• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতিবাৰে নাৰায়ণৰ কৃপাত ধন আহিব এই ৫ৰাশিৰ হাতলৈ! ভাগ্যবানৰ তালিকাত আছেনে আপুনি? আজিয়েই জানি থওক

বৃহস্পতিবাৰে নাৰায়ণৰ কৃপাত ধন আহিব এই ৫ৰাশিৰ হাতলৈ! ভাগ্যবানৰ তালিকাত আছেনে আপুনি? আজিয়েই জানি থওক

2 years ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

4 minutes ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

2 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

3 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

3 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

4 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

4 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

5 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

5 hours ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

6 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

8 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতিবাৰে নাৰায়ণৰ কৃপাত ধন আহিব এই ৫ৰাশিৰ হাতলৈ! ভাগ্যবানৰ তালিকাত আছেনে আপুনি? আজিয়েই জানি থওক

বৃহস্পতিবাৰে নাৰায়ণৰ কৃপাত ধন আহিব এই ৫ৰাশিৰ হাতলৈ! ভাগ্যবানৰ তালিকাত আছেনে আপুনি? আজিয়েই জানি থওক

editor by editor
March 12, 2025
in জীৱনশৈলী, বিবিধ
0
বৃহস্পতিবাৰে নাৰায়ণৰ কৃপাত ধন আহিব এই ৫ৰাশিৰ হাতলৈ! ভাগ্যবানৰ তালিকাত আছেনে আপুনি? আজিয়েই জানি থওক
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৩ মাৰ্চ ২০২৫ বৃহস্পতিবাৰে চন্দ্ৰই সিংহ ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ফাগুনৰ শুক্লা চতুৰ্দশী তিথি৷ কাইলৈ পুৱা ৫ বাজি ৪৭ মিনিট পৰ্যন্ত শুক্লা চতুৰ্দশী তিথি থাকিব, তাৰপাছতেই আৰম্ভ হ’ব ফাগুনৰ পূৰ্ণিমা তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ ধৃতি যোগ আৰু শূল যোগৰ প্ৰভাৱ থাকিব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ হোলিকা দহনত ধৃতি যোগৰ প্ৰভাৱত জীৱনত চকুত লগা উন্নতি কৰিব মিথুন ৰাশিৰ জাতকে৷ বিষ্ণুৰ আশীৰ্বাদত বেছ কিছু আৰ্থিক লাভ কৰিব পাৰে আপুনি৷ শিক্ষাক্ষেত্ৰত কোনো সমস্যা চলিলে তাৰপৰাও কাইলৈ মুক্তি পাব পাৰে মেষ ৰাশিৰ জাতকে৷ নিজৰ লক্ষ্যৰ দিশত কাইলৈ আৰু এঢাপ আগুৱাই যাব পাৰিব আপুনি৷

কন্যা ৰাশি

কাইলৈ থাকিব ধৃতি যোগ আৰু শূল যোগ৷ এই যোগৰ শুভ প্ৰভাৱ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ বৃহস্পতিবাৰে আপোনাৰ পৰিয়ালত বিশেষ কোনো সুখৰ খবৰ আহিব পাৰে৷ শহুৰৰ ঘৰৰ পৰা সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ ব্যৱসায়ত পাবলগীয়া টকা উভতাই পাব৷ জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হব৷ কোনো বিশেষ সূত্ৰৰ পৰা অৰ্থ লাভ কৰিব পাৰে৷

তুলা ৰাশি

১৩ মাৰ্চ হোলিকা দহনত দুৰ্দান্ত দিন কটাব তুলা ৰাশিৰ জাতকে৷ সকলো কামতেই সৌভাগ্যক কাষত পাব আপুনি৷ আৰ্থিকভাৱেও কিছু উন্নতি কৰিব পাৰিব৷ ইয়াৰ ফলত কাইলৈ আপোনাৰ মনত সুখ, শান্তি আৰু আনন্দ বৰ্তি থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে কাইলৈ সুখৰ সময় কটাব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ পৰিচিত হব পাৰে৷

ধনু ৰাশি

কাইলৈ বৃহস্পতিবাৰে ধৃতি যোগৰ সম্পূৰ্ণ ফল পাব ধনু ৰাশিৰ জাতকে৷ সন্তানৰ দিশৰ পৰা কাইলৈ কোনো সুখবৰ পাব পাৰে৷ কাইলৈ সমাজত সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ধনু ৰাশিৰ জাতকৰ৷ বন্ধুৰ সৈতে হাঁহি তামাছা কৰি কাইলৈ সন্ধিয়াটো কটাব আপুনি৷ কাইলৈ ধনু ৰাশিৰ জাতকে যি কামতেই হাত দিব তাতেই ভৰপুৰ সাফল্য লাভ কৰিব৷

মীন ৰাশি

কাইলৈ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ বিশেষ শুভ প্ৰভাৱ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ প্ৰতিভাৰ বিকাশ ঘটিব মীন ৰাশিৰ জাতকৰ৷ পৰিশ্ৰম কৰিলে নাৰায়ণৰ দয়াত তাৰ সুফল অৱশ্যেই লাভ কৰিব৷ অফিচত চিনিয়ৰসকলৰ পৰা নিজৰ কামৰ প্ৰশংসা পাব মীন ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি কাইলৈ আগ্ৰহ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

October 17, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

October 17, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো পঢ়ক ১২ ৰাশিৰ ৰাশিফল

দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো পঢ়ক ১২ ৰাশিৰ ৰাশিফল

পুনৰ নিৰাশা, এতিয়াই উভতি আহিব নোৱাৰে সুনীতা উইলিয়ামছ

পুনৰ নিৰাশা, এতিয়াই উভতি আহিব নোৱাৰে সুনীতা উইলিয়ামছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.