• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শক্তি বাঢ়ি কৰ্কটলৈ আহিছে মঙ্গল! ৰঙা গ্ৰহৰ গোচৰত এপ্ৰিলত ৰাজভোগ কৰিব ৪ৰাশিয়ে

শক্তি বাঢ়ি কৰ্কটলৈ আহিছে মঙ্গল! ৰঙা গ্ৰহৰ গোচৰত এপ্ৰিলত ৰাজভোগ কৰিব ৪ৰাশিয়ে

1 year ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

3 minutes ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

15 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

16 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

16 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

17 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

17 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

18 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

18 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

19 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

19 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শক্তি বাঢ়ি কৰ্কটলৈ আহিছে মঙ্গল! ৰঙা গ্ৰহৰ গোচৰত এপ্ৰিলত ৰাজভোগ কৰিব ৪ৰাশিয়ে

শক্তি বাঢ়ি কৰ্কটলৈ আহিছে মঙ্গল! ৰঙা গ্ৰহৰ গোচৰত এপ্ৰিলত ৰাজভোগ কৰিব ৪ৰাশিয়ে

editor by editor
March 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শক্তি বাঢ়ি কৰ্কটলৈ আহিছে মঙ্গল! ৰঙা গ্ৰহৰ গোচৰত এপ্ৰিলত ৰাজভোগ কৰিব ৪ৰাশিয়ে
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত মঙলক সেনাপতি গ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহ সাহস, বীৰত্ব, আত্মবিশ্বাস আৰু আক্ৰমণাত্মক মনোভাৱৰ সৈতে যুক্ত৷ মঙ্গলে এক ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ বৰ্তমান ৰঙা গ্ৰহ মঙ্গলে অৱস্থান কৰিছে মিথুন ৰাশিত৷ ৩ এপ্ৰিল মঙ্গলবাৰে মিথুন এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ ২০ অক্টোবৰ ২০২৪ত মঙ্গলে কৰ্কটলৈ আহিছিল৷ কিন্তু ডিচেম্বৰত মঙ্গলৰ বক্ৰীদশা আৰম্ভ হব৷ বিপৰীত চলনত মঙ্গলে এই বছৰৰ জানুৱাৰী মাহত আকৌ মিথুনলৈ উভতি আহে৷ এইবাৰ সেনাপতি গ্ৰহ মঙ্গলে মাৰ্গী দশাত উভতি আগন্তুক ৩ এপ্ৰিলৰ নিশা ১ বাজি ৩২ মিনিটত কৰ্কট ৰাশিত গোচৰ কৰিব৷ মঙ্গলৰ এই গোচৰ চাৰি ৰাশিৰ জাতকৰ বাবে দুৰ্দান্ত সময় আহিব৷ জানি থওক তালিকাত কোন কোন আছে?

মিথুন ৰাশি

মিথুন ৰাশিত দ্বিতীয় ঘৰত গোচৰ কৰিব মঙ্গলে৷ ইয়াৰ প্ৰভাৱত এপ্ৰিলৰ পৰা সম্পদ বৃদ্ধি হব মিথুন ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত বৃহৎ আৰ্থিক লাভ হব আপোনাৰ৷ উপাৰ্জন বাঢ়িব৷ সঞ্চয়ৰ পৰিমাণো বাঢ়িব৷ আয় বঢ়াৰ ফলত অকাৰণে খৰচৰ প্ৰতিও আকৰ্ষণ বাঢ়িব৷ ব্যয় নিয়ন্ত্ৰণত ৰখা জৰুৰী৷ অফিচত প্ৰমোছন পাব পাৰে৷

কন্যা ৰাশি

আগন্তুক মাহত কন্যা ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব মঙ্গলেষ এই পৰিস্থিতিত বন্ধুৰ পৰা দৰকাৰী সাহায্য পাব মিথুন ৰাশিৰ জাতকে৷ মোটা টকা উপাৰ্জন কৰিব৷ ব্যৱসায়ীয়ে এই সময়ত ডাঙৰ মুনাফা লাভ কৰিব৷ আপুনি নিজৰ প্ৰতিদ্বন্দীক হৰুৱাই জয়ী হব৷ নিৰাপত্তা ক্ষেত্ৰত কৰ্মৰতসকলে ডাঙৰ উন্নতি কৰাৰ যোগ আছে৷

বৃশ্চিক ৰাশি

এপ্ৰিলত বৃশ্চিক ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব মঙ্গলে৷ ৰঙা গ্ৰহৰ প্ৰভাৱত ধাৰ্মিক বিষয়ত আগ্ৰহ বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ মনত পজিটিভ চিন্তাভাৱনাই কাম কৰিব৷ নিজৰ সকলো কাম আৰু ভালকৈ কৰিব পাৰিব আপুনি৷ স্বাস্থ্যক লৈ সচেতন থকাটো জৰুৰী৷ শৰীৰ বেয়া হব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ ষষ্ঠ ঘৰত গোচৰ কৰিব মঙ্গলে৷ মঙ্গলৰ শুভ প্ৰভাৱত আগন্তুক মাহত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ সন্মুখত সমস্যা আহিলেও দূৰ হব৷ পুৰণি অসুখৰ পৰা মুক্তি পাব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হব৷ নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং
জীৱনশৈলী

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

July 12, 2026
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 12, 2026
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক
জীৱনশৈলী

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

July 11, 2026
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
Next Post
এক গ্ৰাম বীৰ্যৰ দাম ৩ লাখ ৫০হাজাৰ! শুক্ৰাণু দান পেছা হৈ উঠিছে বহুজনৰ, জানি থওক নিয়ম

এক গ্ৰাম বীৰ্যৰ দাম ৩ লাখ ৫০হাজাৰ! শুক্ৰাণু দান পেছা হৈ উঠিছে বহুজনৰ, জানি থওক নিয়ম

ঘনিষ্ঠতাৰ বাবদ ৫০০০, ঘৰ লোনৰ বাবে ৬০ হাজাৰ, ডিভোৰ্ছ লাগিলে ৪৫লাখ! পত্নীয়ে স্বামীক বান্ধি দিলে দৰ, আৰক্ষীৰ কাষ চাপিছে স্বামী, স্বামীক কি উপদেশ আৰক্ষীৰ?

ঘনিষ্ঠতাৰ বাবদ ৫০০০, ঘৰ লোনৰ বাবে ৬০ হাজাৰ, ডিভোৰ্ছ লাগিলে ৪৫লাখ! পত্নীয়ে স্বামীক বান্ধি দিলে দৰ, আৰক্ষীৰ কাষ চাপিছে স্বামী, স্বামীক কি উপদেশ আৰক্ষীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.