• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল

ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল

11 months ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

6 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

7 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

7 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

7 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

8 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

9 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

10 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

11 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

13 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

13 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

14 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল

editor by editor
May 7, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল

ভাৰতৰ অতৰ্কীতে কৰা এয়াৰ ষ্ট্ৰাইকত নিঃশেষ হৈছে মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়াল। পাকিস্তানী সংবাদ মাধ্যমৰ মতে, বুধবাৰে পুৱতি নিশা ভাৰতীয় বায়ুসেনাই জয়ছ-ই-মহম্মদৰ মুখ্য সন্ত্ৰাসবাদী মৌলানা মাছুদ আজহাৰৰ ঘৰত আক্ৰমণ চলায়।

এই আক্ৰমণত মাছুদ আজহাৰৰ পৰিয়ালৰ লগতে ১৪টা সন্ত্ৰাসবাদী নিহত হয়। অৱশ্যে মাছুদ আজহাৰে মাত্ৰ ১০ জনৰ মৃত্যুৰ কথা স্বীকাৰ কৰিছে।

প্ৰতিবেদন অনুসৰি ভাৰতীয় সেনাই পুৱা প্ৰায় ১.৩০ বজাত ভাৰতীয় সীমান্তৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাহাবলপুৰৰ মাছুদ আজহাৰৰ ঘৰত আক্ৰমণ চলায়।

এই আক্ৰমণত মাছুদৰ আত্মগোপন স্থানত বোমা নিক্ষেপ কৰা হয়, য’ত তেওঁৰ সমগ্ৰ পৰিয়াল সেই সময়ত গভীৰ নিদ্ৰাত আছিল।

প্ৰতিবেদনত কোৱা হৈছে যে বোমাটো পৰি যোৱাৰ লগে লগে পৰিয়ালটোৰ ১৪ জন সদস্যৰ মৃত্যু হয়। অৱশ্যে আক্ৰমণৰ সময়ত ঘৰত উপস্থিত নাছিল মাছুদ আজহাৰ।

পাকিস্তানী সংবাদ মাধ্যমৰ মতে, আক্ৰমণৰ সময়ত মাছুদ আজহাৰৰ জ্যেষ্ঠ ভগ্নী, মৌলানা কাছাফৰ সমগ্ৰ পৰিয়াল, মুফতি আব্দুল ৰাউফৰ নাতি, জ্যেষ্ঠ কন্যা শ্বহীদ বাজী সাদিয়াই স্বামী আৰু চাৰিটা সন্তানৰ সৈতে ঘৰটোত শুই আছিল।

এই আক্ৰমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কিছু লোক আহত হৈছে। এই আক্ৰমণৰ পিছত মাছুদ আজহাৰে নিজৰ বিবৃতি প্ৰকাশ কৰিছে। মাছুদে কয় যে ঘৰৰ ১০ জন লোকৰ মৃত্যু এতিয়ালৈকে নিশ্চিত হৈছে। যাৰ ভিতৰত আজহাৰৰ পত্নীৰ লগতে ৩ সন্তান নিহত।

মাছুদৰ মতে, এই আক্ৰমণত ৫টা শিশু নিহত হৈছে। একাংশ মহিলাৰো মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ উপৰিও মাছুদৰ ভাতৃৰো মৃত্যু হোৱাৰ খবৰ সদৰি

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Air StrikeIndia AttackMasud Ajaur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ

আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ

‘ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰিছো!’ কোন দেশে ভাৰতক দিছে মুকলি সমৰ্থন? কি প্ৰতিক্ৰিয়া আমেৰিকা, চীনৰ?

‘ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰিছো!’ কোন দেশে ভাৰতক দিছে মুকলি সমৰ্থন? কি প্ৰতিক্ৰিয়া আমেৰিকা, চীনৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.