• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশৰ পৰা এইবাৰ বিশ্বক শাসন কৰিব চীনে, চিন্তাত অন্য দেশ

মহাকাশৰ পৰা এইবাৰ বিশ্বক শাসন কৰিব চীনে, চিন্তাত অন্য দেশ

1 year ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

10 minutes ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

43 minutes ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

1 hour ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

2 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

2 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

3 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

4 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

5 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

5 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

6 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

7 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশৰ পৰা এইবাৰ বিশ্বক শাসন কৰিব চীনে, চিন্তাত অন্য দেশ

মহাকাশৰ পৰা এইবাৰ বিশ্বক শাসন কৰিব চীনে, চিন্তাত অন্য দেশ

editor by editor
March 14, 2025
in জীৱনশৈলী, বিজ্ঞান, বিশ্ব
0
মহাকাশৰ পৰা এইবাৰ বিশ্বক শাসন কৰিব চীনে, চিন্তাত অন্য দেশ
0
SHARES
928
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীন মানেই নতুন নতুন টেকনলজিৰ আৱিষ্কাৰ৷ এনে বহু সামগ্ৰী আছে যিসমূহেৰে তেওঁলোকে বিশ্ব সহজেই জিনিব পাৰে৷ এইবাৰ মহাকাশতো শাসন কৰিবলৈ আগবাঢ়িছে চীন৷ ৰঙা চীনে মহাকাশত তৈয়াৰ কৰিছে নতুন স্পেছ ষ্টেচন৷ ৰোবোটিক্স বিজ্ঞানৰ দিশৰ পৰা চীনে বিশ্বক বহু বেছি পিছপেলাই আগুৱাইছে৷ এইবাৰ তেওঁলোকে মহাকাশৰ পৰা নিজৰ কাম চলাবলৈ আগবাঢ়িছে৷ মহাকাশত তেওঁলোকে তৈয়াৰ কৰিছে স্পেছ বেছড চলাৰ পাৱাৰ ষ্টেচন৷ ইয়াৰ ফলত তেওঁলোকে মহাকাশৰ পৰা তেওঁলোকৰ সমস্ত কাম নিয়ন্ত্ৰণ কৰিব পাৰিব৷ কেৱল সেয়াই নহয়, যদি তেওঁলোকে ইচ্ছা কৰে তেন্তে বিশ্বৰ বহু দেশৰ ওপৰত আক্ৰমণো কৰিব পাৰিব সহজেই৷

চীনৰ সংবাদপত্ৰৰ পৰা জনা গৈছে যে এনে তিনিটা বান্ধ আছে যিসমূহ চীনে নিজৰ নিয়ন্ত্ৰণত ৰাখিব খোজে৷ সেয়ে মহাকাশৰ এই স্পেছ ষ্টেচনসমূহ কামত লাগিব৷ ইয়াৰ ফলত চীনৰ হাতত অফুৰন্ত এনাৰ্জি আহিব যিয়ে আগন্তুক সময়ত বিশ্বৰ শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠিত কৰাত চীনক সহায় কৰিব৷ কেনেকৈ তৈয়াৰ হব এই স্পেছ ষ্টেচন? জনা গৈছে যে এক বিশালকায় আয়নাৰে তৈয়াৰ হব এই ষ্টেচন৷ এই আইনাই সূৰ্যৰ পৰা শক্তি আহৰণ কৰিব৷ তাৰপৰাই তৈয়াৰ হব বিদ্যুৎ৷ এই বিদ্যুতক তেওঁলোকে মহাকাশৰ পৰা পঠিয়াই দিব চীনৰ বিশেষ এনাৰ্জি ষ্টেচনলৈ৷ ফলত সেই দেশৰ বিদ্যুতৰ চাহিদা দূৰ হব৷

সৌৰশক্তি এক বিৰাট শক্তিৰ উৎস৷ সেই শক্তিক কামত লগাই মহাকাশৰ পৰা চীনে এই বিদ্যুৎ তৈয়াৰ কৰিব৷ এই শক্তিক যদি চীনে ইচ্ছা কৰে তেন্তে অন্য কোনো দেশ ধ্বংসৰ কামতো ব্যৱহাৰ কৰিব পাৰে৷ এই সমস্ত বিষয়টো এতিয়াও পৰীক্ষাৰ পৰ্যায়তেই আছে৷ বিশ্বৰ অন্য দেশসমূহে ধাৰণা কৰিছে যে যদি নিজৰ এই কামটো দ্ৰুততৰভাৱে কৰিবলৈ সক্ষম হয় তেন্তে বিশ্বৰ অন্য শক্তিধৰ দেশসমূহ চেলেঞ্জৰ মুখত পৰিব৷ তেতিয়াই চীনৰ সৈতে সংঘাত আৰু বৃদ্ধি হব পাৰে অন্য দেশসমূহৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
Next Post
নতুন প্ৰেমিকা গৌৰীক বিয়া কেতিয়া কৰাব আমিৰে? খুল্লম খুল্লা প্ৰেমৰ কথা ঘোষণা কৰি কি কি ক’লে আমিৰ খানে?

নতুন প্ৰেমিকা গৌৰীক বিয়া কেতিয়া কৰাব আমিৰে? খুল্লম খুল্লা প্ৰেমৰ কথা ঘোষণা কৰি কি কি ক’লে আমিৰ খানে?

দৌলত গজকেশৰী ৰাজযোগ! ৫ ৰাশিৰ দুঃখৰ দিন শেষ, ভাগ্যৰ চকা ঘূৰিব কাৰ কাৰ?

দৌলত গজকেশৰী ৰাজযোগ! ৫ ৰাশিৰ দুঃখৰ দিন শেষ, ভাগ্যৰ চকা ঘূৰিব কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.