• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেন ষ্ট’কছৰ সলনি ইংলেণ্ডৰ নতুন অধিনায়ক ২৬ বছৰীয়া হেৰী ব্ৰুক

বেন ষ্ট’কছৰ সলনি ইংলেণ্ডৰ নতুন অধিনায়ক ২৬ বছৰীয়া হেৰী ব্ৰুক

1 year ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

22 minutes ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

43 minutes ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

1 hour ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

2 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

2 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

2 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

3 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

4 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

5 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

6 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

7 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বেন ষ্ট’কছৰ সলনি ইংলেণ্ডৰ নতুন অধিনায়ক ২৬ বছৰীয়া হেৰী ব্ৰুক

editor by editor
April 7, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বেন ষ্ট’কছৰ সলনি ইংলেণ্ডৰ নতুন অধিনায়ক ২৬ বছৰীয়া হেৰী ব্ৰুক
0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেন ষ্ট’কছৰ সলনি ইংলেণ্ডৰ নতুন অধিনায়ক ২৬ বছৰীয়া হেৰী ব্ৰুক

ইংলেণ্ড দলৰ হোৱাইট বল ক্ৰিকেটৰ নতুন অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছে হেৰী ব্ৰুকে। বেন ষ্ট’কছৰ সলনি ইংলেণ্ডৰ নতুন অধিনায়ক ২৬ বছৰীয়া হেৰী ব্ৰুক।

এই ক্ষেত্ৰত আৰম্ভণিতে বেন ষ্ট’কছৰ নাম বিবেচনা কৰিব বুলি বিশ্বাস কৰা হৈছিল। কিন্তু অৱশেষত ২৬ বছৰীয়া হেৰীয়ে বাজি মাৰি নিয়ে।

উল্লেখ্য যে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত ইংলেণ্ড দলৰ লজ্জাজনক প্ৰদৰ্শনৰ বাবে জোছ বাটলাৰে প্ৰতিযোগিতাৰ মাজভাগত দলৰ অধিনায়কত্ব ত্যাগ কৰিছিল। আফগানিস্তানৰ হাতত পৰাস্ত হৈ গ্ৰুপ পৰ্যায়তে বাহিৰ হৈছিল ইংলেণ্ড।

সেয়ে নতুন অধিনায়ক নিৰ্বাচিত হয় দলটোত। হেৰী ব্ৰুকে এতিয়ালৈকে ইংৰাজী দলটোৰ হৈ ২৬খন এদিনীয়া আৰু ৪৪খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।

ইংলেণ্ডৰ এদিনীয়া আৰু টি-২০ ফৰ্মেটৰ অধিনায়কত্ব হেৰী ব্ৰুকৰ হাতত অৰ্পণ কৰা হৈছে। জোছ বাটলাৰৰ ঠাইত খেলিব ব্ৰুকে।

ইংলেণ্ডৰ হৈ এতিয়ালৈকে মুঠ ২৬খন এদিনীয়া খেল খেলিছে হেৰী ব্ৰুকে। এই সময়ছোৱাত তেওঁ গড়ে ৩৪ ৰান আৰু ১০০ ষ্ট্ৰাইক ৰেটত ৮১৬ ৰান সংগ্ৰহ কৰিছে। ব্ৰুকৰ নামত ৫০ অভাৰৰ ফৰ্মেটত এটা শতক আৰু পাঁচটা অৰ্ধশতক আছে।

একে সময়তে ব্ৰুকে ৪৪খন টি-২০ মেচত ১৪৬ ষ্ট্ৰাইক ৰেটত ৭৯৮ ৰান সংগ্ৰহ কৰিছে। ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটতো চাৰিটা অৰ্ধশতক সংগ্ৰহ কৰিছে ব্ৰুকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket teamEngland cricketEngland team CaptainHerry BrookNew Captain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
Next Post
নিউজিলেণ্ডৰ বিৰুদ্ধে খেলত শোচনীয় পৰাজয়ৰ পাছতে জৰিমণা ভৰিলে পাকিস্তানে

নিউজিলেণ্ডৰ বিৰুদ্ধে খেলত শোচনীয় পৰাজয়ৰ পাছতে জৰিমণা ভৰিলে পাকিস্তানে

হনুমান জয়ন্তীৰ দিনা কৰক এই কাম, সকলো কামনা হ’ব পূৰণ !

হনুমান জয়ন্তীৰ দিনা কৰক এই কাম, সকলো কামনা হ'ব পূৰণ !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.