• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙ্গলবাৰে দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীয়ে ৰক্ষা কৰিব এই ৫ৰাশিক

মঙ্গলবাৰে দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীয়ে ৰক্ষা কৰিব এই ৫ৰাশিক

1 year ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

20 minutes ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

1 hour ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

2 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

3 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

4 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

5 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

5 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

6 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

14 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

15 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

16 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙ্গলবাৰে দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীয়ে ৰক্ষা কৰিব এই ৫ৰাশিক

মঙ্গলবাৰে দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীয়ে ৰক্ষা কৰিব এই ৫ৰাশিক

editor by editor
April 21, 2025
in জীৱনশৈলী
0
মঙ্গলবাৰে দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীয়ে ৰক্ষা কৰিব এই ৫ৰাশিক
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২২ এপ্ৰিল ২০২৫ মঙলবাৰে চন্দ্ৰই মকৰ ৰাশি এৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ব’হাগৰ কৃষ্ণা নৱমী তিথি৷ কাইলৈৰ পৰা আৰম্ভ হৈছে অগ্নি পঞ্চক৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ শুভ যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব শ্ৰৱণা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ পৰিয়াল আৰু বন্ধুৰ সৈতে ভাল দিন কটাব মেষ ৰাশিৰ জাতকেষ কাইলৈ আপুনি নিজৰ জীৱনৰ নানান ক্ষেত্ৰত বিশেষ উন্নতি কৰিব৷ দাম্পত্য জীৱনত সুখ আৰু আনন্দ থাকিব মেষ ৰাশিৰ জাতকৰ৷ জীৱনসংগীৰ সৈতে কাইলৈ ভৱিষ্যতক লৈ পৰিকল্পনা কৰিব আপুনি৷ যিসকলে চৰকাৰী চাকৰি পোৱাৰ চেষ্টা কৰিছে তেওঁলোকে কাইলৈ কিছু সুখবৰ লাভ কৰিব পাৰে৷

কৰ্কট ৰাশি

কাইলৈ হনুমানৰ কৃপাত কোনো শুভ খবৰ পাব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত আপুনি নানান দিশৰ পৰা সাফল্য লাভ কৰিব৷ আপোনাৰ বিৰোধীয়ে কাইলৈ আপোনাৰ সন্মুখত পৰাজিত হ’ব৷ কাইলৈ যি কামতেই হাত দিব সেই কামতেই সাফল্য লাভ কৰিব৷ কাইলৈ কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়াশুনাত সাফল্য লাভ কৰিব পাৰে৷ কোনো বন্ধুৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

কন্যা ৰাশি

কাইলৈ চ’তৰ পূৰ্ণিমা তিথিত শুভ দিন চলিব সিংহ ৰাশিৰ জাতকে৷ আৰ্থিক দিশৰ পৰা কাইলৈ দিনটো আপোনাৰ বাবে লাভজনক হ’ব৷ উপাৰ্জনৰ নতুন পথ কাইলৈ আপোনাৰ সন্মুখত খুলিব৷ ইয়াৰ ফলত কাইলৈ নিজৰ বেংক বেলেন্স বঢ়াব পাৰিব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব৷ কাইলৈ সকলো কামেই বেছ উৎসাহৰ সৈতে পালন কৰিব পাৰিব৷

ধনু ৰাশি

মকৰ ৰাশিৰ জাতকে কাইলৈ সিদ্ধি যোগৰ প্ৰভাৱত বেছ কিছু অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব৷ জীৱনত সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰিব৷ কাইলৈ পৰিয়ালৰ বাবে আপুনি কিছু উপহাৰ আনিব পাৰে৷ ইয়াৰ ফলত পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ ব্যৱসায়ীয়ে কাইলৈ বেছ কিছু অতিৰিক্ত আয় কৰিব পাৰে৷ কাইলৈ ধনু ৰাশিৰ জাতকে ব্যৱসায়ত লাভ কৰিব৷

মীন ৰাশি

কাইলৈ ২২ এপ্ৰিলৰ দিনটো লাভজনক হ’ব মীন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ বজৰংবলীৰ আশীৰ্বাদত আপুনি নিজৰ কেৰিয়াৰত উন্নতিৰ পথত আগুৱাই যাব৷ কাইলৈ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ কাইলৈ নতুন চাকৰি পোৱাৰ সুযোগ আপোনাৰ সন্মুখলৈ আহিব পাৰে৷ কাইলৈ আপোনাৰ ঘৰত কোনো অতিথিৰ আগমন হ’ব৷ বেছ পৰিকল্পনা কৰি নিজৰ কামত আগুৱাই যাব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?
জীৱনশৈলী

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

September 11, 2026
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?
জীৱনশৈলী

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

September 11, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
Next Post
হাৰ্ট এটেকৰ এমাহ পূৰ্বে শৰীৰত ফুটি উঠে এই ৩লক্ষণ, অৱহেলা কৰিলেই পৰিণতি মৰ্মান্তিক হয়, গৱেষণাই কি কৈছে?

হাৰ্ট এটেকৰ এমাহ পূৰ্বে শৰীৰত ফুটি উঠে এই ৩লক্ষণ, অৱহেলা কৰিলেই পৰিণতি মৰ্মান্তিক হয়, গৱেষণাই কি কৈছে?

সংবিধানৰ ১৫টা গুৰুত্বপূৰ্ণ ধাৰা, যি প্ৰত্যেক ভাৰতীয়ই জনাটো দৰকাৰ

সংবিধানৰ ১৫টা গুৰুত্বপূৰ্ণ ধাৰা, যি প্ৰত্যেক ভাৰতীয়ই জনাটো দৰকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.