• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ মীনত প্ৰৱেশ কৰিব বুধে, কোটিপতি হোৱাৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

কাইলৈ মীনত প্ৰৱেশ কৰিব বুধে, কোটিপতি হোৱাৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 year ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

10 minutes ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

34 minutes ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

60 minutes ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

1 hour ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

2 hours ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

2 hours ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

18 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

18 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

19 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

19 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

20 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ মীনত প্ৰৱেশ কৰিব বুধে, কোটিপতি হোৱাৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

কাইলৈ মীনত প্ৰৱেশ কৰিব বুধে, কোটিপতি হোৱাৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

editor by editor
February 26, 2025
in জীৱনশৈলী
0
কাইলৈ মীনত প্ৰৱেশ কৰিব বুধে, কোটিপতি হোৱাৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত
0
SHARES
8.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি, প্ৰতি গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে স্থান পৰিবৰ্তন কৰে৷ যাৰ প্ৰভাৱ পৰে বিভিন্ন ৰাশিৰ জীৱনত৷ বৰ্তমান শুক্ৰ মীন ৰাশিত আছে৷ বুধে ১০ মাহৰ পাচত আগন্তুক ২৭ ফেব্ৰুৱাৰীত মীন ৰাশিত প্ৰৱেশ কৰিব৷ ফাগুন অমাবস্যাৰ দিনাই বুধ আৰু শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ তৈয়াৰ হ’ব৷

বৈদিক জ্যোতিষশাস্ত্ৰত বুধক বুদ্ধিমত্তা আৰ উ সম্পদৰ গ্ৰহ বুলি কোৱা হয়৷ অন্যহাতে শুক্ৰক সম্পদ, সমৃদ্ধি আৰু বৈষয়িক সুখৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ এই দুই গ্ৰহৰ মিলনত তৈয়াৰ হোৱা লক্ষ্মী নাৰায়ণ ৰাজযোগে ৫ ৰাশিৰ জীৱনত উন্নতিৰ পথ খুলিব৷ শীঘ্ৰেই সৌভাগ্যৰ শিখৰত উঠিব কোন কোন? জানি থওক ভাগ্যবান ৰাশিৰ তালিকা৷

বৃষ ৰাশি

মীন ৰাশিত বুধৰ গোচৰ বৃষ ৰাশিৰ বাবে লাভজনক হ’ব৷ আয়ৰ নতুন পথ বিচাৰি পাব৷ চাকৰিয়ালে উন্নতিৰ সুযোগ পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব পাৰে৷ সংসাৰত সুখ শান্তিৰ পৰিবেশ থাকিব৷ এই সময়ত ব্যৱসায়ত বিনিয়োগ কৰিলে ভাল লাভ পাব৷

মিথুন ৰাশি

বুধৰ গোচৰ মিথুন ৰাশিৰ বাবে শুভ হ’ব৷ অফিচত পদোন্নতি হ’ব পাৰে৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ চাকৰি পোৱাৰ যোগ আছে৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ বহু দিন ধৰি কঠিন পৰিস্থিতিৰ মাজত থাকিলে এইবাৰ স্বাস্তি পাব৷

কন্যা ৰাশি

লক্ষ্মী নাৰায়ণ ৰাজযোগে কন্যা ৰাশিৰ সৌভাগ্য খুলিব৷ পেছাগত জীৱনত উন্নতিৰ সুযোগ আহিব৷ ব্যৱসায়ত বৃহৎ চুক্তি স্বাক্ষৰ কৰিব পাৰে যাৰ পৰা ভৱিষ্যতে লাভ হ’ব৷ পৈতৃক সম্পত্তি লাভৰ যোগ আছে৷ সংগীৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব৷

মকৰ ৰাশি

বুধ-শুক্ৰৰ মিলনত মকৰ ৰাশিৰ সুদিন উভতি আহিব৷ চাকৰিত কামৰ প্ৰশংসা পাব৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিবেশ থাকিব৷ নতুন দায়িত্ব পাব পাৰে৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ বাবে এয়া শুভ সময়৷ পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ চলিলে দূৰ হ’ব৷

কুম্ভ ৰাশি

বুধৰ গোচৰত কুম্ভ ৰাশিৰ ভাগ্য উদয় হ’ব৷ হঠাৎ আৰ্থিক লাভৰ সুযোগ আহিব পাৰে৷ পৰিয়ালত অৰ্থ সংকট দূৰ হ’ব৷ পৰিয়ালৰ সদস্যৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যাব পাৰে৷ সন্তানৰ পৰীক্ষা সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?
জীৱনশৈলী

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

May 6, 2026
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে
জীৱনশৈলী

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

May 6, 2026
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?
জীৱনশৈলী

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

May 6, 2026
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?
জীৱনশৈলী

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

May 6, 2026
Next Post
ভ্ৰাম্যমাণত অভিনয় কৰি থকাৰ মাজতে আহিল দুঃখবৰ, মাতৃহাৰা হ’ল অভিনেতা মৃদুল ভূঞা

ভ্ৰাম্যমাণত অভিনয় কৰি থকাৰ মাজতে আহিল দুঃখবৰ, মাতৃহাৰা হ’ল অভিনেতা মৃদুল ভূঞা

মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১

মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ'ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.