• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানৱ সমাজ লজ্জানত, কবৰ খান্দি মহিলাৰ নিথৰ দেহ উলিয়াই…

মানৱ সমাজ লজ্জানত, কবৰ খান্দি মহিলাৰ নিথৰ দেহ উলিয়াই…

1 year ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

5 minutes ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

45 minutes ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

2 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

15 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

16 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

16 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

16 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

17 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

18 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

18 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

19 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মানৱ সমাজ লজ্জানত, কবৰ খান্দি মহিলাৰ নিথৰ দেহ উলিয়াই…

editor by editor
April 7, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
মানৱ সমাজ লজ্জানত, কবৰ খান্দি মহিলাৰ নিথৰ দেহ উলিয়াই…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱ সমাজ লজ্জানত, কবৰ খান্দি মহিলাৰ নিথৰ দেহ উলিয়াই…

পাকিস্তানৰ পৰা পোহৰলৈ আহিছে এক অতিকে জঘন্য ঘটনা। এগৰাকী ৪০ বছৰীয়া আদহীয়া ব্যক্তিয়ে মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত কৰিছে, যি ঘটনাৰ বিষয়ে শুনিলে আচৰিত হৈ পৰিব আপুনিয়ো।

সেই লোকগৰাকীয়ে এতিয়া পাকিস্তানৰ কৰাচী চহৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লোক গৰাকীৰ নাম ৪০ বছৰীয়া মহম্মদ চেলিম। মহম্মদ চেলিমৰ বিৰুদ্ধে কবৰ খান্দি মহিলাৰ মৃতদেহৰ সৈতে জঘন্য কাণ্ড কৰাৰ গুৰুতৰ অভিযোগ।

আৰক্ষীৰ মতে, অভিযুক্তই এতিয়ালৈকে তিনিটা কবৰ খান্দি এই জঘন্য কাণ্ড সংঘটিত কৰিছে। এই গোচৰত কৰাচী আৰক্ষীয়ে অভিযুক্তজনৰ এটা ভিডিঅ’ও প্ৰকাশ কৰিছে, য’ত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰা দেখা গৈছে।

এই চাঞ্চল্যকৰ ঘটনা তেতিয়া পোহৰলৈ আহিল যেতিয়া কৰাচীৰ এটা শ্মশানৰ তত্ত্বাৱধায়কে নিশা এটা কবৰৰ কাষত হঠাতে কিবা গতিবিধি লক্ষ্য কৰে। সেই স্থানত উপস্থিত হৈ আচৰিত হৈ পৰে তত্ত্বাবধায়ক। এজন লোকক কবৰ খান্দি মহিলাৰ মৃতদেহৰ সৈতে জঘন্য কাণ্ড কৰি থকা দেখা পায়।

লগে লগে তত্ত্বাবধায়কে এই কথা আৰক্ষীক জনোৱাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অভিযুক্ত মহম্মদ চেলিমক জিম্মাত লয়।

আৰক্ষীৰ জেৰাৰ সময়ত প্ৰকাশিত এটা ভিডিঅ’ত চেলিমে নিজৰ অপৰাধৰ সমগ্ৰ কাহিনী বৰ্ণনা কৰে ৷ চেলিমে কয় যে ধৰা পৰা সময়ত তেওঁ মহিলাৰ কবৰ খান্দি কফন আঁতৰাই মৃতদেহৰ সৈতে অপৰাধ কৰিছিল। লগতে ইয়াকো স্বীকাৰ কৰে যে এই ঘটনাৰ পূৰ্বেও তিনিটা কবৰৰ সৈতে একে কাম কৰিছিল।

বৰ্তমান কৰাচী আৰক্ষীয়ে মহম্মদ চেলিমৰ বিৰুদ্ধে কবৰ খান্দি মৃতদেহৰ সৈতে জঘন্য কাণ্ড কৰাৰ দৰে জঘন্য অপৰাধৰ গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে এই বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি আন ক’তো এনে ঘটনা সংঘটিত হৈছে নেকি সেই বিষয়েও তদন্ত কৰি আছে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Pakistan CasePakistan Karachi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

August 28, 2026
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?
জীৱনশৈলী

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
Next Post
বেন ষ্ট’কছৰ সলনি ইংলেণ্ডৰ নতুন অধিনায়ক ২৬ বছৰীয়া হেৰী ব্ৰুক

বেন ষ্ট’কছৰ সলনি ইংলেণ্ডৰ নতুন অধিনায়ক ২৬ বছৰীয়া হেৰী ব্ৰুক

নিউজিলেণ্ডৰ বিৰুদ্ধে খেলত শোচনীয় পৰাজয়ৰ পাছতে জৰিমণা ভৰিলে পাকিস্তানে

নিউজিলেণ্ডৰ বিৰুদ্ধে খেলত শোচনীয় পৰাজয়ৰ পাছতে জৰিমণা ভৰিলে পাকিস্তানে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.