• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকুম্ভ মেলাৰ পৰা লাখ লাখ কোটি উপাৰ্জন যোগী চৰকাৰৰ, হিচাপ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

12 months ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

49 minutes ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

2 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

3 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

5 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

6 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

21 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

22 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

23 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

24 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকুম্ভ মেলাৰ পৰা লাখ লাখ কোটি উপাৰ্জন যোগী চৰকাৰৰ, হিচাপ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

মহাকুম্ভ মেলাৰ পৰা লাখ লাখ কোটি উপাৰ্জন যোগী চৰকাৰৰ, হিচাপ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

editor by editor
February 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মহাকুম্ভ মেলাৰ পৰা লাখ লাখ কোটি উপাৰ্জন যোগী চৰকাৰৰ, হিচাপ শুনিলে চকু কঁপালত উঠিব আপোনাৰ
0
SHARES
728
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ মহাকুম্ভ মেলাৰ পৰা বিৰাট ধন আয় কৰিছে যোগী চৰকাৰে৷ দেখা গৈছে যে আয়ৰ পৰিমাণে ইতিমধ্যেই ৩ লাখ কোটি টকা উপাৰ্জন কৰিছে৷ মাৰ্কিন ডলাৰৰ হিচাপত এই টকাৰ পৰিমাণ ৩৬০ বিলিয়ন ডলাৰ৷ ভাৰতৰ অন্যতম ডাঙৰ ইভেণ্ট আছিল এইবাৰৰ মহাকুম্ভ মেলা৷ তাতেই প্ৰচুৰ টকা নিজৰ ঘৰলৈ আনিলে যোগী চৰকাৰে৷

মহাকুম্ভ হৈছে ১৪৪ বছৰৰ পাছত৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰী পৰ্যন্ত চলিব এইবাৰৰ মহাকুম্ভ মেলা৷ প্ৰয়াগৰাজৰ সৰ্বত্ৰৰে ভক্তৰ ভিৰ৷ এই ৬ সপ্তাহ ধৰি প্ৰচুৰ ভক্তই দেশ বিদেশৰ পৰা আহি ভিৰ কৰিছে৷ ইয়াৰ প্ৰভাৱ পৰিছে যোগী চৰকাৰৰ অৰ্থনীতিতো৷

মহাকুম্ভ মেলাৰ পৰা স্থানীয় ব্যৱসায়ীয়ে যি পৰিমাণৰ টকা ঘৰলৈ আনিছে শুনিলে চকু কঁপালত উঠিব আপোনাৰো৷ প্ৰয়াগৰাজ জুৰি ডেয়াৰী শিল্প, কেলেণ্ডাৰ, পাটৰ বেগ আৰু চেনিটেৰী সামগ্ৰী সবাতোকৈ বেছি বিক্ৰি হৈছে৷ মহাকুম্ভ উপলক্ষ্যে এই সামগ্ৰীসমূহৰ বিক্ৰি সকলোতকৈ বেছি৷ বৰ্তমান পৰ্যন্ত ৪০ কোটিৰো বেছি ভক্তই এইবাৰৰ মহাকুম্ভত যোগ দিছে৷ ফলত এই পৰিমানৰ টকাৰ অংকৰ লেনদেন হোৱাটোও স্বাভাৱিক৷

যোগী চৰকাৰে ধাৰণা কৰিছে এইবাৰৰ মহাকুম্ভ মেলাত ভক্তৰ সংখ্যা ৬০কোটি পাৰ হৈ যাব৷ তাতেই এই টকাৰ অংক প্ৰায় ৩ লাখ কোটি পাৰ হৈছে৷ উত্তৰপ্ৰদেশৰ অৰ্থনীতিত এই পৰিমাণৰ টকাই বিৰাট সহায়ক লৈ পৰিব সেয়া ধাৰণা কৰিছে অৰ্থনৈতিক বিশেষজ্ঞই৷

এই মেলাৰ বাবে প্ৰয়াগৰাজৰ উন্নতিৰ বাবে ৭৫০০ কোটি টকা খৰচ কৰিছে উত্তৰপ্ৰদেশৰ চৰকাৰে৷ ফ্লাইঅভাৰ, আণ্ডাৰপাছসমূহো নতুনকৈ তৈয়াৰ কৰিছে যোগী চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
কিয় মহাকাশলৈ খোৱাপানী প্ৰেৰণ কৰা নহয়? মহাকাশচাৰীয়ে কিয় প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে

SBI নে ডাকঘৰ, FD ৰ ওপৰত কোনে বেছি সুত দিয়ে? সবিশেষ জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন