• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ মহাগোচৰ, ৩০ দিনৰ ভিতৰত অভাৱনীয় সাফল্য লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই

সূৰ্যৰ মহাগোচৰ, ৩০ দিনৰ ভিতৰত অভাৱনীয় সাফল্য লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই

1 year ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

2 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

3 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

3 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

4 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

4 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

5 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

6 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

7 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

8 hours ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

8 hours ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

9 hours ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যৰ মহাগোচৰ, ৩০ দিনৰ ভিতৰত অভাৱনীয় সাফল্য লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই

সূৰ্যৰ মহাগোচৰ, ৩০ দিনৰ ভিতৰত অভাৱনীয় সাফল্য লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই

editor by editor
April 11, 2025
in জীৱনশৈলী
0
সূৰ্যৰ মহাগোচৰ, ৩০ দিনৰ ভিতৰত অভাৱনীয় সাফল্য লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই

3D Illustration of Sun and Star with Cosmic Cloud in Space

0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান মীন ৰাশিত আছে সূৰ্য৷ আগন্তুক ১৪ এপ্ৰিলত সূৰ্যই মীন এৰি মেষ ৰাশিত গোচৰ কৰিব৷ সূৰ্যই এটা এটা ৰাশিত এমাহ সময় থাকে৷ সেয়ে ১২ ৰাশিৰ চক্ৰ এবাৰ ঘূৰিবলৈ সূৰ্যক সময় লাগে এবছৰ৷ সেয়ে কোনো ৰাশি এৰি যোৱাৰ পাছত আকৌ উভতি আহিবলৈ সূৰ্যক সময় লাগে এবছৰ৷ বৰ্তমান সূৰ্যৰ সৈতে মীন ৰাশিত আছে শনিও৷ সূৰ্য আৰু শনি সম্পৰ্কত পিতা পুত্ৰ হলেওঁ দুয়ো পাৰস্পৰিক শত্ৰু গ্ৰহ৷ শনিৰ সৈতে সূৰ্যই মেষ ৰাশিত আহিলে ক্ষমতা বাঢ়িব৷ সূৰ্যৰ শুভ প্ৰভাৱত কোন কোন ৰাশিৰ জাতক লাভবান হ’ব?

চ’ত পূৰ্ণিমান পূৰ্বেই ধ্ৰুৱ যোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ জাতকৰ

মেষ ৰাশি

মেষ ৰাশিতেই আগন্তুক ১৪ এপ্ৰিলত আহিব সূৰ্য৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ মঙ্গল আৰু সূৰ্য এটা আনটোৰ বন্ধু গ্ৰহ৷ সূৰ্যৰ উত্তাপত ভাল সময় আহিব মেষৰ জাতকৰ৷ যদিও মেষ ৰাশিত শনিৰ চাৰে সাতি আৰম্ভ হৈছে৷ সূৰ্যৰ প্ৰভাৱত আগন্তুক এমাহ ভাল সময় কটাব এই ৰাশিৰ জাতকে৷ কামত সাফল্য পাব৷ ব্যক্তিগত সম্পৰ্কতো উন্নতি কৰিব৷

বৃষ ৰাশি

সূৰ্যৰ গোচৰত উল্লেখজনক লাভ পাব বৃষ ৰাশিৰ জাতকে৷ কেৰিয়াৰত অভাৱনীয় সাফল্য লাভ কৰিব৷ আৰ্থিকভাৱে লাভ কৰিব৷ চৰকাৰী চাকৰিয়ালে উন্নতি কৰিব৷ সমাজত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ আনকি শত্ৰুৱেও আপোনাক বশীভূত কৰিব নোৱাৰিব৷

মিথুন ৰাশি

সূৰ্যৰ গোচৰত উপাৰ্জন বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা উপকাৰ পাব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷ মিথুন ৰাশিৰ জাতকে কোনো সুখবৰ পাব পাৰে৷

কৰ্কট ৰাশি

মেষ ৰাশিত সূৰ্যৰ মহাগোচৰ লাভজনক হব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ সম্প্ৰতি শনিৰ ধাইয়া দশাৰ পৰা মুক্তি পাইছে কৰ্কটৰ জাতকে৷ এইবাৰ সূৰ্যৰ গোচৰত তেওঁলোকৰ বাবে ভাল দিন আহিব৷ সমাজত আপোনাৰ সন্মান বাঢ়িব৷ চাকৰিত পদোন্নতি কৰিব পাৰিব৷ কোনো ডাঙৰ সাফল্য লাভ কৰিব পাৰে৷ নানান সূত্ৰৰ পৰা আৰ্থিক লাভ হব কৰ্কটৰ জাতকৰ৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সূৰ্যৰ মহাগোচৰত ভাল দিন আহিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ কৰ্মক্ষেত্ৰত আগন্তুক এমাহৰ ভিতৰত ডাঙৰ উন্নতি কৰাৰ সুযোগ পাব আপুনি৷ নিজৰ ৰৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?
জীৱনশৈলী

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

August 5, 2026
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?
জীৱনশৈলী

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

August 5, 2026
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা
জীৱনশৈলী

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

August 5, 2026
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?
জীৱনশৈলী

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

August 5, 2026
Next Post
৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ

৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ

অতিকে শোকাৱহ, হেলিকপ্টাৰ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে এটা পৰিয়ালসহ ৬ জনে

অতিকে শোকাৱহ, হেলিকপ্টাৰ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে এটা পৰিয়ালসহ ৬ জনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.