• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮মাহৰ পিছত ঘৰ সলনি কৰিছে কেতুৱে, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

১৮মাহৰ পিছত ঘৰ সলনি কৰিছে কেতুৱে, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

1 year ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

24 minutes ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

1 hour ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

2 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

4 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

5 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

5 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

6 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

7 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

7 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮মাহৰ পিছত ঘৰ সলনি কৰিছে কেতুৱে, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

১৮মাহৰ পিছত ঘৰ সলনি কৰিছে কেতুৱে, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
May 6, 2025
in জীৱনশৈলী, বিবিধ
0
১৮মাহৰ পিছত ঘৰ সলনি কৰিছে কেতুৱে, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান কেতুৱে অৱস্থান কৰিছে কন্যা ৰাশিত৷ ১৮ মাহৰ পাছত নিজৰ ঘৰ সলনি কৰিছে ছায়া গ্ৰহ কেতুৱে৷ আগন্তুক ১৮ মে’ৰ বিয়লি ৫বাজি ৮ মিনিটত কন্যা ৰাশি এৰি বক্ৰী চলনেৰে কেতুৱে সিংহ ৰাশিত গোচৰ কৰিব৷ সূৰ্যৰ ঘৰত কেতুৰ গোচৰৰ ফলত লাভজনক প্ৰভাৱ পৰিব বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত৷ বিশেষকৈ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব কেইটামান ৰাশিৰ জাতকে৷ জানি থওক কেতুৰ গোচৰত কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

মিথুন ৰাশি

মিথুন ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব ৰাহুৱে৷ কেতুৰ এই অৱস্থানৰ ফলত সাহস আৰু আত্মবিশ্বাস বাঢ়িব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত আপুনি নিজৰ সকলো কামত সততা আৰু পৰিশ্ৰমৰ সৈতে সম্পন্ন কৰিব৷ আত্মীয় আৰু বন্ধুৰ সৈতে তীৰ্থযাত্ৰালৈ যাব পাৰে৷ কেতুৰ প্ৰভাৱত মনত পজিটিভ চিন্তাৰে কাম কৰিব৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব আৰু সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভাল হ’ব৷

কন্যা ৰাশি

কেতুৱে কন্যা ৰাশি এৰিলে তাৰ শুভ ফল পাব কন্যা ৰাশিৰ জাতকে৷ যাৱতীয় ঋণ শোধ কৰিব পাৰিব৷ পুৰণি অসুখ থাকিলে তাৰ পৰা ৰেহাই পাব৷ আইনী ঝামেলাৰ পৰা মুক্তি পাব পাৰে৷ আমদানি ৰপ্তানীৰ ব্যৱসায়ত লাভৱান হব৷ আৰ্থিক দিশৰ পৰা এই সময় খুবেই লাভজনক হব৷ চাকৰি আৰু ব্যৱসায়ত সকলো সমস্যা দূৰ হব৷ নতুন চাকৰি পাব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব কেতুৱে৷ ইয়াৰ ফলত আপুনি সকলো বিষয়ত কাঙ্খিত ফল পাব৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ সুযোগ পাব৷ নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰাৰ ফলত সেয়া অৰ্জন কৰাৰ সম্ভাৱনা বাঢ়ি যাব৷ প্ৰেমৰ ক্ষেত্ৰত অশান্তিয়ে দেখা দিব পাৰে৷ অফিচত আপোনাৰ প্ৰতিপত্তি বাঢ়িব আৰু ছিনিয়ৰ অফিচাৰৰ সমৰ্থন আপোনাৰ সৈতে থাকিব৷

ধনু ৰাশি

ধনু ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব কেতুৱে৷ এই সময়ত ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব আপোনাৰ৷ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ ধ্যান, প্ৰাণায়াম কৰি নিজৰ মনক শান্ত কৰিব পাৰিব৷ পৰ্যটনৰ ব্যৱসায়ত জড়িতসকলে এই সময়ত ভাল লাভ পাব৷ কোনো পৰিকল্পনা এই সময়ত কাৰ্যকৰী হ’ব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ অষ্টম ঘৰত গোচৰ কৰিব কেতুৱে৷ এই সময়ত আপুনি হঠাৎ কিছু অৰ্থ লাভ কৰিব পাৰে৷ শৰীৰ-স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হব আৰু আৰ্থিক পৰিস্থিতি মজবুত হব৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে এই সময়ত নতুন চাকৰি পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য
জীৱনশৈলী

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ
জীৱনশৈলী

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

July 21, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

July 21, 2026
Next Post
অসমবাসী সাজু হওঁক! অসমৰ কোন কোন ঠাই স্পৰ্শকাতৰ? ৰাজ্যৰ কোন কোন জিলাত বাজিব ছাইৰেণ?

অসমবাসী সাজু হওঁক! অসমৰ কোন কোন ঠাই স্পৰ্শকাতৰ? ৰাজ্যৰ কোন কোন জিলাত বাজিব ছাইৰেণ?

ভাৰত চৰকাৰৰ বিশেষ সিদ্ধান্ত, পথ দুৰ্ঘটনাত আহতৰ সমগ্ৰ দেশতে বিনামূলীয়া চিকিৎসা

ভাৰত চৰকাৰৰ বিশেষ সিদ্ধান্ত, পথ দুৰ্ঘটনাত আহতৰ সমগ্ৰ দেশতে বিনামূলীয়া চিকিৎসা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.