• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লঞ্চৰ পূৰ্বেই ভাইৰেল হ’ল  iPhone 17 চিৰিজৰ দাম, জানি থওক কি কি নতুন ফিচাৰ যোগ হ’ব   iPhone 17 চিৰিজত?

লঞ্চৰ পূৰ্বেই ভাইৰেল হ’ল iPhone 17 চিৰিজৰ দাম, জানি থওক কি কি নতুন ফিচাৰ যোগ হ’ব iPhone 17 চিৰিজত?

2 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

7 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

8 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

9 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

9 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

9 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

10 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

11 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

11 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

12 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

13 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লঞ্চৰ পূৰ্বেই ভাইৰেল হ’ল iPhone 17 চিৰিজৰ দাম, জানি থওক কি কি নতুন ফিচাৰ যোগ হ’ব iPhone 17 চিৰিজত?

লঞ্চৰ পূৰ্বেই ভাইৰেল হ’ল iPhone 17 চিৰিজৰ দাম, জানি থওক কি কি নতুন ফিচাৰ যোগ হ’ব iPhone 17 চিৰিজত?

editor by editor
April 11, 2025
in জীৱনশৈলী, ভাৰত
0
লঞ্চৰ পূৰ্বেই ভাইৰেল হ’ল  iPhone 17 চিৰিজৰ দাম, জানি থওক কি কি নতুন ফিচাৰ যোগ হ’ব   iPhone 17 চিৰিজত?
0
SHARES
622
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বছৰৰ ছেপ্টেম্বৰ মাহতেই iPhone 17 চিৰিজ লঞ্চ কৰিব Appleয়ে৷ iPhone16তকৈ উল্লেখযোগ্য আপগ্ৰেড থাকিব৷ ৰিপৰ্টত প্ৰকাশ পাইছে যে iPhone 17ৰ চাৰিটা মডেল থাকিব৷ iPhone 17, iPhone 17 Air, iPhone 17 Pro এবং iPhone 17 Pro Max। অৰ্থাৎ Plus ভেৰিয়েণ্ট মডেলটো আৰু নাথাকিব৷ ষ্টেণ্ডাৰ্ড iPhone 17 ত এক উন্নত ডিছপ্লে আৰু এটা ভাল ফ্ৰণ্ট কেমেৰা আপগ্ৰেড থাকিব বুলি আশা কৰা হৈছে৷ iPhone 17ত কি কি থাকিব?

দিনত শিক্ষয়িত্ৰী, নিশা হ’লেই এডাল্ট চাইটৰ অভিনেত্ৰী, শিক্ষয়িত্ৰীৰ ভিডিঅ’ লৈ স্কুলত অভিভাৱক, তাৰপিছত?

iPhone 17ৰ  ডিজাইন আৰু ডিছপ্লেঃ

আশা কৰা হৈছে যে iPhone 16ৰ ভাৰ্টিকেল ডুৱেল কেমেৰা চেটআপ ডিজাইন বজায় ৰাখিব Appleয়ে৷ ছাইজ পূৰ্বতকৈ অলপ ডাঙৰ হ’ব পাৰে৷ ৬.৩ ইঞ্চি, ঠিক iPhone 16 Pro-ৰ দৰে৷ ষ্টেণ্ডাৰ্ড মডেলৰ ক্ষেত্ৰত উল্লেখযোগ্য আপগ্ৰেড হ’ব এটা ১২০ হার্ৎজৰ ProMotion ৰিফ্ৰেছ ৰেট৷ যি পূৰ্বে Pro মডেলসমূহৰ ক্ষেত্ৰতই সীমাবদ্ধ আছিল৷ ইয়াৰোপৰি Apple য়ে আনিব পাৰে এটা এণ্টি ৰিফ্লেক্টিভ, স্ক্ৰেছ ৰেজিষ্টেণ্ট কোটিং৷

iPhone 17ৰ  সম্ভাব্য স্পেসিফিকেশনঃ

iPhone 17 চালিত হ’ব Appleক পৰবৰ্তী প্ৰজন্মৰ A19 চিপৰ দ্বাৰা৷ যি তৈয়াৰ কৰা হৈছে উন্নত ৩ এন এম প্ৰক্ৰিয়াৰ মাধ্যমেৰে৷ ইয়াৰ পূৰ্বসূৰিৰ দৰেই ইয়াত থাকিব ৮জিবি RAM৷ বেটেৰীৰ ডাঙৰ পৰিবৰ্তন হ’ব পাৰে বুলি আশা কৰা হৈছে৷ আৰু চিপচেট পাৱাৰ এফিচিয়েন্সিও বৃদ্ধি কৰিব পাৰে৷

iPhone 17ৰ কেমেৰা আপগ্ৰেড

অন্যতম ডাঙৰ পৰিবৰ্তন আহিব পাৰে ছেলফি কেমেৰাতো৷ ছিক্স এলিমেণ্ট লেন্সসহ এটা ২৪ মেগাপিক্সেল ফ্লণ্ট কেমেৰা আনিব পাৰে Appleয়ে৷ ৰিয়াৰ কেমেৰা কোনো পৰিবৰ্তন নাহিবও পাৰে৷

iPhone 17ৰ কালাৰ অপশ্ব্যন

ফাঁচ হোৱা তথ্যই কৈছে যে বগা, কলা, নীলা আৰু গোলপীয়া ৰঙৰ হ’ব পাৰে iPhone 17৷ লঞ্চৰ পূৰ্বে আৰু চেড এডো কৰিব পাৰে সংস্থাই৷

iPhone 17 লঞ্চৰ দিনক্ষণ (সম্ভাব্য)

সাধাৰণতে চেপ্টেম্বৰ মাহতেই নতুন ফোন লঞ্চৰ কথা ঘোষণা কৰে Appleয়ে৷ ফলত আশা কৰা হৈছে যে, চলিত বছৰ ১১ৰ পৰা ১৩ ছেপ্টেম্বৰৰ মাজত ডেবিউ কৰিব পাৰে iPhone 17 চিৰিজে৷

iPhone 17-ৰ সম্ভাব্য দামঃ

ইয়াৰ দাম হ’ব iPhone 16ৰ দৰেই হ’ব৷ আমেৰিকাত বেছ মডেলৰ দাম আৰম্ভ হ’ব ৭৯৯ ডলাৰৰ পৰা আৰু ভাৰতত এই দাম হ’ব প্ৰায় ৭৯৯০০ টকাৰ পৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
সূৰ্যৰ মহাগোচৰ, ৩০ দিনৰ ভিতৰত অভাৱনীয় সাফল্য লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই

সূৰ্যৰ মহাগোচৰ, ৩০ দিনৰ ভিতৰত অভাৱনীয় সাফল্য লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই

৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ

৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.