• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃৰ জীৱনৰ শেষ সময়ত পুত্ৰই চিনি নাপাও ক’লে পিতৃক, কিয় পুত্ৰই চিনি নাপাও কৈছিল পিতৃক? জানক আঁৰৰ কাৰণ

পিতৃৰ জীৱনৰ শেষ সময়ত পুত্ৰই চিনি নাপাও ক’লে পিতৃক, কিয় পুত্ৰই চিনি নাপাও কৈছিল পিতৃক? জানক আঁৰৰ কাৰণ

2 years ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

32 minutes ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

2 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

2 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

3 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

4 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

4 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

4 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

5 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

6 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

6 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

7 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পিতৃৰ জীৱনৰ শেষ সময়ত পুত্ৰই চিনি নাপাও ক’লে পিতৃক, কিয় পুত্ৰই চিনি নাপাও কৈছিল পিতৃক? জানক আঁৰৰ কাৰণ

পিতৃৰ জীৱনৰ শেষ সময়ত পুত্ৰই চিনি নাপাও ক’লে পিতৃক, কিয় পুত্ৰই চিনি নাপাও কৈছিল পিতৃক? জানক আঁৰৰ কাৰণ

editor by editor
March 1, 2025
in অসম, জীৱনশৈলী
0
পিতৃৰ জীৱনৰ শেষ সময়ত পুত্ৰই চিনি নাপাও ক’লে পিতৃক, কিয় পুত্ৰই চিনি নাপাও কৈছিল পিতৃক? জানক আঁৰৰ কাৰণ
0
SHARES
17.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনৰ শেষ সময়খিনিত চিকিৎসক পুত্ৰলৈ পিতৃৰ ফোন- ‘মোৰ অৱস্থা খুব বেয়া, নেদেখা-নুশুনা বহু বছৰেই হ’ল সময় হ’লে তই পাৰিলে এবাৰ আহিবিচোন। নাতি-পুতি হৈছে যদি লৈ আহিবি, শেষ সময়খিনিত তহঁতৰ মুখখন এবাৰ চাবলৈ বৰ মন।’ পিতৃ চিৰদিনলৈ গ’লগৈ, কিন্তু পুত্ৰই আজি পৰ্যন্ত নল’লে খবৰ। পিতৃৰ ফোন লাভ কৰি পুত্ৰই একেআষাৰেই পিতৃক চিনি নোপোৱাৰ কথা ক’লে৷ কিন্তু কিয় পুত্ৰই চিনি নাপাওঁ কৈছিল পিতৃক? পিতা-পুত্ৰৰ সম্পৰ্কত নাছিল নেকি মধুৰতা? চিকিৎসক পুত্ৰৰ বিষয়ে এগৰাকী মহিলাই সামাজিক মাধ্যমত লিখিছে,

সংগীতা গগৈ নামৰ মহিলাগৰাকীয়ে লিখিছে, ‘মৃতক মোৰ নিকটাত্মীয়৷ সন্তান দুটি সৰু হৈ থাকোতেই তেওঁ অন্য এক মধুৰ সম্পৰ্কৰ খাতিৰত তেওঁলোকক ত্যাগ কৰিছিল৷ প্ৰায় গোটেই জীৱন নিজৰ খাম খেয়ালী স্বভাৱৰ বাবে আৰু আত্মকেন্দ্ৰিক স্বভাৱৰ বাবে সন্তান আৰু পত্নীক পিঠি দি এক বহেমীয়ান জীৱন যাপন কৰিছিল৷ কোন সন্তানে মাতৃৰ জীৱিত অৱস্থাত বেলেগ কাৰোবাক আদৰি ল’ব?

আমাৰ সমাজো আজৱ৷ নজনাকৈ বিচাৰৰ ৰায় দি যায়৷ আজি বহু বছৰ হ’ল তেওঁ পুত্ৰ আৰু পৰিবাৰ ত্যাগ কৰা৷ হয়তো জন্মদাতা বুলি এপাক আহিব লাগিছিল কিন্তু কেতিয়াবা ব্যভিচাৰ আৰু তেজৰ সম্পৰ্কবোৰৰ অবিশ্বাস, প্ৰৱঞ্চনাৰ ওজন জীৱন দায়ীৰ ঋণৰ ওজনতকৈ বেছি হৈ পৰে৷ ল’ৰা ছোৱালী দুয়োজনেই অমায়িক আৰু অতি দায়িত্বশীল৷ তেওঁলোকৰ মাতৃ তেওঁলোকৰ লগতেই থাকে৷ যদি মাতৃৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিছে তেন্তে পিতৃৰ প্ৰতি কিয়নো নোৱাৰিব? নিশ্চয় কিবা অত্যন্ত গোপনীয় ৰহস্য আছে৷ বয়স হ’লেই যে মানুহ দেৱতা হৈ যায় তেনে নহয়৷ সকলোৰে কথা কোৱা নাই৷ পিতা স্বৰ্গ৷ কিন্তু সন্তান ত্যাগী পিতাক কি কোৱা যাব? ল’ৰা ছোৱালী দুয়োজনেই বৰ দুখেৰে লৰালি পাৰ কৰিছে৷ ৰাইজে আৰু দুখ নিদিব৷’

অৱশ্যে পিতা পুত্ৰৰ সম্পৰ্ক প্ৰকৃততে কেনে আছিল সেই সম্পৰ্কে স্পষ্ট নহলেও পুত্ৰৰ সৈতে পিতৃয়ে পতা শেষ কথাৰ অডিঅ’ এতিয়া খুবেই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?
অসম

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা
অসম

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

September 19, 2026
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম
জীৱনশৈলী

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

September 19, 2026
Next Post
প্ৰয়োজন নাই কোনো ডিগ্ৰীৰ, দৰমহা বছৰত ৪০লাখ! ইঞ্জিনিয়াৰৰ সন্ধানৰ বাংগালুৰুৰ এই সংস্থা

প্ৰয়োজন নাই কোনো ডিগ্ৰীৰ, দৰমহা বছৰত ৪০লাখ! ইঞ্জিনিয়াৰৰ সন্ধানৰ বাংগালুৰুৰ এই সংস্থা

নতুন সপ্তাহত গজকেশৰী ৰাজযোগ! কেৰিয়াৰত উন্নতি, হঠাৎ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

নতুন সপ্তাহত গজকেশৰী ৰাজযোগ! কেৰিয়াৰত উন্নতি, হঠাৎ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.