• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

2 years ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

32 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

54 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

1 hour ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

3 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

13 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

14 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

editor by editor
March 5, 2025
in বিবিধ
0
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
0
SHARES
557
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনবসতিপূৰ্ণ এলেকাত যৌনতা বিষয়ক কথাৰ আলোচনা কৰা নহয় বা কৰিব নোৱাৰিও। সন্তানেও মাক বাপেকৰ সন্মুখত এইসমূহ কথা পাতিবলৈ লজ্জাবোধ কৰে। যৌনতাৰ প্ৰসংস আহিলেই বহুলোকেই আলোচনা ত্যাগো কৰে। কিন্তু মানৱ মন এনেকুৱা যে যিসমূহ বিষয়ক লৈ আলোচনা নহয় সেই বিষয়তেই মানুহৰ কৌতুহল বেছি। সম্প্ৰতি সমীক্ষাত পোৱা অনুসৰি যৌনতাক লৈয়ে মানুহৰ কৌতুহল সৰ্বাধিকভাৱে বেছি হয়। কিন্তু কিয় এই বিষয়ক লৈ কৌতুহল বেছি?

সমীক্ষাত পোৱা গৈছে যে নাৰী বিষয়ক কথাসমূহক লৈ পুৰুষৰ কৌতুহল বেছি। এগৰাকী নাৰীৰ যৌনাকাংক্ষা কেনেকুৱা, তেওঁলোকৰ ইচ্ছাৰ কথা কেনেদৰে জানিব পাৰি ইত্যাদি বিষয় বহুতেই গুগলত চাৰ্ছ কৰে। নাৰীয়ে যৌনসুখ কেনেকৈ পায় সেই কথাও জানিব বিচাৰি গুগলত চাৰ্ছ কৰে। বহুতেই আকৌ নাৰীক কেনেদৰে চৰমন সুখ দিব পাৰি সেই বিষয়সমূহো চাৰ্ছ কৰে।

বহুতেই যৌনতাক লৈ সপোন দেখে। স্বপ্নদোষ বহুতৰে প্ৰধান এক সমস্যা। সেই ৰোগৰ বিষয়ে জানিবলৈকো বহুতেই গুগল চাৰ্ছ কৰে। যৌনৰোগক লৈ বহুতৰেই কৌতুহল থাকে। কৌতুহলেই নহয় যৌনৰোগক লৈ ভয়ো আছে একাংশৰ। এই ৰোগৰ বিষয়ে সবিস্তাৰে জানিবলৈকে বহুতেই গুগলত চাৰ্ছ কৰে। যৌন ৰোগৰ সংক্ৰমণ হ’লে নিৰাময় কেনেদৰে কৰিব সেই কথাও বিচাৰি একাংশই গুগলত চাৰ্ছ কৰে। দীঘলীয়া সময়লৈ যৌনসুখ উপভোগৰ পৰামৰ্শ বিচাৰিও গুগলত চাৰ্ছ কৰে।

ইয়াৰোপৰি গৰ্ভনিৰোধক অবিহনে কেনেকৈ সন্তানসম্ভৱা নোহোৱাকৈ মিলন কৰিব পাৰি সেই কথাও বহুতেই গুগলত চাৰ্ছ কৰে। লগতে যৌনজীৱন সুখৰ হ’বৰ বাবে কিমানবাৰ মিলন হোৱাটো দৰকাৰ সেই কথাও বিচাৰি চাৰ্ছ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
Next Post
পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.