• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইখন চিৰিয়াখানাত বিক্ৰী হৈ আছে বাঘৰ মূত্ৰ, প্ৰতি লিটাৰ ৬০০ টকা, পাছে সত্যতা কি?

এইখন চিৰিয়াখানাত বিক্ৰী হৈ আছে বাঘৰ মূত্ৰ, প্ৰতি লিটাৰ ৬০০ টকা, পাছে সত্যতা কি?

1 year ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

5 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

25 minutes ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

52 minutes ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

2 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

3 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

6 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

6 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

8 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

8 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এইখন চিৰিয়াখানাত বিক্ৰী হৈ আছে বাঘৰ মূত্ৰ, প্ৰতি লিটাৰ ৬০০ টকা, পাছে সত্যতা কি?

editor by editor
January 29, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
এইখন চিৰিয়াখানাত বিক্ৰী হৈ আছে বাঘৰ মূত্ৰ, প্ৰতি লিটাৰ ৬০০ টকা, পাছে সত্যতা কি?
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইখন চিৰিয়াখানাত বিক্ৰী হৈ আছে বাঘৰ মূত্ৰ, প্ৰতি লিটাৰ ৬০০ টকা, পাছে সত্যতা কি?

বাঘৰ মূত্ৰ কিমান প্ৰয়োজনয়ী ! ইয়াৰ কিবা প্ৰয়োজনীয়তা আছে নে, এই সন্দৰ্ভত কোনো জ্ঞান থাকক বা নাথাকক, এখন চিৰিয়াখানত কিন্তু বিক্ৰী হৈ আছে বাঘৰ মূত্ৰ। তাকো প্ৰতিলিটাৰত ৫০ য়ুআন, যি ভাৰতীয় হিচাপত ৬০০ টকা। এই চিৰিয়াখানা খন অৱশ্যে ভাৰতৰ নহয়, এই চিৰিয়াখানা খন আছে চীনত।

ৰঙা চীনৰেই এখন চিৰিয়াখানাত বটল হিচাপত বিক্ৰী হৈ আছে বাঘৰ মূত্ৰ। যি খবৰে এতিয়া চাৰিওফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে। একন বিশ্বপ্ৰসিদ্ধ চিৰিয়াখানাতেই এইদৰে বিক্ৰী হৈ আছে বাঘৰ মূত্ৰ।

দেশখনৰ দক্ষিণ-পশ্চিম দিশৰ চিছুৱান প্ৰদেশত অৱস্থিত য়ান বিফেগাক্সিয়া নামৰ চিৰিয়াখানাত বহু ৰোগৰ চিকিৎসাৰ কাৰক হিচাপে বিক্ৰীৰ বাবে ৰখা হৈছে। লগতে চিৰিয়াখানা খনৰ ফালৰ পৰা দাবী কৰা হৈছে যে, হোৱাইট ৱাইনৰ সৈতে এই বাঘৰ মূত্ৰ মিহলালে বহু ৰোগ নাশ কৰে।

এই ঘটনা সমগ্ৰ বিশ্ববাসীৰ আগত তেতিয়াহে পোহৰলৈ আহে যেতিয়া এগৰাকী পৰ্যটকে সেই চিৰিয়াখানালৈ ফুৰিবলৈ যাওতে এই দৰে বটলত বাঘৰ মূত্ৰ বিক্ৰী কৰি থকা দেখা পাই আৰু সেই ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিয়ে। শ্বেয়াৰ কৰা ফটো অনুসৰি প্ৰতি ২৫০ গ্ৰামৰ বটলৰ মূল্য ৫০ য়ুআন, যাৰ অৰ্থ ভাৰতীয় হিচাপত ৬০০ টকা।

কিন্তু এই ক্ষেত্ৰত কেইবাগৰাকী চিকিৎসকে জানিবলৈ দিয়ে যে, এইদৰে বাঘৰ মূত্ৰ কোনো ৰোগত সহায়ক বুলি কোনো তথ্য নাই। চীনৰ চিকিৎসা খণ্ডতো পূৰ্বে ইয়াৰ ব্যৱহাৰৰ কথা উল্লেখ নাই। লগতে ইয়াৰ কোনো পৰীক্ষাও হোৱা নই , ই স্বাস্থ্যৰ বাবে কিমান উপযোগী সেই বিষয়েও কোনো তথ্য উপলব্ধ নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: China ZooTiger Urinalviral photoViral Post
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

July 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

July 17, 2026
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
Next Post
‘চেলেঞ্জ এক্সেপটেড’- হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পান কৰিলে যমুনা নদীৰ পানী

'চেলেঞ্জ এক্সেপটেড'- হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পান কৰিলে যমুনা নদীৰ পানী

এজন-দুজন নহয়, সৰ্বমুঠ ৩০ জনে হেৰুৱালে প্ৰাণ, ২৫ চিনাক্ত

এজন-দুজন নহয়, সৰ্বমুঠ ৩০ জনে হেৰুৱালে প্ৰাণ, ২৫ চিনাক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.