• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহিছে শনি জয়ন্তী, শুভ যোগত ধনৰ আগমন হ’ব এই ৩ৰাশিৰ জাতকৰ জীৱনলৈ

আহিছে শনি জয়ন্তী, শুভ যোগত ধনৰ আগমন হ’ব এই ৩ৰাশিৰ জাতকৰ জীৱনলৈ

11 months ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

18 minutes ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

48 minutes ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

2 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

2 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

3 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

3 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

4 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

4 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

5 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

5 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

15 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহিছে শনি জয়ন্তী, শুভ যোগত ধনৰ আগমন হ’ব এই ৩ৰাশিৰ জাতকৰ জীৱনলৈ

আহিছে শনি জয়ন্তী, শুভ যোগত ধনৰ আগমন হ’ব এই ৩ৰাশিৰ জাতকৰ জীৱনলৈ

editor by editor
May 8, 2025
in জীৱনশৈলী
0
আহিছে শনি জয়ন্তী, শুভ যোগত ধনৰ আগমন হ’ব এই ৩ৰাশিৰ জাতকৰ জীৱনলৈ
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জেঠ মাহৰ অমাবস্যা তিথিত পালিত হয় শনি জয়ন্তী৷ শাস্ত্ৰ অনুসৰি এই দিনটোতেই শনি দেৱতাৰ আবিৰ্ভাৱ তিথি হিচাপে গণ্য কৰা হয়৷ শনি জয়ন্তীত গ্ৰহৰাজৰ আৰাধনা কৰিলে তেওঁ তুষ্ট হয় বুলি ধাৰণা কৰা হয়৷ বিশেষকৈ শনিৰ দশা চলিলে শনি জয়ন্তীত শনিৰ পূজা কৰা অত্যন্ত শুভ৷

শনি জয়ন্তী কেতিয়া?

প্ৰতি বছৰ জেঠ মাহৰ অমাবস্যা তিথিত শনি জয়ন্তী পালিত হয়৷ এই বছৰ জেঠ মাহৰ অমাবস্যা পৰিছে আগন্তুক ২৬ মে ১২ বাজি ১১ মিনিটত৷ অমাবস্যা থাকিব পাছৰ দিনা অৰ্থাৎ ২৭ মে পুৱা ৮ বাজি ৩১ মিনিটলৈকে৷ উদয়া তিথি অনুসৰি শনি জয়ন্তী পালিত হব ২৭ মে মঙলবাৰে৷

শনি জয়ন্তীত শুভ যোগ

এই বছৰ শনি জয়ন্তীত আছে শুভ যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ৷ এই দুই যোগৰ প্ৰভাৱত বিভিন্ন ৰাশিৰ জাতক নানান দিশৰ পৰা লাভৱান হব৷ জানি থওক শনি জয়ন্তীত গ্ৰহৰাজৰ কৃপাত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক৷ শনিৰ কৃপাত আৰ্থিক সংকট আৰু কেৰিয়াৰৰ সমস্যাৰ পৰা মুক্তি পাব এই সকলো ৰাশিৰ জাতকে৷ জানি থওক শনি জয়ন্তীত শনিৰ কৃপা থাকিব কোন কোন ৰাশিত?

মিথুন ৰাশি

শনি জয়ন্তীত মিথুন ৰাশিৰ জাতকে কৰ্মফলদাতাৰ আশীৰ্বাদ পাব৷ অৰ্থ উপাৰ্জনৰ পথৰ যাৱতীয় বাধা এই সময়ত দূৰ হ’ব৷ পৰিয়ালৰ মাজত কোনো বিবাদ বা ভুল বুজাবুজি থাকে সেই সময় দূৰ হ’ব৷ সম্পত্তি সংক্ৰান্তিয় সমস্যা দূৰ হব৷ আলোচনাৰ মাধ্যমেৰে সকলো সমস্যাৰ সমাধান কৰিব পাৰিব৷ ঘৰত কাৰোবাৰ বিবাহ ঠিক হ’ব পাৰে৷

তুলা ৰাশি

শনি দেৱতাৰ অতি প্ৰিয় তুলা ৰাশিৰ জাতক৷ শনি জয়ন্তীত শনিৰ কৃপা থাকিব এই ৰাশিত৷ দাম্পত্য জীৱনত এই সময়ত সুখ আৰু ভালপোৱা বাঢ়িব৷ অবিবাহিতসকলৰ বিবাহ ঠিক হব পাৰে৷ তুলা ৰাশিৰ জাতকে এই সময়ত বিবাহ কৰাব পাৰে৷ শনিৰ কৃপাত আপোনাৰ স্বাস্থ্যৰ উন্নতি হব৷

মকৰ ৰাশি

শনি জয়ন্তীত কোনো সুখবৰ পাব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ সমাজত আপোনাৰ কামৰ প্ৰশংসা আৰু মান্যতা পাব৷ এই সময়ত ডাঙৰ আৰ্থিক লাভ কৰিব পাৰে৷ শনি জয়ন্তীত শুভ যোগ আৰু শুক্ল যোগৰ মহাসন্ধিত আপোনাৰ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ
জীৱনশৈলী

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

April 17, 2026
Next Post
‘মই মিছনত উলাইছো…!’ বন্ধুৰ সৈতে শেষ কৰা দীনেশৰ, তাৰপিছতেই মৃত্যুসংবাদ, এৰি গ’ল অন্তঃসত্ত্বা পত্নীক

‘মই মিছনত উলাইছো...!’ বন্ধুৰ সৈতে শেষ কৰা দীনেশৰ, তাৰপিছতেই মৃত্যুসংবাদ, এৰি গ’ল অন্তঃসত্ত্বা পত্নীক

বৃহস্পতিৰ ঘৰ সলনিয়ে তিনি ৰাশিৰ পকেট ভৰাই তুলিব! বাঢ়িব আয়, খুলিব ধন অহাৰ পথ, ভাগ্যবান ৰাশি কি কি?

বৃহস্পতিৰ ঘৰ সলনিয়ে তিনি ৰাশিৰ পকেট ভৰাই তুলিব! বাঢ়িব আয়, খুলিব ধন অহাৰ পথ, ভাগ্যবান ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.