• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো পুৰুষেই থাকিব নোৱাৰিব প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত, প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত থাকিব কেৱল নাৰীশক্তি, কিয় এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীৰ?

1 year ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

2 hours ago
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

3 hours ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

4 hours ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

5 hours ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

6 hours ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

8 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনো পুৰুষেই থাকিব নোৱাৰিব প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত, প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত থাকিব কেৱল নাৰীশক্তি, কিয় এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীৰ?

কোনো পুৰুষেই থাকিব নোৱাৰিব প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত, প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত থাকিব কেৱল নাৰীশক্তি, কিয় এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীৰ?

editor by editor
March 7, 2025
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
কোনো পুৰুষেই থাকিব নোৱাৰিব প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত, প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত থাকিব কেৱল নাৰীশক্তি, কিয় এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীৰ?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ বাবে এইবাৰ থাকিব কেৱল মহিলা৷ শুকুৰবাৰে গুজৰাটৰ এক অনুষ্ঠানত যোগ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তাতেই সুৰক্ষাৰ বাবে মোতায়েন কৰা হ’ব কেৱল মহিলা পুলিছ অফিচাৰক৷ ভাৰতৰ ইতিহাসত এনে ঘটনা এয়াই প্ৰথম৷

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী শক্তিৰ সন্মানত এই সিদ্ধান্তৰ লৈছে নৰেন্দ্ৰ মোদীয়ে৷ জনা গৈছে যে শুকুৰবাৰে গুজৰাটৰ নভছাৰি জিলাত লাখপতি দিদি অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহিলাসকলৰ সন্মানতেই আয়োজন কৰা হৈছে এই অনুষ্ঠান৷ দিনজুৰা কাৰ্যসুচীৰে গুজৰাটলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত মোতায়েন থাকিব কেৱল মহিলা আৰক্ষী৷ নভছাৰিৰ ভানছি বৰছি গাওঁৰ হেলিপেডত মোদীক নমোৱাৰ পৰা আৰম্ভ কৰি মঞ্চলৈ লৈ যোৱালৈকে সকলোবোৰৰ সুৰক্ষাত থাকিব কেৱল নাৰী৷ অৰ্থাৎ প্ৰমীলা বাহিনী৷

গুজৰাটৰ এই অনুষ্ঠানত অংশ ল’ব এক লাখতকৈয়ো বেছি মহিলাই৷ তাতেই বক্তব্য ৰাখিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ সূত্ৰৰ খবৰ অনুসৰি নাৰী দিৱসত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত মোতায়েন থাকিব ২১৬৫গৰাকী মহিলা কনিষ্টবল, ৬১ গৰাকী মহিলা এছ আই, ১৮৭গৰাকী মহিলা ইনস্পেক্টৰ৷ ইয়াৰোপৰি এগৰাকী মহিলা আই জি পি আৰু এডি জিপি আৰু পাঁচগৰাকী মহিলা ডি এছ পিও অনুষ্ঠানৰ দায়িত্বত থাকিব৷

উল্লেখ্য যে প্ৰতিবছৰেই নাৰী দিৱস উপলক্ষে নাৰী শক্তিক সন্মান জনোৱাৰ বাবে ব্যতিক্ৰমী উদ্যোগ লৈ আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ বিগত বছৰ আন্তৰ্জাতিক নাৰী দিৱসত নিজৰ ছচিয়েল মিডিয়া হেণ্ডেল কেইবাগৰাকী সফল প্ৰতিভাৱান মহিলাৰ হাতত তুলি দিছিল৷ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ একাউণ্টৰ পৰা নিজৰ জীৱন কাহিনী পোষ্ট কৰিছিল৷ তেওঁলোকৰ এই জীৱনকাহিনীয়ে অনুপ্ৰেৰণা দিছিল বহুসংখ্যক নাৰীকেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?
জীৱনশৈলী

April 21, 2026
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?
জীৱনশৈলী

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

April 21, 2026
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

April 21, 2026
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?
জীৱনশৈলী

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

April 21, 2026
Next Post
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

ভালপোৱাত দিয়া লোৱাৰ কথা আহিলেই সম্পৰ্ক বেয়া হয়! বিয়াৰ কথাৰ মাজতেই সম্পৰ্ক ভাঙিল তামান্না ভাটিয়া আৰু বিজয় বৰ্মাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন