• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱৰাত্ৰিৰ ১দিন পূৰ্বেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, এই ২ৰাশিৰ অৱস্থা হ’ব দুৰ্বিসহ

নৱৰাত্ৰিৰ ১দিন পূৰ্বেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, এই ২ৰাশিৰ অৱস্থা হ’ব দুৰ্বিসহ

12 months ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

21 minutes ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

46 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

2 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

2 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

3 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

4 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱৰাত্ৰিৰ ১দিন পূৰ্বেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, এই ২ৰাশিৰ অৱস্থা হ’ব দুৰ্বিসহ

নৱৰাত্ৰিৰ ১দিন পূৰ্বেই ঘটিব বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, এই ২ৰাশিৰ অৱস্থা হ’ব দুৰ্বিসহ

editor by editor
March 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নৱৰাত্ৰিৰ ১দিন পূৰ্বেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, এই ২ৰাশিৰ অৱস্থা হ’ব দুৰ্বিসহ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চন্দ্ৰগ্ৰহণৰ পাছতেই এতিয়া শীঘ্ৰেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ চলিব৷ বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ ২৯ মাৰ্চ, শনিবাৰে অনুষ্ঠিত হব৷ জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি চ’ত নৱৰাত্ৰী সূৰ্যগ্ৰহণৰ ঠিক পাছৰ দিনাৰ পৰাই আৰম্ভ হ’ব৷ অৰ্থাৎ মা দুৰ্গাৰ পূজাৰ দিনাৰ পৰাই শুভ দিন আৰম্ভ হব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ মীন ৰাশি আৰু উত্তৰভাদ্ৰপদ নক্ষত্ৰত হব৷ এই পৰিস্থিতিতি জানি থওক কোন ৰাশিৰ জাতকৰ বাবে বছৰৰ প্রথম সূৰ্যগ্ৰহণে অশুভ ফলাফল আনিব৷ আৰু সূতক কাল বৈধ হবনে?

কেতিয়া হব সূৰ্যগ্ৰহণ?

সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰই অৱস্থান কৰিলেই সূৰ্যগ্ৰহণ হয়৷ যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলাই তেতিয়াই তাক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয়৷ কিন্তু যেতিয়া সম্পূৰ্ণৰূপে ঢাকি ৰাখিব নোৱাৰে তাক আংশিক বুলি কোৱা হয়৷ ২০২৫ চনৰ ২৯ মাৰ্চত আংশিক সূৰ্যগ্ৰহণ হব৷ এই সময়ত চন্দ্ৰই সূৰ্যৰ প্ৰায় ৯৩শতাংশ ঢাকি পেলাব৷ এই সময়তেই এটা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৰে পৰিস্থিতি হলেও ১০০শতাংশ নোহোৱাৰ বাবে তাৰ পূৰ্ণগ্ৰাস বুলি কোৱা নহব৷ এই গ্ৰহণ উত্তৰ আমেৰিকাৰ কিছু অংশৰ পৰা দৃশ্যমান হব৷ এয়া গ্ৰীনলেণ্ড, আইছলেণ্ড, ইউৰোপ আৰু উত্তৰ পশ্চিম আফ্ৰিকাৰ কিছু অংশত দৃশ্যমান হব৷ উত্তৰ পশ্চিম ৰাছিয়াৰ মানুহে তেওঁলোকৰ সময় অনুসৰি দিনৰ শেষত এয়া চাবলৈ সক্ষম হব৷

সূৰ্যগ্ৰহণৰ সময়

চ’ত নৱৰাত্ৰিৰ পূৰ্বে বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ হব ২৯ মাৰ্চৰ দুপৰীয়া ২ বাজি ২১ মিনিটৰ পৰা সন্ধিয়া ৬ বাজি ১৬ মিনিট পৰ্যন্ত৷ গ্ৰহণৰ মুঠ সময়কাল হব ৩ঘণ্টা ৫৩ মিনিট৷ বছৰৰ প্রথম সূৰ্যগ্ৰহণ ইউৰোপ, উত্তৰ এছিয়া, উত্তৰ পশ্চিম আফ্ৰিকা, উত্তৰ আমেৰিকা, আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ মেৰু ইত্যাদি দেশত দৃশ্যমান হব৷

চ’ত নৱৰাত্ৰিত এদিন পূৰ্বে বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ ঘটিব৷ গ্ৰহণৰ কাৰণে চত নৱৰাত্ৰিৰ ঘটস্থাপন হবনে নাই সেই বিষয়টোক লৈ মানুহ চিন্তিত৷ যিহেতু এই সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব, সেয়ে নৱৰাত্ৰিৰ কলহ স্থাপনৰ ওপৰত এই গ্ৰহণৰ কোনো প্ৰভাৱ নপৰে৷

এই ২ৰাশিৰ জাতকৰ বাঢ়িব অসুবিধা

বছৰৰ প্রথম সূৰ্যগ্ৰহণে মেষ আৰু বৃশ্চিক ৰাশিৰ জাতকৰ বাবে অশুভ বুলি ধাৰণা কৰা হৈছে৷ এই ৰাশিৰ জাতকে আগন্তুক এমাহ সাবধান থাকিব লাগিব৷ অৰ্থৰ ক্ষতি হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

March 17, 2026
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ
জীৱনশৈলী

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

March 17, 2026
Next Post
IPLৰ ধাৰাভাষ্যকাৰ দলৰ পৰা বহিষ্কাৰ কৰা হ’ল ইৰফান পাঠানক, কি ভুল কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ পাঠানে?

IPLৰ ধাৰাভাষ্যকাৰ দলৰ পৰা বহিষ্কাৰ কৰা হ’ল ইৰফান পাঠানক, কি ভুল কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ পাঠানে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.