• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টাইটানিক ডুব যোৱাৰ ১১৩ বছৰ! অভিশপ্ত টাইটানিকৰ যাত্ৰীৰ সৈতে শেষ সময়ত কি কি ঘটিছিল? নতুন তথ্যত কি কৈছে বিজ্ঞানীয়ে?

টাইটানিক ডুব যোৱাৰ ১১৩ বছৰ! অভিশপ্ত টাইটানিকৰ যাত্ৰীৰ সৈতে শেষ সময়ত কি কি ঘটিছিল? নতুন তথ্যত কি কৈছে বিজ্ঞানীয়ে?

1 year ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

8 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

8 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

8 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

9 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

10 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

10 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

11 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

11 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

12 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

13 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

13 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টাইটানিক ডুব যোৱাৰ ১১৩ বছৰ! অভিশপ্ত টাইটানিকৰ যাত্ৰীৰ সৈতে শেষ সময়ত কি কি ঘটিছিল? নতুন তথ্যত কি কৈছে বিজ্ঞানীয়ে?

আজি সম্পূৰ্ণ হ’ল টাইটানিক ডুব যোৱাৰ ১১৩ বছৰ! অভিশপ্ত টাইটানিকৰ যাত্ৰীৰ সৈতে শেষ সময়ত কি কি ঘটিছিল? নতুন তথ্যত কি কৈছে বিজ্ঞানীয়ে?

editor by editor
April 13, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
টাইটানিক ডুব যোৱাৰ ১১৩ বছৰ! অভিশপ্ত টাইটানিকৰ যাত্ৰীৰ সৈতে শেষ সময়ত কি কি ঘটিছিল? নতুন তথ্যত কি কৈছে বিজ্ঞানীয়ে?

