• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সবাতোকৈ কঠিন ৩ অভিযান্ত্ৰিক শিক্ষা, য’ত পঢ়িলেই লাভ কৰিব কোটি টকাৰ চাকৰি

বিশ্বৰ সবাতোকৈ কঠিন ৩ অভিযান্ত্ৰিক শিক্ষা, য’ত পঢ়িলেই লাভ কৰিব কোটি টকাৰ চাকৰি

1 year ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

26 minutes ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

59 minutes ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

2 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

2 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

3 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

3 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

4 hours ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

22 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

23 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

23 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

24 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিশ্বৰ সবাতোকৈ কঠিন ৩ অভিযান্ত্ৰিক শিক্ষা, য’ত পঢ়িলেই লাভ কৰিব কোটি টকাৰ চাকৰি

editor by editor
April 27, 2025
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত, শিক্ষা
0
বিশ্বৰ সবাতোকৈ কঠিন ৩ অভিযান্ত্ৰিক শিক্ষা, য’ত পঢ়িলেই লাভ কৰিব কোটি টকাৰ চাকৰি
0
SHARES
759
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সবাতোকৈ কঠিন ৩ অভিযান্ত্ৰিক শিক্ষা, য’ত পঢ়িলেই লাভ কৰিব কোটি টকাৰ চাকৰি

সমগ্ৰ বিশ্বতে অভিযান্ত্ৰিক শিক্ষা এক অতি সন্মানীয় আৰু প্ৰত্যাহ্বানমূলক ক্ষেত্ৰ হিচাপে গণ্য কৰা হয়। কিন্তু কিছুমান অভিযান্ত্ৰিক পাঠ্যক্ৰম ইমানেই কঠিন যে তাত নামভৰ্তি কৰাটো যিদৰে কঠিন, তেনেদৰে তাত পঢ়া-শুনা সম্পূৰ্ণ কৰাটোও যুদ্ধত জয়ী হোৱাতকৈ কম নহয়।
অৱশ্যে এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক লাখ-কোটি মূল্যৰ পেকেজ প্ৰদান কৰা হয়।

১/ মহাকাশ অভিযান্ত্ৰিক (Aerospace Engineering)
মহাকাশ অভিযান্ত্ৰিক অন্যতম কঠিন আৰু জটিল পাঠ্যক্ৰম।এই পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলে বিমান, মহাকাশযান আৰু মিছাইলৰ ডিজাইন আৰু নিৰ্মাণৰ সৈতে জড়িত সবিশেষ পঢ়িব লাগে। এই পাঠ্যক্ৰমত উচ্চ গণিত, পদাৰ্থ বিজ্ঞান আৰু কম্পিউটাৰ প্ৰগ্ৰেমিংৰ গভীৰ জ্ঞানৰ প্ৰয়োজন। আমেৰিকাৰ এম আই টি আৰু ভাৰতৰ আই আই টিৰ দৰে প্ৰতিষ্ঠান এই ক্ষেত্ৰত বিশ্ববিখ্যাত।

২) নেন’টেকন’লজি ইঞ্জিনিয়াৰিং (Nanotechnology Engineering)
নেন’টেকন’লজি ইঞ্জিনিয়াৰিং হৈছে মাইক্ৰ’ আৰু নেন’ পৰ্যায়ত কাম কৰা। এই ক্ষেত্ৰত গৱেষণা আৰু উন্নয়নে ডাঙৰ ভূমিকা পালন কৰে। এই পাঠ্যক্ৰমটো কেৱল কঠিন নহয়, ইয়াৰ বাবে উদ্ভাৱন আৰু অতি আধুনিক কাৰিকৰী জ্ঞানৰো প্ৰয়োজন। বৰ্তমান সময়ত চিকিৎসা, ইলেক্ট্ৰনিকছ আৰু শক্তিৰ ক্ষেত্ৰত ইয়াৰ চাহিদা অধিক।

৩/ সামুদ্ৰিক অভিযান্ত্ৰিক (Marine Engineering)
সামুদ্ৰিক অভিযান্ত্ৰিক পাঠ্যক্ৰম সামুদ্ৰিক জাহাজ আৰু চাবমেৰিনৰ ডিজাইন, নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ সৈতে জড়িত। ইয়াত কাম কৰিবলৈ কাৰিকৰী জ্ঞানৰ লগতে শাৰীৰিক শক্তি আৰু মানসিক দৃঢ়তাও প্ৰয়োজন। এই পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলেও দীৰ্ঘ সময় সাগৰত থাকিবলৈ আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলৈও সাজু হব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: educationengineeringToughest Course
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?
ভাৰত

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

August 15, 2026
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল
বিনোদন

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

August 15, 2026
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?
নিয়োগ

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

August 15, 2026
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী
ভাৰত

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

August 15, 2026
Next Post
ভয়ংকৰ অগ্নিকাণ্ড, একেলগে ছাৰখাৰ শতাধিক ঘৰ, ২ শিশুৱে হেৰুৱালে প্ৰাণ, বহু অগ্নিদ্বগ্ধ

ভয়ংকৰ অগ্নিকাণ্ড, একেলগে ছাৰখাৰ শতাধিক ঘৰ, ২ শিশুৱে হেৰুৱালে প্ৰাণ, বহু অগ্নিদ্বগ্ধ

অক্ষয় তৃতীয়াৰ পূৰ্বে নিজৰ গতি সলনি কৰিব শনিয়ে, জীৱনত বিপদ বাঢ়িব পাৰে কিছু ৰাশিৰ

অক্ষয় তৃতীয়াৰ পূৰ্বে নিজৰ গতি সলনি কৰিব শনিয়ে, জীৱনত বিপদ বাঢ়িব পাৰে কিছু ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.