• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেজৰিৱালৰ দৰেই দশা হ’ব নেকি ছোনিয়া-ৰাহুলৰ, জোঁৱাই ৰবাৰ্টক ইতিমধ্যে EDৰ জেৰা

কেজৰিৱালৰ দৰেই দশা হ’ব নেকি ছোনিয়া-ৰাহুলৰ, জোঁৱাই ৰবাৰ্টক ইতিমধ্যে EDৰ জেৰা

12 months ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

42 minutes ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

1 hour ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

2 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

3 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

13 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

14 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেজৰিৱালৰ দৰেই দশা হ’ব নেকি ছোনিয়া-ৰাহুলৰ, জোঁৱাই ৰবাৰ্টক ইতিমধ্যে EDৰ জেৰা

editor by editor
April 16, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কেজৰিৱালৰ দৰেই দশা হ’ব নেকি ছোনিয়া-ৰাহুলৰ, জোঁৱাই ৰবাৰ্টক ইতিমধ্যে EDৰ জেৰা
0
SHARES
445
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেজৰিৱালৰ দৰেই দশা হ’ব নেকি ছোনিয়া-ৰাহুলৰ, জোঁৱাই ৰবাৰ্টক ইতিমধ্যে EDৰ জেৰা

জে’ললৈ যাব পাৰে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী। কেজৰিৱালৰ দৰেই দশা হ’ব পাৰে কংগ্ৰেছৰ শীৰ্ষ নেতা কেইগৰাকীৰ। ছোনিয়া আৰু ৰাহুলৰ লগতে অভাৰচিচ কংগ্ৰেছৰ সভাপতি ছেম পিট্ৰ’ডাৰো বিপদ বৃদ্ধি পাব পাৰে।

কাৰণ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে দিল্লীৰ ৰাউছ এভিনিউ আদালতত চাৰ্জশ্বীট দাখিল Enforcement Directorate, EDৰ। এই গোচৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতা সুব্ৰমণিয়াম স্বামীয়ে ২০১২ চনত বিচাৰ আদালতত আবেদন দাখিল কৰিছিল।

PMLAৰ অধীনত চাৰ্জশ্বীট দাখিল কৰিছে EDএ। ছোনিয়া আৰু ৰাহুলৰ বিৰুদ্ধে PMLAৰ ৪৪ আৰু ৪৫ ধাৰাত চাৰ্জশ্বীট দাখিল।

পূৰ্বে অৰবিন্দ কেজৰিৱাল আৰু হেমন্ত সোৰেণসহ কেইবাজনো নেতাৰ বিৰুদ্ধে লাগিছিল PMLA. এইবাৰ কংগ্ৰেছৰ ছোনিয়া আৰু ৰাহুল গান্ধীকো কাৰাগাৰলৈ প্ৰেৰণৰ পৰিকল্পনা ইডিৰ।

নেশ্যনেল হেৰাল্ড গোচৰত তদন্তকাৰী সংস্থাৰ চাৰ্জশ্বীট দাখিল। বিশেষ আদালতত ২৫ এপ্ৰিলত হ’ব গোচৰটোৰ শুনানি।

উল্লেখ্য যে, ধাৰা- ৪৫ত হাৱালা গোচৰত জামিন লাভ কৰাটো খুবেই কঠিন। এই ধাৰাতেই জে’ললৈ গৈছিল কেজৰিৱাল, হেমন্ত সোৰেন আৰু মনিশ ছিছ’ডিয়া।

আনহাতে গান্ধী পৰিয়ালৰ জোঁৱাই ৰবাৰ্ট বাদ্ৰাক আজি দ্বিতীয়টো দিনৰ বাবে জেৰা ইডিৰ। গুৰুগ্ৰামৰ ভূমি চুক্তিৰ গোচৰতো আজি ৰবাৰ্ট বাদ্ৰাক জেৰা। ইয়াৰ পূৰ্বে কালি ৱায়ানাদৰ সাংসদ প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট বাদ্ৰাক প্ৰায় ছয় ঘণ্টা ধৰি জেৰা কৰা হৈছিল।

আনপিনে ৰাহুল আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে EDয়ে চাৰ্জশ্বীট দাখিল কৰাক লৈ দেশজুৰি ক্ষোভ কংগ্ৰেছৰ। দেশৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰীৰ EDৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ প্ৰতিবাদ। আৰক্ষীৰ বিশাল বাহিনী নেওচি উত্তাল প্ৰতিবাদ। প্ৰতিবাদত উপস্থিত ভূপেন বৰাসহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamedindiarahul gandhisonia gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
Next Post
ইতিহাস সৃষ্টি যুজবেন্দ্ৰ চহলৰ, গঢ়িলে অনন্য ৰেকৰ্ড

ইতিহাস সৃষ্টি যুজবেন্দ্ৰ চহলৰ, গঢ়িলে অনন্য ৰেকৰ্ড

সিংহ ৰাশিত মংগল গ্ৰহৰ ট্ৰেনজিটৰ ফলত সমস্যা বাঢ়িব ৫ ৰাশিৰ, ধন-স্বাস্থ্যৰ ক্ষতি

সিংহ ৰাশিত মংগল গ্ৰহৰ ট্ৰেনজিটৰ ফলত সমস্যা বাঢ়িব ৫ ৰাশিৰ, ধন-স্বাস্থ্যৰ ক্ষতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.