• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নাম সলনি কৰক, ইণ্ডিয়া ৰখাৰ যুক্তি কি আছেঃ RSS নেতা দত্তাত্ৰেয় হোছাবল

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নাম সলনি কৰক, ইণ্ডিয়া ৰখাৰ যুক্তি কি আছেঃ RSS নেতা দত্তাত্ৰেয় হোছাবল

1 year ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

31 minutes ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

59 minutes ago
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

1 hour ago
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

2 hours ago
মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

3 hours ago
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

4 hours ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

18 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

19 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

20 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

21 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

23 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নাম সলনি কৰক, ইণ্ডিয়া ৰখাৰ যুক্তি কি আছেঃ RSS নেতা দত্তাত্ৰেয় হোছাবল

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নাম সলনি কৰক, ইণ্ডিয়া ৰখাৰ যুক্তি কি আছেঃ RSS নেতা দত্তাত্ৰেয় হোছাবল

editor by editor
March 11, 2025
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নাম সলনি কৰক, ইণ্ডিয়া ৰখাৰ যুক্তি কি আছেঃ RSS নেতা দত্তাত্ৰেয় হোছাবল
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা আৰ বিআইৰ নাম পৰিবৰ্তনৰ পক্ষে প্ৰশ্ন তুলিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবলৰ। দিল্লীত এক অনুষ্ঠানত দত্তাত্ৰেয়ই কয়, ‘ইংৰাজিত আমি ইণ্ডিয়া কওঁ। কিন্তু ভাৰতীয় ভাষাত আমাৰ দেশৰ নাম ভাৰত। তেন্তে কিয় আমাৰ কনষ্টিটিউছন অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নাম এতিয়াও সলনি হোৱা নাই? এনেকৈ কেনেকৈ চলিব। এই প্ৰশ্ন কিয় নুতুলে, সকলোৱে এই প্ৰশ্ন কৰা উচিত। যদি দেশৰ নাম ভাৰত হয় তেন্তে সকলোবোৰৰ নামকৰণ তেনেকৈয়ে কৰা উচিত।

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰত বনাম ইণ্ডিয়া বিতৰ্ক চলিছিল। বিৰোধী জোঁটৰ নামকৰণৰ পৰাই ইণ্ডিয়া বনাম ভাৰত বিতৰ্কও আৰম্ভ হয়। ইয়াৰমাজতেই স্কুলৰ সকলো পাঠ্যক্ৰমত ইণ্ডিয়া মুচি তাৰস্থানত ভাৰত লিখা হয়। কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ৰ নথিতো ইণ্ডিয়াৰ ঠাইত ভাৰত হয়।

উল্লেখ্যে যে ইংৰাজিত দেশৰ নাম ইণ্ডিয়া এতিয়াও আছে তাকে লৈ দেশজুৰি চলি আছে তৰ্ক বিতৰ্ক। বিজেপি বিৰোধী জোঁটৰ নাম ইণ্ডিয়া। ইয়াৰপাছতেই জাতীয় ৰাজনীতিত ইণ্ডিয়া বনাম ভাৰত বিতৰ্ক আৰম্ভ হয়। জি-২০ সন্মিলনতো ইণ্ডিয়া অঁতৰাই  ভাৰত লিখা হৈছিল। দেশৰ ৰাষ্ট্ৰপতিৰ নামফলকত পূৰ্বে থকা প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ সলনি প্ৰেছিডেণ্ট অফ ভাৰত লিখা হৈছে। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী মোদীৰ নামফলকতো পিএম অফ ইণ্ডিয়াৰ সলনি পি এম অফ ভাৰত লিখা হৈছে। ইণ্ডিয়া নামটোক ঔপনিবেশিক আখ্যা দিছে গেৰুৱা শিৱিৰে। আৰু শেহতীয়াকৈ সেই যুক্তিতেই আৰ বি আইৰ নামো সলনি কৰি ভাৰত ৰখাৰ অনুৰোধ জনাইছে আৰ এছ এছ নেতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

May 31, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!
জীৱনশৈলী

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

May 31, 2026
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
Next Post
১৩ নে ১৪ মাৰ্চত দৌলপূৰ্ণিমা? পঞ্জিকামতে হোলিকা দহনৰ সময় জানি থওক

১৩ নে ১৪ মাৰ্চত দৌলপূৰ্ণিমা? পঞ্জিকামতে হোলিকা দহনৰ সময় জানি থওক

মাত্ৰ ৭দিন মাজত, শুক্ৰ অস্ত যোৱাৰ ফলত এই ৫ৰাশিয়ে সকলোক্ষেত্ৰতে লাভ কৰিব সফলতা

মাত্ৰ ৭দিন মাজত, শুক্ৰ অস্ত যোৱাৰ ফলত এই ৫ৰাশিয়ে সকলোক্ষেত্ৰতে লাভ কৰিব সফলতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.