• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টোপনিতেই উদ্দাম যৌনতা, টোপনি ভাঙিলে একোৱেই মনত নাথাকে, কৰুণ দশা যুৱকৰ, কি এই বিৰল ৰোগ?

টোপনিতেই উদ্দাম যৌনতা, টোপনি ভাঙিলে একোৱেই মনত নাথাকে, কৰুণ দশা যুৱকৰ, কি এই বিৰল ৰোগ?

2 years ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

1 minute ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

21 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

51 minutes ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

1 hour ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

2 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

20 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

21 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

21 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

22 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

23 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

23 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টোপনিতেই উদ্দাম যৌনতা, টোপনি ভাঙিলে একোৱেই মনত নাথাকে, কৰুণ দশা যুৱকৰ, কি এই বিৰল ৰোগ?

টোপনিতেই উদ্দাম যৌনতা, টোপনি ভাঙিলে একোৱেই মনত নাথাকে, কৰুণ দশা যুৱকৰ, কি এই বিৰল ৰোগ?

editor by editor
March 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
টোপনিতেই উদ্দাম যৌনতা, টোপনি ভাঙিলে একোৱেই মনত নাথাকে, কৰুণ দশা যুৱকৰ, কি এই বিৰল ৰোগ?
0
SHARES
574
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌনতা কাৰোবাৰ বাবে ভালপোৱাৰ প্ৰকাশ আৰু কাৰোবাৰ বাবে শাৰীৰিক চাহিদা মাত্ৰ৷ কিন্তু জানেনে কেতিয়াবা কেতিয়াবা যৌনতা কাৰোবাৰ বাবে অভিশাপো হৈ উঠিব পাৰে৷ তেনে এক ৰোগেই হৈছে ছেক্সচমনিয়া৷ এই ৰোগত টোপনিৰ মাজতেই উত্তেজিত হৈ উঠে শৰীৰ৷ কোনো কোনো ক্ষেত্ৰত ৰোগীয়ে অচেতন অৱস্থাতেই যৌনতাত লিপ্ত হয়৷ কিন্তু টোপনি ভঙাৰ পাছত এই মিলনৰ কোনো স্মৃতি মনত নাথাকে এই ৰোগত আক্ৰান্ত ৰোগীৰ৷

বিজ্ঞানত ইয়াক পেৰেছমনিয়াৰ এক বিশেষ ৰূপ বুলি কোৱা হয়৷ কিন্তু এই পেৰেছমনিয়া কি? টোপনিৰ মাজত অনিচ্ছাকৃতভাৱে বিভিন্ন ধৰণৰ কাম কৰাকে পেৰেছমনিয়া বুলি কোৱা হয়৷ টোপনিৰ এক বিশেষ পৰ্যায়ক কোৱা হয় নন ৰেপিড আই মুভমেণ্ট বা এন ই আৰএম শ্লিপ৷ বিষয়টো কিন্তু মাজনিশা আধা টোপনিতে সংগীৰ সৈতে সংগমত লিপ্ত হোৱাটো একেবাৰেই পৃথক৷ এই ৰোগত বহু ক্ষেত্ৰত ৰোগীয়ে টোপনিতেই মৃগী ৰোগীৰ দৰে আচৰণ কৰে, যাৰ ফলত ডাঙৰ বিপদো আহিব পাৰে৷

সাধাৰণতে ইলেক্ট্ৰো এনছেফালোগ্ৰাফি বা ই ই জি আৰু পলিছোমনোগ্ৰাফী নামৰ পৰীক্ষাৰ মাধ্যমেৰে এই ৰোগ নিৰ্ণয় কৰা হয়৷ বহু সময়ত এই ৰোগত আক্ৰান্ত ব্যক্তি মানসিক সমস্যাতো ভূগিবলৈ ধৰে৷ সম্প্ৰতি অষ্ট্ৰেলিয়াৰ চিডনিৰ অধিবাসী টিমোথি মেলকম ৰোলেণ্ড নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উঠিছিল৷ কিন্তু পৰীক্ষা কৰি দেখা যায় যে তেওঁ এই বিৰল ৰোগত আক্ৰান্ত৷ আৰু তাৰপৰাই তেওঁ ধৰ্ষণৰ গোচৰৰ পৰা ৰেহাই পায়৷ সমগ্ৰ ঘটনাত মানসিক ভাৱে ভাঙি পৰে টিমোথি৷ এগৰাকী নাৰীৰ প্ৰতি অন্যায় কৰিছে জানিয়েই মানসিক যন্ত্ৰণাত ভূগিছে তেওঁ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ! লগতে আছে সূৰ্যৰ গোচৰ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ! লগতে আছে সূৰ্যৰ গোচৰ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

স্বামীৰ হৃদয়ৰ ৰাণী, ঘৰে বাহিৰে সমানে সাফল্য আনে এই ৩ৰাশিৰ যুৱতীয়ে

স্বামীৰ হৃদয়ৰ ৰাণী, ঘৰে বাহিৰে সমানে সাফল্য আনে এই ৩ৰাশিৰ যুৱতীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.