• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেকৰ্ড! ১ লাখ টকা পাৰ কৰিলে সোণৰ মূল্যই, কেৱল ১০ গ্ৰামতেই এতিয়া লাখ টকা

ৰেকৰ্ড! ১ লাখ টকা পাৰ কৰিলে সোণৰ মূল্যই, কেৱল ১০ গ্ৰামতেই এতিয়া লাখ টকা

1 year ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

31 minutes ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

56 minutes ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

2 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

3 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

3 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

4 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

5 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

6 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

7 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

7 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

8 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰেকৰ্ড! ১ লাখ টকা পাৰ কৰিলে সোণৰ মূল্যই, কেৱল ১০ গ্ৰামতেই এতিয়া লাখ টকা

editor by editor
April 26, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ৰেকৰ্ড! ১ লাখ টকা পাৰ কৰিলে সোণৰ মূল্যই, কেৱল ১০ গ্ৰামতেই এতিয়া লাখ টকা
0
SHARES
310
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰেকৰ্ড! ১ লাখ টকা পাৰ কৰিলে সোণৰ মূল্যই, কেৱল ১০ গ্ৰামতেই এতিয়া লাখ টকা

অভিলেখ ৰচিলে সোণৰ মূল্যই। প্ৰথমবাৰৰ বাবে ভাৰতত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১ লাখ টকা অতিক্ৰম। এয়া কেৱল এটা পৰিসংখ্যা নহয় বৰঞ্চ বিনিয়োগকাৰী আৰু সাধাৰণ মানুহৰ বাবে এক ডাঙৰ সংকেত যে নিৰাপদ আশ্ৰয়স্থলৰ সম্পত্তি হিচাপে সোণৰ পৰম্পৰাগত ভূমিকা পুনৰবাৰ আলোচনাৰ কেন্দ্ৰলৈ আহিছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ দুৰ্বলতা আৰু আমেৰিকাকে ধৰি বিশ্ব অৰ্থনীতিৰ অনিশ্চয়তাৰ বাবে বিনিয়োগকাৰীসকল সোণৰ প্ৰতি অধিক প্ৰৱল হৈ পৰিছে। ইউক্ৰেইন-ৰাছিয়া আৰু ইজৰাইল-গাজা সংকটৰ দৰে পৰিঘটনাই এই ধাৰাক আৰু অধিক শক্তিশালী কৰি তুলিছে। সোণৰ মূল্য বৃদ্ধিক বিনিয়োগকাৰীৰ আশংকা আৰু অস্থিৰতাৰ পৰা সুৰক্ষা হিচাপে দেখা গৈছে।

ভাৰতত সোণক সদায় পৰম্পৰাগত সম্পদ হিচাপে গণ্য কৰা হৈছে। উৎসৱ, বিয়া আৰু সাংস্কৃতিক অনুষ্ঠানত ইয়াৰ চাহিদা অধিক বৃদ্ধি পায়, অতীজৰে পৰা ইয়াৰ জনপ্ৰিয়াত আছে, বৰ্তমানেও ইয়াৰ জনপ্ৰিয়তা অব্যাহত আছে।

চলিত এপ্ৰিল মাহত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য সৰ্বাধিক ১ লাখ ১ হাজাৰ ৫২৫ টকা। ২২ এপ্ৰিল তাৰিখে শীৰ্ষত উপনীত হৈছিল এই সংখ্যা। আজি ২৬ তাৰিখে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত- ৯৯,৩১০ টকা।

আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৮০০ টকা। ১ গ্ৰাম ২২ কেৰেটৰ মূল্য ৯১৮০ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 1 lakhgoldGold Priceprice hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!
বিনোদন

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

July 27, 2026
Next Post
গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল দুই কিশোৰ, মেট্ৰিক উত্তীৰ্ণ হৈছিল হে

গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ'ল দুই কিশোৰ, মেট্ৰিক উত্তীৰ্ণ হৈছিল হে

নষ্ট্ৰাডামুছৰ তৃতীয় বিশ্বযুদ্ধৰ ভৱিষ্যদ্বাণী সঁচা হ’ব নেকি? ভাৰত-পাকিস্তানৰ মাজত হ’ব নেকি এই যুদ্ধ

নষ্ট্ৰাডামুছৰ তৃতীয় বিশ্বযুদ্ধৰ ভৱিষ্যদ্বাণী সঁচা হ’ব নেকি? ভাৰত-পাকিস্তানৰ মাজত হ'ব নেকি এই যুদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.