• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯৯২ৰ আজমেৰ কাণ্ডৰ পুনৰাবৃত্তি, পৰিচয় সলাই যুৱতীৰে প্ৰেম-সম্পৰ্ক-ভিডিঅ’, পাছত…

১৯৯২ৰ আজমেৰ কাণ্ডৰ পুনৰাবৃত্তি, পৰিচয় সলাই যুৱতীৰে প্ৰেম-সম্পৰ্ক-ভিডিঅ’, পাছত…

12 months ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

1 hour ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

2 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

2 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

4 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

4 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

5 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

5 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

6 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

6 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৯৯২ৰ আজমেৰ কাণ্ডৰ পুনৰাবৃত্তি, পৰিচয় সলাই যুৱতীৰে প্ৰেম-সম্পৰ্ক-ভিডিঅ’, পাছত…

editor by editor
April 26, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
১৯৯২ৰ আজমেৰ কাণ্ডৰ পুনৰাবৃত্তি, পৰিচয় সলাই যুৱতীৰে প্ৰেম-সম্পৰ্ক-ভিডিঅ’, পাছত…
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৯২ৰ আজমেৰ কাণ্ডৰ পুনৰাবৃত্তি, পৰিচয় সলাই যুৱতীৰে প্ৰেম-সম্পৰ্ক-ভিডিঅ’, পাছত…

মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে ১৯৯২ চনৰ আজমেৰৰ দৰে এক ঘটনা। যি ঘটনাই কঁপাই তুলি সমগ্ৰ মধ্যপ্ৰদেশ। অৱশেষত পোহৰলৈ আহে সমগ্ৰ ঘটনা। পৰিচয় সলাই হিন্দু যুৱতীৰে প্ৰেম কৰি শেষত সেই প্ৰেমিকাৰ লগতে প্ৰেমিকাৰ বান্ধবীৰ সৈতেও সংঘটিত কৰে জঘন্য কাণ্ড।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ভূপালৰ এক ব্যক্তিগত মহাবিদ্যালয়ৰ হিন্দু ছাত্ৰীক লক্ষ্য কৰি লৈছিল এক মুছলিম যুৱকৰ গোটে। প্ৰথমে যুৱতীৰ সৈতে প্ৰেম, তাৰ পাছত সম্পৰ্ক। সেই সম্পৰ্ক স্থাপনৰ সময়ত ভিডিঅ’। পাছলৈ সেই ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভয় ভাবুকিৰে যুৱতীৰ সৈতে অন্য যুৱকৰো জঘন্য কাণ্ড।

ইমানতেই অন্ত পৰা নাই কাণ্ড। ভিডিঅ’ৰ ভয় দেখুৱাই যুৱতীৰ জৰিয়তে অন্য হিন্দু বান্ধৱীৰ সৈতেও জঘন্য কাণ্ড। এক চেইন চিষ্টেমৰ দৰে এই ধৰ্ষণ কাণ্ড সংঘটিত কৰি গৈছিল এদল যুৱকে।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি, সেই ভুক্তভোগী যুৱতী কেইগৰাকীৰ ভিতৰত এগৰাকীয়ে কোনোমতে সাহস দেখুৱাই ১৬ এপ্ৰিল তাৰিখে আৰক্ষীৰ কাষ চাপে। তাইক অনুসৰণ কৰি পাছত সেই একেই কলেজৰ অন্য দুই যুৱতীয়ো কাষ চাপে আৰক্ষীৰ।

আৰক্ষীৰ ওচৰত দিয়া ভাষ্য অনুসৰি ফৰাজ খান নামৰ এজন যুৱকে প্ৰথমে হিন্দু যুৱতীক লক্ষ্য কৰি নিজৰ নাম সলনি কৰি প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে। পাছত সেই সম্পৰ্ক শাৰীৰিক সম্পৰ্কলৈ পৰিণত হয়। সেই গোপন সময়ৰে ভিডিঅ’ কৰি ৰাখি পাছলৈ একাধিকবাৰ ভয়-ভাবুকিৰে অন্য যুৱকৰো কাষলৈ লৈ যায় ভুক্তভোগী যুৱতীক।

এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত আৰক্ষীয়ে তদন্ত চলাই মুখ্য অভিযুক্ত ফৰাজ খান আৰু চাহিল খান নামৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। সন্দেহ ব্যক্ত কৰা অনুসৰি সেই যুৱক কেইজনে কেৱল ৩ গৰাকীয়ে নহয় বহু কেইগৰাকী যুৱতীক নিজৰ কামনাৰ বলি সজাইছে। পাছে লাজ-ভয়ত আৰক্ষীৰ কাষ চপা নাই অন্য যুৱতী।

দুই অভিযুক্ত ফৰাজ আৰু চাহিলৰ মোবাইলত বহু যুৱতীৰ গোপন ভিডিঅ’ দেখা পাইছে আৰক্ষীয়ে। আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ১৯৯২ চনত ৰাজস্থানৰ আজমেৰত সংঘটিত হৈছিল এনে এক দেশ কঁপাই যোৱা ঘটনা। য’ত মুছলিম যুৱকে এনেদৰে প্ৰেমৰ জাল পেলাই হিন্দু যুৱতীক ধৰ্ষণ কৰি গৈছিল। সেই ঘটনাত ১০০ৰো অধিক যুৱতী এইদৰে পাকচক্ৰত পৰিছিল। দেশজুৰি তোলপাৰ লগাইছিল সেই ঘটনাই। এইবাৰ ৩৩ বছৰ পাছত ২০২৫ চনত ভূপালত সংঘটিত হৈছে তেনে এক ঘটনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 1992 Ajmer CaseBhopalCollege Girlcollege Girl Rape casemadhya pradeshrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
ৰেকৰ্ড! ১ লাখ টকা পাৰ কৰিলে সোণৰ মূল্যই, কেৱল ১০ গ্ৰামতেই এতিয়া লাখ টকা

ৰেকৰ্ড! ১ লাখ টকা পাৰ কৰিলে সোণৰ মূল্যই, কেৱল ১০ গ্ৰামতেই এতিয়া লাখ টকা

গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল দুই কিশোৰ, মেট্ৰিক উত্তীৰ্ণ হৈছিল হে

গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ'ল দুই কিশোৰ, মেট্ৰিক উত্তীৰ্ণ হৈছিল হে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.