• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ এপ্ৰিলৰ পৰা নতুন নিয়ম! এইসমূহ মোবাইল নম্বৰত বন্ধ হ’ব বেংকিং আৰু UPI পৰিসেৱা, জানি থওক সবিশেষ

১ এপ্ৰিলৰ পৰা নতুন নিয়ম! এইসমূহ মোবাইল নম্বৰত বন্ধ হ’ব বেংকিং আৰু UPI পৰিসেৱা, জানি থওক সবিশেষ

1 year ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

27 minutes ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

1 hour ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

2 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

2 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

3 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

3 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

4 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

5 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

5 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

7 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ এপ্ৰিলৰ পৰা নতুন নিয়ম! এইসমূহ মোবাইল নম্বৰত বন্ধ হ’ব বেংকিং আৰু UPI পৰিসেৱা, জানি থওক সবিশেষ

১ এপ্ৰিলৰ পৰা নতুন নিয়ম! এইসমূহ মোবাইল নম্বৰত বন্ধ হ’ব বেংকিং আৰু UPI পৰিসেৱা, জানি থওক সবিশেষ

editor by editor
March 19, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
১ এপ্ৰিলৰ পৰা নতুন নিয়ম! এইসমূহ মোবাইল নম্বৰত বন্ধ হ’ব বেংকিং আৰু UPI পৰিসেৱা, জানি থওক সবিশেষ
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Google Pay, PhonePe, Paytmৰ দৰে UPIৰ দৰে এপ ব্যৱহাৰ কৰে তেন্তে সাবধান৷ একাউণ্টৰ সৈতে কানেক্টেড যিসমূহ মোবাইল নম্বৰ দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয়, সেইসমূহ একাউণ্ট বন্ধ কৰি দিব বেংকে৷ ১ এপ্ৰিলৰ পৰা লাঘু হব এই নিয়ম৷ গ্ৰাহকে যদি দীৰ্ঘদিন ধৰি কোনো মোবাইল নম্বৰ ব্যৱহাৰ নকৰে তেন্তে বেংকে সেই নম্বৰৰ সৈতে সংযুক্ত ইউ পি আই একাউণ্ট বন্ধ কৰি দিব পাৰে৷ সেই একাউণ্ট চলাই থাকিবলৈ হলে আপুনি দ্ৰুততৰভাৱে আপোনাৰ নম্বৰ আপডেট কৰিব লাগিব৷

বেংক আৰু ইউ পি আই এপসমূহক ৩১ মাৰ্চৰ ভিতৰত নিষ্ক্ৰিয় মোবাইল নম্বৰ চিষ্টেমৰ পৰা আঁতৰাই দিয়াৰ নিৰ্দেশ দিছে৷ নেশ্ব্যনেল পেমেণ্টছ কৰ্পৰেছন অফ ইণ্ডিয়াই৷ ইয়াৰ কাৰণ মূলত ২ টা৷ নিষ্ক্ৰিয় বা পুনৰ্ব্যৱহৃত মোবাইল নম্বৰৰ কাৰণে লেনদেনত বহু সময়ত সমস্যা হয়৷ বহু সময়ত পুৰণি নম্বৰ নতুন গ্ৰাহকৰ হাতলৈ গুচি যোৱাৰ বাবে ভুল লেনদেন হয়৷ ইয়াৰ বাবেই বেংক আৰু ইউ পি আই পৰিসেৱা প্ৰদানকাৰী সংস্থাসমূহক পুৰণি, নিষ্ক্ৰিয় নম্বৰসমূহ আঁতৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে৷

যদি কোনো মোবাইল নম্বৰত ৯০ দিন ধৰি ভয়েছ কল, এছ এম এছ বা ডাটা ব্যৱহাৰ নকৰে তেন্তে সেয়া নিষ্ক্ৰিয় হৈ পৰিব৷ তেতিয়া সেই নম্বৰ নতুন ব্যৱহাৰকাৰীক দি দিয়া হয়৷ এতিয়া যদি এই নম্বৰ কোনো গ্ৰাহকৰ বেংক বা অন্যান্য আৰ্থিক পৰিসেৱাৰ সৈতে যুক্ত থাকে তেন্তে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ পুৰণি মোবাইল নম্বৰ নিষ্ক্ৰিয় হৈ গলে দ্ৰুতভাৱে বেংকত গৈ নতুন নম্বৰ আপডেট কৰিব লাগিব৷ যাতে লেনদেন বা অন্যান্য পৰিসেৱাত কোনো সমস্যা নাহে৷

যিকোনো ইউ পি আই লেনদেনৰ বাবে মোবাইল নম্বৰ অত্যন্ত গুৰুত্বপূৰ্ণ৷ গ্ৰাহকৰ মোবাইল নম্বৰৰ কোনো সমস্যা থাকিলে লেনদেন নহব পাৰে৷ বহু গ্ৰাহকে তেওঁলোকৰ বেংক একাউণ্ট বা ইউপিআই এপত একাধিক নম্বৰ যুক্ত কৰক৷ যদি এই নম্বৰসমূহৰ আটাইবোৰেই দীৰ্ঘ সময় নিষ্ক্ৰিয় থাকে তেন্তে তাক চিষ্টেমৰ পৰা মছি পেলোৱা হব বুলিও জনাইছে নেশ্ব্যনেল পেমেণ্টছ কৰ্পৰেছন অফ ইণ্ডিয়াই৷

লেনদেন সংক্ৰান্তিয় সমস্যা দূৰ কৰিবলৈ এন পি চি আই বেংক আৰু ইউপিআই এপসমূহৰ বাবে কিছু নিয়ম বাধ্যতামূলক কৰিছে৷ প্ৰতি সপ্তাহত মুছি পেলোৱা নম্বৰসমূহৰ তালিকা আপডেট কৰিব লাগিব৷ ১ এপ্ৰিলৰ পৰা কোনো নিষ্ক্ৰিয় বা পুনৰ্ব্যৱহৃত নম্বৰ বেংকৰ চিষ্টেমৰ পৰা একেবাৰেই মছি দিয়া হব৷ যদি গ্ৰাহকে নিজৰ বেংক একাউণ্ট বা ইউপি আই আই ডি সক্ৰিয় ৰাখিব খোজে তেন্তে দ্ৰুতভাৱে নম্বৰ আপডেট বা মোবাইল ৰিচাৰ্জ কৰিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

May 27, 2026
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ
জীৱনশৈলী

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

May 27, 2026
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ
জীৱনশৈলী

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

May 27, 2026
Next Post
কৃষ্ণা ষষ্ঠীত শুভ দিন, সকলো কামতেই বিপুল অৰ্থলাভ এই ৫ৰাশিৰ জীৱনত

কৃষ্ণা ষষ্ঠীত শুভ দিন, সকলো কামতেই বিপুল অৰ্থলাভ এই ৫ৰাশিৰ জীৱনত

সংস্কৃতিয়ে জাতিটোৰ পৰিচয় বহন কৰে আৰু শিল্পী সকলেই সৃষ্টিৰ বিভিন্ন আহিলাৰে সংস্কৃতিৰ ধ্বজা উৰুৱাইঃ ইবছন লাল বৰুৱা

সংস্কৃতিয়ে জাতিটোৰ পৰিচয় বহন কৰে আৰু শিল্পী সকলেই সৃষ্টিৰ বিভিন্ন আহিলাৰে সংস্কৃতিৰ ধ্বজা উৰুৱাইঃ ইবছন লাল বৰুৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.