• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ

পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ

1 year ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

12 minutes ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

9 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

9 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

9 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

10 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

10 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

11 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

12 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

13 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

13 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

14 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ

editor by editor
April 24, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ
0
SHARES
303
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ

একচন মোডত ভাৰত। ২২ এপ্ৰিল তাৰিখে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে কেন্দ্ৰীয় চৰকাৰ একচন মোডত। বিধ্বংসী মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ।

সামৰিক পৰ্যায়ত প্ৰস্তুতি আৰম্ভ হৈছে আৰু ইয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা কৰিছে ভাৰতীয় সেনাই। তাৰে মাজতে আজি ২৪ এপ্ৰিল তাৰিখে ভাৰতীয় নৌসেনাৰ এক বৃহৎ সাফল্য।

ভাৰতীয় নৌসেনাৰ থলুৱাভাৱে নিৰ্মিত যুদ্ধ জাহাজ আই এন এছ চুৰাটে সাগৰত দ্ৰুত উৰণৰ লক্ষ্যত সঠিকভাৱে আক্ৰমণ কৰি যথেষ্ট সফলতা লাভ কৰিছে। এই সাফল্যই নৌসেনাৰ শক্তিক আৰু অধিক শক্তিশালী কৰে।

এই সফলতাই ভাৰতীয় নৌসেনাৰ থলুৱা যুদ্ধজাহাজৰ ডিজাইন, উন্নয়ন আৰু পৰিচালনাৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান শক্তি প্ৰদৰ্শন কৰে। ইয়াৰ ফলত প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী আৰু অধিক শক্তিশালী হয়।

https://x.com/indiannavy/status/1915323039321059393

আৰব সাগৰত কৰা এই সফল পৰীক্ষা অতি গুৰুত্বপূৰ্ণ কাৰণ পাকিস্তানেও একেটা অঞ্চলতে ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিবলৈ ওলাইছে। তথ্য অনুসৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে গ্ৰহণ কৰা দ্ৰুত সিদ্ধান্তৰ পিছত পাকিস্তানে এটা ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিবলৈ গৈ আছে আৰু পাকিস্তানে এই সন্দৰ্ভত অধিসূচনাও জাৰি কৰিছে।

পাকিস্তানে এই ক্ষেপণাস্ত্ৰ তথা মিছাইল আৰব সাগৰ অঞ্চলত পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতৰ তদন্তকাৰী সংস্থাসমূহে এই ঘটনাৰ ওপৰত চকু ৰাখিছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ গৃহ সচিবৰ সৈতে RAW আৰু IB ৰ মুৰব্বীসকলৰ এক উচ্ছ পৰ্যায়ৰ বৈঠকো অনুষ্ঠিত হৈছে।

উল্লেখ্য যে, পহেলগাম আক্ৰমণ পাছতে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠিত কেবিনেট কমিটি অন ছিকিউৰিটিয়ে সিন্ধু জন সন্ধি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰাখিছিল। ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে। ভাৰত আৰু পাকিস্তানৰ মাজত পূৰ্বে তিনিখনকৈ বৃহৎ যুদ্ধ সংঘটিত হৈছিল যদিও এনে ধৰণৰ সন্ধি পূৰ্বে স্থগিত ৰখা হোৱা নাছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian NavyIndian Navy PowerMissile TestingNavy Power
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

September 15, 2026
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি
ভাৰত

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

September 14, 2026
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

September 14, 2026
Next Post
অৱশেষত দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰে চানমাৰি বিহু কমিটিয়ে

অৱশেষত দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰে চানমাৰি বিহু কমিটিয়ে

১০ টকা দিন হাজিৰা কৰি কঠোৰ পৰিশ্ৰমেৰে অৱশেষত UPSCত সফলতা

১০ টকা দিন হাজিৰা কৰি কঠোৰ পৰিশ্ৰমেৰে অৱশেষত UPSCত সফলতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.