• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ! লগতে আছে সূৰ্যৰ গোচৰ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ! লগতে আছে সূৰ্যৰ গোচৰ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

1 year ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

10 minutes ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

39 minutes ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

1 hour ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

3 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

6 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

6 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

6 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

7 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

7 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

8 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

8 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ! লগতে আছে সূৰ্যৰ গোচৰ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ! লগতে আছে সূৰ্যৰ গোচৰ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

editor by editor
March 7, 2025
in জীৱনশৈলী
0
দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ! লগতে আছে সূৰ্যৰ গোচৰ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফাগুনৰ পূৰ্ণিমান পালিত হয় দৌল৷ এই ৰঙৰ উৎসৱত আনন্দত ভাহে সমগ্ৰ দেশ৷ আগন্তুক ১৪ মাৰ্চত পালিত হ’ব দৌল বা হোলি৷ তাৰ এদিন আগত অৰ্থাৎ ১৩ মাৰ্চৰ সন্ধিয়া পালন কৰা হ’ব হোলিকা দহন উৎসৱ৷ এই বছৰ দৌলৰ দিনা জ্যোতিষ অনুসৰি এটা বিশেষ যোগ গঠিত হ’ব৷ ১৪ মাৰ্চত দৌল পূৰ্ণিমাত এই বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ৷ আকৌ একে দিনাই কুম্ভ ৰাশি এৰি মীন ৰাশিত গোচৰ কৰিব সূৰ্যই৷ এই বিৰল যোগৰ ফলত জ্যোতিষ গণনাৰ হিচাপত দুৰ্দান্ত লাভ হ’ব ৪ৰাশিৰ জাতকৰ৷ জানি থওক তালিকাত কোন কোন আছে?

বৃষ ৰাশি

চন্দ্ৰগ্ৰহণৰ দিনা সূৰ্যৰ গোচৰৰ ফলত সুসময় আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ পেছাগত জীৱনৰ সকলো বাধা বিপত্তি দূৰ হ’ব৷ নিজৰ পছন্দমতে পদোন্নতি পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ এই সময়ত সকলো কামতেই পৰিয়ালৰ সমৰ্থন পাব৷ ডাঙৰ আৰ্থিক লাভৰো সুযোগ পাব৷

মিথুন ৰাশি

১৪ মাৰ্চৰ পৰা জীৱনত উন্নতি আৰম্ভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত সুখ সমৃদ্ধি লাভ কৰিব আপুনি৷ পুৰণি অসুখৰ পৰা মুক্তি পাব৷ কামৰ চাপ কমাই মানসিক শান্তিত থাকিব আপুনি৷ আৰ্থিক পৰিস্থিতিৰো উন্নতি হ’ব৷
কৰ্কট ৰাশি

সূৰ্যৰ যুঁটিৰ সৈতে বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত সকলো সংকটৰ পৰা মুক্তি পাব কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ত আপুনি সকলো কামতেই শুভ ফল লাভ কৰিব৷ যি কামতেই হাত দিব তাতেই সৌভাগ্য আপোনাৰ কাষত থাকিব৷ নতুন চাকৰি পাব পাৰে৷ নষ্ট হোৱা কোনো কাম আকৌ নতুনকৈ সম্পন্ন কৰিব পাৰিব৷

তুলা ৰাশি

১৪ মাৰ্চৰ পৰা সোণালী সময় আহিব তুলা ৰাশিৰ জাতকৰ জীৱনত৷ কেৰিয়াৰত নানান দিশৰ পৰা আশাতীত সাফল্য পাব আপুনি৷ এই সময়ত জীৱনত উন্নতি কৰাৰ নানান সুযোগ পাব তুলা ৰাশিৰ জাতকে৷ জীৱনত উন্নতিৰ নতুন দিশা পাব৷ ডাঙৰ আৰ্থিক লাভ হোৱাৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
Next Post
স্বামীৰ হৃদয়ৰ ৰাণী, ঘৰে বাহিৰে সমানে সাফল্য আনে এই ৩ৰাশিৰ যুৱতীয়ে

স্বামীৰ হৃদয়ৰ ৰাণী, ঘৰে বাহিৰে সমানে সাফল্য আনে এই ৩ৰাশিৰ যুৱতীয়ে

ৱেইটিং লিষ্টৰ যাত্ৰীয়ে প্ৰৱেশ কৰিব নোৱাৰিব ষ্টেচনত! ভিৰ কমাবলৈ ডাঙৰ সিদ্ধান্ত ৰে’ল বিভাগৰ

ৱেইটিং লিষ্টৰ যাত্ৰীয়ে প্ৰৱেশ কৰিব নোৱাৰিব ষ্টেচনত! ভিৰ কমাবলৈ ডাঙৰ সিদ্ধান্ত ৰে’ল বিভাগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.