Der Untergang der Titanic

0
SHARES
681
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এদিন দুদিনকৈ ১১৩ বছৰ পাৰ হ’ল৷ ১৯১২ চনৰ ১৩-১৪ এপ্ৰিলত আটলাণ্টিক মহাসাগত ডুব গৈছিল বিখ্যাত টাইটানিক জাহাজ৷ উপ মহাদেশত টাইটানিকৰ সৈতে সকলোৰে পৰিচিতি হলিউড ছবিৰ মাধ্যমেৰে হ’লেও ইমান বছৰৰ পাছত টাইটানিকক লৈ আৱেগৰ শেষ নাই৷
ভাৰতীয় উপমহাদেশেই নহয়, পৃথিৱীৰ সৰ্বত্ৰতেই টাইটানিক আজিও চৰ্চিত বিষয়৷ এইবাৰ সেই টাইটানিকক লৈয়েই নতুন তথ্য সন্মুখলৈ আহিছে৷ শেষ মুহূৰ্তত ঠিক কি ঘটিছিল অভিশপ্ত জাহাজখনৰ সৈতে? প্ৰযুক্তিৰ সহায়েৰে সেই তথ্য পোহৰলৈ আনিছে বিজ্ঞানীয়ে?
আটলাণ্টিকত টাইটানিক ডুব যোৱাৰ ১১৩তম বৰ্ষত National Geographicয়ে এখন নতুন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে৷ অত্যাধুনিক আণ্ডাৰৱাটাৰ স্কেনিং টেকনোলজিৰ সহায়ত ধ্বংসাৱশেষৰ ডিজিটেল পুননিৰ্মাণ ঘটোৱা হৈছে৷ চিত্ৰ নিৰ্মাতা এণ্টনি গেফেনে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে৷ ২০২২ চনতেই কাম আৰম্ভ হৈছিল এই ছবিৰ৷ এই তথ্যচিত্ৰ নিৰ্মাণৰ বাবে সহায় লোৱা হৈছে Deep Sea Mapping সংস্থা Magellan-ৰ৷ এই তথ্যচিত্ৰতেই প্ৰকাশ হৈছে কেইবাটাও চাঞ্চল্যকৰ তথ্য৷
গৱেষণাত দেখা গৈছে জাহাজৰ ধ্বংসাৱশেষত Steam Valveৰ মুখ খোলা থকা দেখা গৈছে৷ গৱেষকৰ মতে যিমান ক্ষণ সম্ভৱ জাহাজৰ পোহৰ জ্বলাই ৰখা হৈছিল৷ এই ঘটনাৰ মৰ্মান্তিক তথ্য তুলি ধৰি গৱেষকে কৈছে, হিমবাহৰ সৈতে ধাক্কাৰ লগাৰ পাছতো জাহাজত পোহৰৰ ব্যৱস্থা আছিল৷ বিপদ সংকেত পঠিওৱা হৈছিল৷ শেষ মুহূৰ্ত পৰ্যন্ত যাত্ৰীৰ জীৱন ৰক্ষাৰ বাবে চেষ্টা চলোৱা হৈছিল৷
কিন্তু ইয়াৰ বাবে বয়লাৰ ৰূমত একাধিক জনৰ উপস্থিতি কাম্য৷ অৰ্থাৎ জাহাজৰ বাকী যাত্ৰীসকলে বঁচাবলৈ স্বেচ্ছায় নিজৰ জীৱন বিসৰ্জন দিয়ে কিছু কৰ্মীয়ে৷ জাহাজৰ সৈতে তেওঁলোকো আটলাণ্টিকৰ তলিত ডুব যায়৷ টাইটানিকৰ মাজভাগত দুটুকুৰা হৈ যায় বুলি হলিউড ছবিত দেখুওৱা হৈছিল৷ কিন্তু নতুন গৱেষণাত অন্য তথ্যহে প্ৰকাশ পাইছে৷
মাজভাগত দুটুকুৰা হোৱা নাছিল জাহাজখন৷ বৰং প্ৰচণ্ড জোৰে এভাগ অন্যভাগৰ পৰা পৃথক হৈ গৈছিল৷ ঠিক ফাৰ্ষ্ট ক্লাছ শ্ৰেণীৰ কেবিন মাজভাগত পৃথক হৈ পৰিছিল৷ টাইটানিক জাহাজত ফাৰ্ষ্ট অফিচাৰ হিচাপে মোতায়েন আছিল উইলিয়াম মাৰ্ডক৷ লাইফ বোটত যাত্ৰীসকলক উঠাত সহায় কৰি নিজেই পানীত সোমাই পৰিছিল, ইয়াৰোপৰি দুই এজনক গুলি কৰাৰ পাছত নিজৰ মূৰত বন্দুক লগাই আত্মঘাতী হয় বুলি ইমানদিনে কাহিনী প্ৰচলিত আছিল৷
কিন্তু নতুন গৱেষণাত জনা গৈছে মাৰ্ডকে আত্মহত্যা কৰা নাছিল৷ তেওঁ শেষ মুহূৰ্তলৈকে সহযোগীসকলক সহায় কৰি পানীত ডুব গৈছিল৷ লাইফবোটক কাষত তেওঁ উপস্থিত হব পৰা শক্তি হেৰুৱাই পেলাইছিল৷ টাইটানিক জাহাজত মুঠ ২০ টা লাইফবোট আছিল য’ত সৰ্বমুঠ ১২০০ যাত্ৰী যাব পাৰে৷ জাহাজত থকা ২২৪০ যাত্ৰী আৰু জাহাজৰ কৰ্মীৰ প্ৰাণ বচোৱাৰ বাবে এয়া যথেষ্ট নাছিল বাবেই মৃতকৰ সংখ্যা বেছি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য
অসম

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

October 11, 2026
Next Post
অসমীয়া নৱবৰ্ষত লাভেই লাভ! মাটিও সোণ হৈ পৰিব এই ৫ ৰাশিৰ জাতকৰ

অসমীয়া নৱবৰ্ষত লাভেই লাভ! মাটিও সোণ হৈ পৰিব এই ৫ ৰাশিৰ জাতকৰ

মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.