• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন অৰ্থবৰ্ষৰ আৰম্ভণিতেই জানি থওক এই জৰুৰী খবৰ! ১ এপ্ৰিলৰ পৰা সলনি হ’ব financial ছেক্টৰৰ এইসমূহ নিয়ম

নতুন অৰ্থবৰ্ষৰ আৰম্ভণিতেই জানি থওক এই জৰুৰী খবৰ! ১ এপ্ৰিলৰ পৰা সলনি হ’ব financial ছেক্টৰৰ এইসমূহ নিয়ম

11 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন অৰ্থবৰ্ষৰ আৰম্ভণিতেই জানি থওক এই জৰুৰী খবৰ! ১ এপ্ৰিলৰ পৰা সলনি হ’ব financial ছেক্টৰৰ এইসমূহ নিয়ম

নতুন অৰ্থবৰ্ষৰ আৰম্ভণিতেই জানি থওক এই জৰুৰী খবৰ! ১ এপ্ৰিলৰ পৰা সলনি হ'ব financial ছেক্টৰৰ এইসমূহ নিয়ম

editor by editor
March 31, 2025
in জীৱনশৈলী
0
নতুন অৰ্থবৰ্ষৰ আৰম্ভণিতেই জানি থওক এই জৰুৰী খবৰ! ১ এপ্ৰিলৰ পৰা সলনি হ’ব financial ছেক্টৰৰ এইসমূহ নিয়ম
0
SHARES
671
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন অৰ্থবৰ্ষ আৰম্ভ হব ১ এপ্ৰিল মঙলবাৰৰ পৰা। ২০২৫-২০২৬ অৰ্থবৰ্ষৰ পৰাই ফাইনেন্সিয়েল ছেক্টৰত কেইবাটাও নিয়মৰ পৰিবৰ্তন আহিব। বেংকিং, শ্বেয়াৰ মাৰ্কেট, ইনকাম টেক্স, বিভিন্ন ইনভেষ্টমেণ্ট স্কিম, একাধিক চেক্টৰতেই বিভিন্ন ধৰণৰ পৰিবৰ্তন হব। জানি থওক কাইলৈৰ পৰা কি কি নিয়মৰ পৰিবৰ্তন ঘটিব।

আয়কৰ সীমা

২০২৫-২০২৬ অৰ্থবৰ্ষত ১২ লাখ টকালৈকে কোনো আয়কৰ দিব নালাগে চাকৰিয়ালে। ৮৭ৰ ধাৰাত টেক্স ৰিবেট ২৫ হাজাৰৰ পৰা পঢ়াই ৬০ হাজাৰ কৰা হব।

অব্যৱহৃত UPI নম্বৰ ডি এক্সিভেট

বিগত ১২ মাহ ধৰি অব্যৱহৃত সমস্ত ইউপিআই নম্বৰ ডি এক্টিভেট কৰি দিয়া হব। ১ এপ্ৰিলৰ পৰাই লাগু হব এই নিয়ম। আপোনাৰ কোনো ফোন নম্বৰ যদি দীৰ্ঘদিন ব্যৱহাৰ নোহোৱাকৈ আছে তেন্তে সেই নম্বৰত ৩১ তাৰিখেই ৰিচাৰ্জ কৰক অন্যথা ডি এক্টিভেট হৈ পৰিব।

ডিভিডেণ্ট ইনকাম

আধাৰৰ সৈতে পান সংযুক্ত নকৰিলে ১ এপ্ৰিলৰ পৰা কোনো ডিভিডেণ্ট পোৱা নাযাব। পান আধাৰৰ লিংক নাথাকিলে ডিভিডেণ্ট কেপিটেল গেনৰ বাবে টিডিএছ বেছি পৰিমাণে কটা হব।

জি এছ টিৰ হাৰ বৃদ্ধি

যিসমূহ হোটেলৰ কোনো ৰুমৰ ঘৰৰ ভাড়া ৭৫০০ টকাতকৈ বেছি হলে সেইসমূহ হোটেল ৰুমৰ বাবে ১৮শতাংশ জি এছ টি লাঘূ হব।

মিনিমাম বেলেন্স

ষ্টেট বেংক অফ ইণ্ডিয়া, পঞ্জাৱ নেশ্ব্যনেল বেংক আৰু কানাড়া বেংকৰ ছেভিংছ একাউণ্টত মিনিমাম বেলেন্স বজায় ৰাখিব লাগিব গ্ৰাহকে। অন্যথা জৰিমনা ভৰিব লগা হব পাৰে। মিনিমাম বেলেন্সৰ পৰিমাণ কোনো ব্ৰাঞ্চৰ একাউণ্টৰ ওপৰত নিৰ্ভৰ কৰিব। অর্থাৎ গাওঁ এলেকাৰ কোনো ব্ৰাঞ্চৰ মিনিমাম বেলেন্স চহৰৰ বেংকৰ মিনিমান বেলেন্সতকৈ কম হব।

কেছ উইথড্ৰয়েল

এটি এমৰ পৰা ফ্ৰিতে টকা তোলাৰ সৰ্বোচ্চ সীমাৰো পৰিবৰ্তন আহিব ১ এপ্ৰিলৰ পৰা। প্ৰতিমাহে অন্য বেংকৰ এটিএমৰ পৰা মাত্ৰ তিনিটা লেনদেনহে বিনামূলীয়াকৈ কৰিব পাৰিব। তাৰ ওপৰৰ লেনদেনত প্ৰতি লেনদেনত ২০ ৰ পৰা ২৫ টকা ফি লোৱা হব।

ফিক্সড ডিপজিট ৰেট

নতুন অৰ্থবৰ্ষৰ আৰম্ভণিতে ফিক্সড ডিপজিটৰ সুদৰ হাৰৰ পৰিবৰ্তন আহিব পাৰে। বিভিন্ন আৰ্থিক প্ৰতিষ্ঠানে নতুন অৰ্থবৰ্ষত নতুন ৰেটৰ কথা জনাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
জোৰ কৰি কুমাৰীত্ব পৰীক্ষা কৰাবলৈ বাধ্য কৰোৱাটো অপৰাধ তথা নাৰীৰ মৰ্যাদাৰ অধিকাৰ লংঘনকাৰীঃ ছত্তিশগড় হাইকৰ্ট

জোৰ কৰি কুমাৰীত্ব পৰীক্ষা কৰাবলৈ বাধ্য কৰোৱাটো অপৰাধ তথা নাৰীৰ মৰ্যাদাৰ অধিকাৰ লংঘনকাৰীঃ ছত্তিশগড় হাইকৰ্ট

নমিনিক লৈ নতুন নিয়ম! এজন একাউণ্টধাৰীৰ পৰিবৰ্তে এতিয়াৰে পৰা দিব পাৰিব ৪জন নমিনি! কেনেকৈ ভগাব অৰ্থ?

নমিনিক লৈ নতুন নিয়ম! এজন একাউণ্টধাৰীৰ পৰিবৰ্তে এতিয়াৰে পৰা দিব পাৰিব ৪জন নমিনি! কেনেকৈ ভগাব অৰ্থ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.