষ যুতিয়ে সলনি কৰি তুলিব ৩ ৰাশিৰ জীৱন

editor by editor
January 15, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
চন্দ্ৰ মংগল বিশেষ যুতিয়ে সলনি কৰি তুলিব ৩ ৰাশিৰ জীৱন
0
SHARES
722
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চন্দ্ৰ মংগল বিশেষ যুতিয়ে সলনি কৰি তুলিব ৩ ৰাশিৰ জীৱন

গ্ৰহৰ সেনাপতি মংগল আৰু মনৰ বাবে দায়বদ্ধ গ্ৰহ চন্দ্ৰৰ মাজত এক সংযোগৰ সৃষ্টি হৈছে। দুয়োটা গ্ৰহ কৰ্কট ৰাশিত অৱস্থিত, যাৰ বাবে ১২টা ৰাশিৰ ওপৰত বিভিন্ন প্ৰভাৱ দেখা যায়। কিছুমানৰ ওপৰত শুভ প্ৰভাৱ আৰু আন কিছুমানৰ ওপৰত অশুভ প্ৰভাৱ দেখা যায়। তাৰি মাজতে ৩টা ৰাশিৰ জীৱন সলনি কৰিবলৈ সাজু হৈছে চন্দ্ৰ আৰু মংগল। কৰ্ম, চাকৰি আৰু সম্পৰ্কৰ ক্ষেত্ৰত দুয়োটা গ্ৰহই ৩ ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে।

পাঞ্চাঙৰ মতে চন্দ্ৰই ১৪ জানুৱাৰী মঙলবাৰে পুৱা ৪:১৯ বজাত কৰ্কট ৰাশিত ট্ৰেন্সজিট কৰিছে আৰু ইতিমধ্যে এই ৰাশিত মংগল গ্ৰহ উপস্থিত আছে। দুয়োটা গ্ৰহৰ সংযোগ ২০২৫ চনৰ ১৬ জানুৱাৰীলৈকে চলিব। ১৬ জানুৱাৰী বৃহস্পতিবাৰে পুৱা ১১:১৬ বজাত চন্দ্ৰ কৰ্কট ৰাশিৰ পৰা ওলাই আহি সিংহ ৰাশিত প্ৰৱেশ কৰিব, তাৰ পিছত দুয়োটা গ্ৰহৰ সংযোগৰ অস্তিত্ব আৰু নাথাকিব। ২১ জানুৱাৰীত পুৱা ৯.৩৭ বজাত মংগল গ্ৰহ কৰ্কট ৰাশিৰ পৰা মিথুন ৰাশিত প্ৰৱেশ কৰিব।

বৃষ ৰাশি
মংগল আৰু চন্দ্ৰৰ সংযোগে কৰ্মক্ষেত্ৰত নতুন সুযোগ কঢ়িয়াই আনিব। ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব। নিয়োগ কৰাসকলে ডাঙৰ দায়িত্ব পাব। ব্যৱসায়ীসকলেও ব্যৱসায়ত যথেষ্ট অগ্ৰগতি লাভ কৰিব পাৰে। ভ্ৰমণৰ চিন্তা মনলৈ আহিব পাৰে আৰু ক’ৰবালৈ যোৱাৰ পৰিকল্পনাও হ’ব পাৰে। ধৰ্মীয় কাম-কাজৰ প্ৰতি বিশেষ আগ্ৰহ থাকিব। আত্মবিশ্বাস বাঢ়িব আৰু সমাজত সন্মানো বাঢ়িব। প্ৰেমৰ জীৱনটো ভাল হ’ব।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ লোকৰ বাবে সময় ভাল হব। বহুদিন ধৰি অশান্তি দি থকা চিন্তাৰ অন্ত পৰিব। অর্থনৈতিক পৰিস্থিতি সবল হ’ব৷ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব। বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে। বিদেশ ভ্ৰমণলৈ যাব পাৰে। সামাজিক কামৰ প্ৰতি বিশেষ আগ্ৰহ থাকিব। আয় বৃদ্ধিৰ সম্ভাৱনা থাকিব। উদ্যম আৰু নতুন কিবা এটা কৰাৰ হেঁপাহ মনতে উদ্ভৱ হ’ব।

বৃশ্চিক ৰাশি
মংগল আৰু চন্দ্ৰৰ সংযোগ লাভজনক হ’ব। বহু ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত আপোনাৰ কঠোৰ পৰিশ্ৰমত সফল হ’ব। আত্মবিশ্বাস বাঢ়িব আৰু আয় বাঢ়িব। প্ৰেম জীৱন ভাল হ’ব। চাকৰিৰ নতুন সুযোগ পাব পাৰে। ধন-সম্পত্তি দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। ব্যৱসায় বাঢ়িব আৰু অৰ্থনৈতিক অৱস্থাও সুদৃঢ় হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyRashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়
জীৱনশৈলী

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

April 14, 2026
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

April 14, 2026
Next Post
BCCIৰ আন এক নতুন নিয়মে চিন্তা বঢ়াইছে খেলুৱৈৰ, কৰ্তন হ’ব পাৰে দৰমহা

BCCIৰ আন এক নতুন নিয়মে চিন্তা বঢ়াইছে খেলুৱৈৰ, কৰ্তন হ'ব পাৰে দৰমহা

কুম্ভমেলাৰ ওপৰত ৫০ বছৰ পূৰ্বে ষ্টীভ জবছে লিখা এখন চিঠি কেইবা কোটি টকাত নিলাম

কুম্ভমেলাৰ ওপৰত ৫০ বছৰ পূৰ্বে ষ্টীভ জবছে লিখা এখন চিঠি কেইবা কোটি টকাত নিলাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.