• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধবাৰে লক্ষ্মী নাৰায়ণ ৰাজযোগ, সকলো কামতেই সাফল্য আহিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

12 months ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

10 minutes ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

47 minutes ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

2 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

3 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

4 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

5 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধবাৰে লক্ষ্মী নাৰায়ণ ৰাজযোগ, সকলো কামতেই সাফল্য আহিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

বুধবাৰে লক্ষ্মী নাৰায়ণ ৰাজযোগ, সকলো কামতেই সাফল্য আহিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

editor by editor
April 22, 2025
in জীৱনশৈলী
0
বুধবাৰে লক্ষ্মী নাৰায়ণ ৰাজযোগ, সকলো কামতেই সাফল্য আহিব এই ৫ৰাশিৰ জাতক জাতিকাৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৩ এপ্ৰিল ২০২৫ বুধবাৰে চন্দ্ৰই দিনজুৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ব’হাগৰ কৃষ্ণা দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ শুক্লা যোগ আৰু ব্ৰহ্মা যোগৰ প্রভাৱ থাকিব৷ কাইলৈ থাকিব ধনিষ্ঠা নক্ষত্ৰ আৰু শতভিষা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ ২৩ এপ্ৰিল ২০২৫ লাভজনক দিন হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ ব্যৱসায়ত কোনো বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ আৰ্থিক দিশৰ পৰাও বৃহৎ সাফল্য লাভ কৰিব পাৰিব৷ ব্যৱসায়তো বৃহৎ আৰ্থিক লাভৰ যোগ আছে৷ নিজৰ ব্যৱসায় আৰু বৃদ্ধি কৰিব পাৰিব৷ কোনো নতুন পৰিকল্পনাৰে আগবাঢ়িবলৈ কালিৰ দিনটো শুভ৷ নতুন চাকৰি লাভৰো যোগ আছে আপোনাৰ৷

মিথুন ৰাশি

কাইলৈ বুধবাৰে সিদ্ধিদাতাৰ আশীৰ্বাদত মনৰ সকলো ইচ্ছা পূৰণ হব মিথুন ৰাশিৰ জাতকৰ৷ কাইলৈ সকলো কামতে সৌভাগ্যক আপুনি নিজৰ কাষত পাব৷ ইয়াৰ ফলত কাইলৈ আপোনাৰ কামৰ পথৰ সকলো বাধা দূৰ হব৷ সকলো কাম সহজেই সম্পন্ন কৰিব পাৰিব আপুনি৷ বিনিয়োগ কৰাৰ বাবে কাইলৈৰ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে শুভ৷ কোনো প্ৰভাৱশালী ব্যক্তিক কাষত পাব আপুনি৷

সিংহ ৰাশি

ব্ৰহ্মা যোগৰ শুভ প্ৰভাৱত কাইলৈ লাভৱান হ’ব সিংহ ৰাশিৰ জাতক৷ কাইলৈ বেচ আৰামেৰে দিনটো কটাব আপুনি৷ কামৰ সূত্ৰে বিদেশ যাত্ৰা কৰিব পাৰে৷ আপোনাৰ মনত যি চলিছে সেয়া অলপ পৰিচিত ব্যক্তিৰ ওচৰত প্ৰকাশ নকৰাই ভাল৷ ষ্টক মাৰ্কেটত বিনিয়োগ কৰিলে লাভৱান হ’ব পাৰে৷ সমাজত কাইলৈ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব সিংহ ৰাশিৰ জাতকৰ৷

তুলা ৰাশি

কাইলৈ লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱত লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ কৰ্মক্ষেত্ৰত বৃহৎ কোনো সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ কাইলৈ কৰ্মদক্ষতাৰে আপুনি সকলোৰে মন জয় কৰিব পাৰিব৷ গণেশৰ আশীৰ্বাদত কাইলৈ নিজৰ সকলো কামতেই সফলতা আহিব৷ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল পাব৷ প্ৰেম জীৱনো ৰোমাণ্টিক হ’ব৷

কুম্ভ ৰাশি

কাইলৈ দিনটো ধনিষ্ঠা নক্ষত্ৰৰ শুভ প্ৰভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মাজত আত্মবিশ্বাস ভৰপুৰ থাকিব৷ গণেশৰ কৃপাত কাইলৈ আপোনাৰ উপাৰ্জন বহু পৰিমাণে বৃদ্ধি পাব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা থাকিলে কাইলৈ সমাধান হব৷ কৰ্মক্ষেত্ৰত নতুন কামৰ দায়িত্ব পাব পাৰে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

April 16, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়
জীৱনশৈলী

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
Next Post
সন্ত্ৰাসবাদীৰ টাৰ্গেট প্ৰেমিক-প্ৰেমিকা, ধৰ্মীয় পৰিচয় সুধি গুলীচালনা, বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ২৮গৰাকী পৰ্যটকে

পহেলগাওঁত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ ভাৰ NIAৰ কান্ধত! মুকলি কৰা হ’ল হেল্পলাইন নম্বৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন