• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৬৩ লোকক কোনোমতে উদ্ধাৰ

চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৬৩ লোকক কোনোমতে উদ্ধাৰ

2 years ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

17 minutes ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

1 hour ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

3 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

5 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

6 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

19 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

19 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

20 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

21 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

21 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৬৩ লোকক কোনোমতে উদ্ধাৰ

editor by editor
January 17, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৬৩ লোকক কোনোমতে উদ্ধাৰ
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৬৩ লোকক কোনোমতে উদ্ধাৰ

ওড়িশাৰ সুন্দৰগড় জিলাৰ পৰা আহিছে এক অতিকে ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ। ডালমিয়া চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি পৰাৰ ফলত আৱদ্ধ হৈ পৰে বহু লোক। কোনোমতে উদ্ধাৰ ৬৩ গৰাকী লোকক। এতিয়াও আৱদ্ধ বহু লোকক।

ডালমিয়াৰ এটা চিমেণ্ট কাৰখানাত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। কোৱা হৈছে যে কাৰখানাটোৰ ভিতৰত থকা লোহাৰ গঠন ভাঙি গৈছে। যাৰ তলত এতিয়াও আবদ্ধ হৈ আছে ৮ জন শ্ৰমিক। এই পৰ্যন্ত ৬৩ জন লোকক উদ্ধাৰ কৰা হৈছে।

প্ৰাণ ৰক্ষা পৰা শ্ৰমিকে দিয়া শিহৰণকাৰী তথ্য অনুসৰি, চিমেণ্টৰ কাৰখানাত যেতিয়া এই লোহাৰ গঠন ভাঙি পৰি ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল, তেতিয়া ঘটনাস্থলীত বহু লোকে কাম কৰি আছিল। যাৰ ফলতে বহু লোক আৱদ্ধ হৈ পৰে।

বৰ্তমানেও উদ্ধাৰৰ কাম চলি আছে, যাতে আৱদ্ধ হৈ থকা লোকসকলক অতি সোনকালে উদ্ধাৰ কৰিব পৰা যায়। উদ্ধাৰ হোৱ সকলো লোকৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিলেও কম বেছি পৰিমাণে আহত হৈছে।

আৱদ্ধ শ্ৰমিক সকলক উদ্ধাৰৰ বাবে ক্ৰেন আৰু এম্বুলেন্স কাৰখানাটোত উপস্থিত হৈছে। তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ধ্বংসাৱশেষ আঁতৰোৱাত সহায় কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cement FactoryCement factory CollapsDalmia Cement Factoryodisha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!
বাণিজ্য

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

August 26, 2026
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন
বাণিজ্য

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
Next Post
পলায়নৰ চেষ্টা কৰোতেই অৱশেষত আৰক্ষীৰ জালত ছেইফৰ আক্ৰমণকাৰী

পলায়নৰ চেষ্টা কৰোতেই অৱশেষত আৰক্ষীৰ জালত ছেইফৰ আক্ৰমণকাৰী

মাতৃ ভিতালী দাসৰ পাছত কমলিকাক অকলশৰীয়া কৰি গললৈ পিতৃ ভূপেন দাস

মাতৃ ভিতালী দাসৰ পাছত কমলিকাক অকলশৰীয়া কৰি গললৈ পিতৃ ভূপেন দাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.