• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্চৰ শেষ সপ্তাহত গজকেশৰী ৰাজযোগ, সকলো কামতেই সফলতা লাভ কৰিব এইকেইটা ৰাশিৰ জাতকে

মাৰ্চৰ শেষ সপ্তাহত গজকেশৰী ৰাজযোগ, সকলো কামতেই সফলতা লাভ কৰিব এইকেইটা ৰাশিৰ জাতকে

1 year ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

3 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

4 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

4 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

5 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

7 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

7 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

8 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

8 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

9 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

9 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

11 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাৰ্চৰ শেষ সপ্তাহত গজকেশৰী ৰাজযোগ, সকলো কামতেই সফলতা লাভ কৰিব এইকেইটা ৰাশিৰ জাতকে

মাৰ্চৰ শেষ সপ্তাহত গজকেশৰী ৰাজযোগ, সকলো কামতেই সফলতা লাভ কৰিব এইকেইটা ৰাশিৰ জাতকে

editor by editor
March 22, 2025
in জীৱনশৈলী
0
মাৰ্চৰ শেষ সপ্তাহত গজকেশৰী ৰাজযোগ, সকলো কামতেই সফলতা লাভ কৰিব এইকেইটা ৰাশিৰ জাতকে
0
SHARES
920
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰে ২৪ মাৰ্চৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত গঠিত হব গজকেশৰী ৰাজযোগ৷ মাৰ্চ মাহৰ শেষ সপ্তাহত চন্দ্ৰ আৰু বৃহস্পতিয়ে পৰস্পৰৰ কেন্দ্ৰীয় স্থানত অৱস্থান কৰিব৷ ইয়াৰ ফলত গঠিত হব গজকেশৰী ৰাজযোগ৷ ইয়াৰোপৰি এই সপ্তাহত মীন ৰাশিত থাকিব বুধাদিত্য ৰাজযোগ আৰু শুক্ৰাদিত্য ৰাজযোগ৷ আগন্তুক সপ্তাহৰ শেষত শনিশ্চৰী অমাবস্যাত কুম্ভ এৰি মীন ৰাশিত গোচৰ কৰিব শনিয়ে৷ তাৰ সৈতে সেই দিনাই হব এই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ৷ জ্যোতিষ গণনা অনুসৰি এই সকলো যোগৰ প্ৰভাৱত যেনেকৈ সকলো কামতে সৌভাগ্য লাভ কৰিব তেনেকৈ এই শুভ যোগত জীৱনত সম্পদ ভৰাই তুলিব৷ জানি থওক জ্যোতিষ গণনা অনুসৰি মাৰ্চৰ চতুৰ্থ সপ্তাহত গজকেশৰী ৰাজযোগৰ প্ৰভাৱত দুৰ্দান্ত উন্নতি কৰাৰ সুযোগ পাব কোন কোন ৰাশিৰ জাতকে৷ জানি থওক ২৪ মাৰ্চৰ পৰা ৩০ মাৰ্চৰ মাজত এই সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

বিভিন্ন গ্ৰহ নক্ষত্ৰৰ অৱস্থানে জনাইছে যে নতুন সপ্তাহত নিজৰ পৰিকল্পনামতে সকলো কামতেই মেষ ৰাশিৰ জাতকে সফলতা লাভ কৰিব৷ এই সময়ত এওঁলোকে যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ কোনো কামক লৈ মনত সংশয় থাকিলে আগন্তুক সপ্তাহত এই কামত ভাল ফল পাব৷ ব্যৱসায়, কনছালটেন্সি আৰু চুক্তিভিত্তিক কামত লাভ বাঢ়িব৷

সিংহ ৰাশি

মাৰ্চ মাহৰ শেষ সপ্তাহত আনন্দেৰে দিন কটাব সিংহ ৰাশিৰ জাতকে৷ আগন্তুক সপ্তাহত অভাৱনীয় কিছু লাভ হব আপোনাৰ৷ অফিচত আপোনাৰ বাবে অনুকূল পৰিবেশ থাকিব৷ কৰ্মক্ষেত্ৰত যি সমস্যা আছে সেই সমস্যা আপোনাৰ দূৰ হব৷ আপুনি নিজৰ বিৰোধীসকলক পৰাস্ত কৰিব পাৰিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে ২৪ মাৰ্চৰ পৰা ৩০ মাৰ্চ পৰ্যন্ত এই সপ্তাহ শুভ আৰু লাভজনক হব৷ এই সপ্তাহত আপুনি পৰিকল্পনামতে সকলো কাম সম্পূৰ্ণ কৰিব৷ নিজৰ লক্ষ্যৰ দিশত আৰু কিছু আগুৱাই যাব তুলা ৰাশিৰ জাতক৷ সপ্তাহটি বিলাসবহুলভাৱে কটাব পাৰিব৷ চাকৰিত প্ৰমোছন পাব পাৰে৷ মহিলা চাকৰিয়ালৰ বাবে এই সময় শুভ৷

বৃশ্চিক ৰাশি

মাৰ্চৰ শেষ সপ্তাহ বৃশ্চিক ৰাশিৰ জাতকৰ কেৰিয়াৰত বৃহৎ সাফল্য আহিব৷ কোনো কোনো ক্ষেত্ৰত চেলেঞ্জৰ মুখত পৰিলেও আপুনি শেষ পৰ্যন্ত জয়ী হব৷ আগন্তুক সপ্তাহত পৰিয়াল আৰু অফিচ সংক্ৰান্তিয় যাৱতীয় সমস্যাৰ সমাধান কৰিব পাৰিব৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰে৷ আত্মবিশ্বাস তুংগত থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে
জীৱনশৈলী

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

June 18, 2026
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’
জীৱনশৈলী

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

June 18, 2026
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

June 18, 2026
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?
জীৱনশৈলী

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

June 18, 2026
Next Post
আমেৰিকাত আৰু নাথাকিব শিক্ষা দপ্তৰ! ট্ৰাম্প চৰকাৰে নিদিয়ে শিক্ষাৰ বাবদ কোনো অনুমোদন, কেনেকৈ চলিব আমেৰিকাত লেখা-পঢ়া?

আমেৰিকাত আৰু নাথাকিব শিক্ষা দপ্তৰ! ট্ৰাম্প চৰকাৰে নিদিয়ে শিক্ষাৰ বাবদ কোনো অনুমোদন, কেনেকৈ চলিব আমেৰিকাত লেখা-পঢ়া?

১২ বছৰৰ পাছত মঙ্গলৰ ঘৰত শুক্ৰ! ৩ৰাশিৰ জীৱনলৈ ধনৰ সুখ আহিব, কোটিপতি হোৱাৰ যোগ আছে কাৰ কাৰ জীৱনত?

১২ বছৰৰ পাছত মঙ্গলৰ ঘৰত শুক্ৰ! ৩ৰাশিৰ জীৱনলৈ ধনৰ সুখ আহিব, কোটিপতি হোৱাৰ যোগ আছে কাৰ কাৰ জীৱনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.