• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬মে’ৰ পৰাই শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতক-জাতিকাৰ! হাতলৈ ধন আহিব কোন কোন জাতকৰ?

৬মে’ৰ পৰাই শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতক-জাতিকাৰ! হাতলৈ ধন আহিব কোন কোন জাতকৰ?

1 year ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

42 minutes ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

13 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

13 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

13 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

14 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

15 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

17 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

18 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

18 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

18 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

19 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬মে’ৰ পৰাই শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতক-জাতিকাৰ! হাতলৈ ধন আহিব কোন কোন জাতকৰ?

৬মে’ৰ পৰাই শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতক-জাতিকাৰ! হাতলৈ ধন আহিব কোন কোন জাতকৰ?

editor by editor
May 6, 2025
in জীৱনশৈলী
0
৬মে’ৰ পৰাই শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতক-জাতিকাৰ! হাতলৈ ধন আহিব কোন কোন জাতকৰ?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জ্যোতিষমতে আজি ৬ মে’ত ৫ৰাশিৰ জাতক জাতিকা বিশেষভাৱে লাভৱান হ’ব৷ আজি পৰিশ্ৰমৰ ফল লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই৷ ভাগ্যৰ সহায়তা লাভ কৰিব আৰু হাতলৈ নতুন সুযোগ আহিব৷ কৰ্মত আৰ্থিক উন্নতি, চাকৰি বা ব্যৱসায় সংক্ৰান্তিয় যিকোনো প্ৰচেষ্টাত আজি সফলতা আহিব৷ আৰ্থিক দিশৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ হঠাৎ অৰ্থ লাভ বা পুৰণি ধন উভতাই পোৱাৰ যোগ আছে৷ পাৰিবাৰিক আৰু দাম্পত্য জীৱনত সুখ আৰু বুজাপৰা বাঢ়িব৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক মজবুত হব৷ পৰিয়ালৰ সদস্যৰ সমৰ্থন লাভ কৰিব৷ লাকী ৫ৰাশিৰ জাতক কোন কোন?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ ভাল দিনৰ আৰম্ভণি হব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে উপযুক্ত সময়৷ চাকৰিত চলা সমস্যা সমাধান হব৷ নতুন চাকৰিৰ সুযোগো আহিব পাৰে৷ মেষ ৰাশিৰ অৰ্থ আৰু সন্তাম বাঢ়িব৷ অৰ্থাগমৰ পথৰ বাধা দূৰ হব৷ আপোনাৰ কামৰ মাধ্যমেৰে সন্মানো বাঢ়িব৷ সমাজত আপোনাৰ অৱস্থান দৃঢ় হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো আৰ্থিকভাৱে শুভ হব৷ পুৰণি কোনো বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ আহিব৷ কাৰোবাক ধাৰলৈ দিয়া অৰ্থ উভতাই পাব পাৰে৷ মিথুন ৰাশিৰ ব্যৱসায়ীয়েও আজি উন্নতি কৰিব পাৰিব৷ পুৰণি কোনো বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ আহিব পাৰে৷ কাৰোবাক ধাৰ দিয়া অৰ্থ উভতাই পাব৷

কন্যা ৰাশি

আজিৰ দিনটো কন্যা ৰাশিৰ জাতকৰ বাবে কৰ্মজীৱনত নতুন সাফল্য আহিব৷ শিক্ষাক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব৷ চাকৰিৰ বাবে প্ৰস্তুতি লৈ থকা শিক্ষাৰ্থীয়ে শুভ সংবাদ পাব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে ৬ মেৰ পৰা ভাল সময় আৰম্ভ হব৷ প্ৰেমৰ সম্পৰ্কত বান্ধ খাব পাৰে৷ বৈবাহিক জীৱনত বুজাপৰা আৰু শান্তি উভতি আহিব৷ কেৰিয়াৰত অগ্ৰগতিৰ নতুন পথ মুকলি হব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ৷ চাকৰিয়ালে প্ৰমোছন লাভ কৰাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত উন্নতিৰ খবৰ আহিব৷ নতুন প্ৰজেক্টৰ সুযোগ আৰু বিদেশযাত্ৰাতো সফলতা আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?
জীৱনশৈলী

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

July 9, 2026
Next Post
কঠিনতম আঢ়ৈ বছৰৰ আৰম্ভণি, কাক কাক ভয়ংকৰ বিপদত পেলাব শনিয়ে?

কঠিনতম আঢ়ৈ বছৰৰ আৰম্ভণি, কাক কাক ভয়ংকৰ বিপদত পেলাব শনিয়ে?

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.