• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই মিছনত উলাইছো…!’ বন্ধুৰ সৈতে শেষ কৰা দীনেশৰ, তাৰপিছতেই মৃত্যুসংবাদ, এৰি গ’ল অন্তঃসত্ত্বা পত্নীক

‘মই মিছনত উলাইছো…!’ বন্ধুৰ সৈতে শেষ কৰা দীনেশৰ, তাৰপিছতেই মৃত্যুসংবাদ, এৰি গ’ল অন্তঃসত্ত্বা পত্নীক

1 year ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

4 minutes ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

49 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

1 hour ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

4 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

4 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

6 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

7 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

7 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

8 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

9 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মই মিছনত উলাইছো…!’ বন্ধুৰ সৈতে শেষ কৰা দীনেশৰ, তাৰপিছতেই মৃত্যুসংবাদ, এৰি গ’ল অন্তঃসত্ত্বা পত্নীক

‘মই মিছনত উলাইছো...!’ বন্ধুৰ সৈতে শেষ কৰা দীনেশৰ, তাৰপিছতেই মৃত্যুসংবাদ, এৰি গ’ল অন্তঃসত্ত্বা পত্নীক

editor by editor
May 8, 2025
in জীৱনশৈলী
0
‘মই মিছনত উলাইছো…!’ বন্ধুৰ সৈতে শেষ কৰা দীনেশৰ, তাৰপিছতেই মৃত্যুসংবাদ, এৰি গ’ল অন্তঃসত্ত্বা পত্নীক
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
অপাৰেছন সেন্দূৰৰ পাছৰে পৰা জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰনৰেখাৰ ওচৰত পাকিস্তানে লেথাৰিকৈ গোলাবৰ্ষণ কৰি আছে৷ সেই আক্ৰমণৰ ওলোটাই প্ৰত্যুত্তৰো দিছে ভাৰতীয় সেনাই৷ পহেলগাম কাণ্ডৰ পাছৰে পৰাই নিয়ন্ত্ৰণৰেখাত উত্তেজনা বৃদ্ধি পাইছে৷
মঙলবাৰে মাজনিশা পাক অধিকৃত কাশ্মীৰ আৰু পাক ভূখণ্ডত প্ৰত্যাঘাত কৰিছে ভাৰতে৷ সেই প্ৰত্যাঘাতৰ পাছতেই জম্মু কাশ্মীৰৰ পুঞ্চ, ৰাজৌৰি, আখনুৰ আৰু বাৰামুলাত পাকিস্তানে গোলাবৰ্ষণ কৰিছে৷ সেই বোমাবৰ্ষণতেই নিহত হৈছে ১৩ গৰাকী লোক৷ তেওঁলোকৰ মাজত আছে লেন্সনায়ক দীনেশ শৰ্মাও৷ পুঞ্চত সেনাৰ এফ ডি ৰেজিমেণ্টত কৰ্মৰত আছিল তেঁও৷ নিয়ন্ত্ৰণৰেখাত পাকিস্তানে সংঘৰ্ষবিৰতি উলংঘন কৰাৰ বাবেই তাত মোতায়েন কৰা হৈছিল ৫ এফ ডি ৰেজিমেণ্টৰ জোৱান৷ সেই দলত আছিল দীনেশো৷ পাকিস্তানে দলিওৱা বোমাত আঘাতপ্ৰাপ্ত হৈছিল দীনেশ৷ তাৰপিছতেই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল দীনেশক৷ হাস্পতালতেই দীনেশে মৃত্যুক সাবটি লয়৷
দীনেশৰ বন্ধু প্ৰদীপে কয়, ‘৬মে’ৰ নিশা চাৰে ১০ বজাত দীনেশক ফোন কৰিছিলো৷ তেওঁৰ সৈতে কিছুক্ষণ কথা হৈছিল৷ তেতিয়া মোক কৈছিল, মিছনলৈ ওলাইছো৷ যি হয় খবৰ দিম৷ তাৰপিছতেই ৭মে’ৰ পুৱা ৪ বজাত দীনেশৰ ফোন আহে৷ মই ফোন ধৰিব নোৱাৰিলো৷’ প্ৰদীপে আকৌ কয়, ‘পাছত মই ফোন কৰিছিলো৷ কেৱল হেল্ল শুনাৰ পাছতেই ফোনটো কাটি গৈছিল৷ আকৌ পুৱা ৭ বজাত ফোন কৰো৷ তেতিয়া মই কৈছিলো, ভাই সকলো ঠিকে আছেতো৷ কিন্তু সেই ফোনটো দীনেশে ধৰা নাছিল৷ অন্য এজনেহে ফোন ধৰিছিল৷ তেওঁ কৈছিল বোমাবৰ্ষণত দীনেশ আহত হৈছে৷ তেওঁৰ চিকিৎসা চলিছে৷ মই ফোনটো ৰাখিলো৷ তাৰ কিছুসময়ৰ পাছতেই সংবাদমাধ্যমত দেখা পাওঁ আটাইতকৈ দুখজনক খবৰটো৷ দীনেশ আৰু এই পৃথিৱীত নাই৷’

দীনেশৰ পাঁচ ভায়েক৷ তেওঁৰ পিতৃ দয়ানন্দ শৰ্মাই জনাইছে, পাঁচ ভায়েকৰ মাজত দীনেশ ডাঙৰ৷ দীনেশৰ আন দুই ভাতৃ সেনাত কৰ্মৰত৷ তেওঁৰ সৰু ভায়েক সেনাৰ মেডিকেল বিভাগত কৰ্মৰত৷ সেই সৰু ভায়েকে জনাইছে যে দীনেশৰ ৮বছৰীয়া দুই সন্তান আছে৷ তেওঁৰ পত্নী পুনৰ অন্তঃসত্ত্বা হৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

July 17, 2026
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Next Post
বৃহস্পতিৰ ঘৰ সলনিয়ে তিনি ৰাশিৰ পকেট ভৰাই তুলিব! বাঢ়িব আয়, খুলিব ধন অহাৰ পথ, ভাগ্যবান ৰাশি কি কি?

বৃহস্পতিৰ ঘৰ সলনিয়ে তিনি ৰাশিৰ পকেট ভৰাই তুলিব! বাঢ়িব আয়, খুলিব ধন অহাৰ পথ, ভাগ্যবান ৰাশি কি কি?

লাহৌৰত সোমাই পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম গুৰি কৰি দিলে ভাৰতে! ভাইৰেল আক্ৰমণৰ ভিডিঅ’

লাহৌৰত সোমাই পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম গুৰি কৰি দিলে ভাৰতে! ভাইৰেল আক্ৰমণৰ ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.