• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচ্ছেদৰ পাছতে ঐশ্বৰ্যৰ পৰা ৫ খনকৈ ছবি কাঢ়ি প্ৰতিশোধ লৈছিল ছলমানে

বিচ্ছেদৰ পাছতে ঐশ্বৰ্যৰ পৰা ৫ খনকৈ ছবি কাঢ়ি প্ৰতিশোধ লৈছিল ছলমানে

1 year ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

1 hour ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

2 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

3 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

3 hours ago
EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

4 hours ago
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

5 hours ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

6 hours ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

6 hours ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

7 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

8 hours ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

8 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিচ্ছেদৰ পাছতে ঐশ্বৰ্যৰ পৰা ৫ খনকৈ ছবি কাঢ়ি প্ৰতিশোধ লৈছিল ছলমানে

editor by editor
April 10, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
বিচ্ছেদৰ পাছতে ঐশ্বৰ্যৰ পৰা ৫ খনকৈ ছবি কাঢ়ি প্ৰতিশোধ লৈছিল ছলমানে
0
SHARES
688
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিচ্ছেদৰ পাছতে ঐশ্বৰ্যৰ পৰা ৫ খনকৈ ছবি কাঢ়ি প্ৰতিশোধ লৈছিল ছলমানে

ঐশ্বৰ্য ৰায় আৰু ছলমান খানৰ প্ৰেম কাহিনী বলীউডৰ ভিতৰত অন্যতম জনপ্ৰিয় প্ৰেম কাহিনী। দুয়োৰে সম্পৰ্কক লৈ বহুত শিৰোনাম দখল কৰিছিল। ১৯৯৯ চনত নিৰ্মিত হম দিল দে চুকে ছনম ছবিত একেলগে কাম কৰাৰ সময়তে ছলমান আৰু ঐশ্বৰ্যই প্ৰেমত পৰিছিল। কিন্তু এই সম্পৰ্ক বেছি দিন নিটিকে।

ছলমান খান আৰু ঐশ্বৰ্য ৰায়ৰ বিচ্ছেদত অনুৰাগীসকলো স্তম্ভিত হৈ পৰিছিল দুয়োৰে বিচ্ছেদৰ পাছত । ইয়াৰ পিছত দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগো উত্থাপন কৰিছিল। কিন্তু ইয়াৰ বাবেই ঐশ্বৰ্যই সৰ্বাধিক লোকচান বহন কৰিবলগীয়া হৈছিল।
কোৱা হৈছে যে ছলমানৰ সৈতে ব্ৰেকআপ কৰাৰ পিছত অভিনেত্ৰীগৰাকীয়ে এখন বা দুখন নহয়, ইখনৰ পিছত সিখনকৈ পাঁচখন ছবি হেৰুৱাইছিল। ছবিৰ অংশ হোৱাৰ পিছতো ঐশ্বৰ্যক বাহিৰ কৰি দিছিল চিনেমাৰ পৰা।

অভিনেত্ৰীগৰাকী সেই ঘটনাৰ সময়ত গভীৰভাৱে দুখ পাইছিল মনত। এটা সাক্ষাৎকাৰত এই বিষয়টোৰ ওপৰত ঐশ্বৰ্যই নিজেই সদৰি কৰিছিল।

ছলমানৰ সৈতে ব্ৰেকআপ কৰাৰ পিছত ঐশ্বৰ্যই এখনৰ পিছত এখনকৈ পাঁচখন ছবি হেৰুৱাবলগীয়া হৈছিল। এবাৰ অভিনেত্ৰী ছিমি গ্ৰেৱালৰ টক শ্ব’ত অংশ লৈ এই বিষয়ে সদৰি কৰিছিল ঐশ্বৰ্যই। অভিনয় কৰি থকা চিনেমাৰ পৰাও বাহিৰ হ’ব লগা হৈছিল ঐশ্বৰ্য।

ঐশ্বৰ্যক বাদ দিয়া পাঁচখন ছবিৰ ভিতৰত আছে ‘বীৰ জাৰা’, ‘চলতে চলতে’, ‘পহেলী’, ‘মুন্নাভাই এম বি বি এছ’ আৰু ‘মেই হু না’। ইয়াৰে মুন্নাভাই এম বি বি এছৰ বাহিৰে বাকী চাৰিখন ছবিত শ্বাহৰুখ খানৰ বিপৰীতে দেখা গল হেতেন ঐশ্বৰ্যক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aishwariya Rai BachanBollywoodSalman Khna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!
জীৱনশৈলী

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

April 19, 2026
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন
ভাৰত

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

April 19, 2026
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত
জীৱনশৈলী

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

April 19, 2026
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!
জীৱনশৈলী

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

April 19, 2026
Next Post
মাত্ৰ ১৫ মাহৰ ভিতৰতেই এখন হাস্পতালত নতুনকৈ ৪৭৭ জন HIV আক্ৰান্ত চিনাক্ত, ৰিপৰ্টক লৈ বাঢ়িছে উদ্বেগ, কেনেকৈ বাঢ়িছে ৰোগীৰ সংখ্যা?

মাত্ৰ ১৫ মাহৰ ভিতৰতেই এখন হাস্পতালত নতুনকৈ ৪৭৭ জন HIV আক্ৰান্ত চিনাক্ত, ৰিপৰ্টক লৈ বাঢ়িছে উদ্বেগ, কেনেকৈ বাঢ়িছে ৰোগীৰ সংখ্যা?

দাম কমিব ফোন-টিভি-ফ্ৰিজৰ! ট্ৰাম্পৰ চীনা শুল্ক নীতিত কেনেদৰে লাভাম্বিত হ’ব ভাৰত?

দাম কমিব ফোন-টিভি-ফ্ৰিজৰ! ট্ৰাম্পৰ চীনা শুল্ক নীতিত কেনেদৰে লাভাম্বিত হ’ব ভাৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.