• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাহৌৰত সোমাই পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম গুৰি কৰি দিলে ভাৰতে! ভাইৰেল আক্ৰমণৰ ভিডিঅ’

লাহৌৰত সোমাই পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম গুৰি কৰি দিলে ভাৰতে! ভাইৰেল আক্ৰমণৰ ভিডিঅ’

1 year ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

11 minutes ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

30 minutes ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

47 minutes ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

1 hour ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

3 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

4 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

5 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

7 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

16 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

16 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

লাহৌৰত সোমাই পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম গুৰি কৰি দিলে ভাৰতে! ভাইৰেল আক্ৰমণৰ ভিডিঅ’

লাহৌৰত সোমাই পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম গুৰি কৰি দিলে ভাৰতে! ভাইৰেল আক্ৰমণৰ ভিডিঅ’

editor by editor
May 8, 2025
in বিবিধ, বিশ্ব
0
লাহৌৰত সোমাই পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম গুৰি কৰি দিলে ভাৰতে! ভাইৰেল আক্ৰমণৰ ভিডিঅ’
0
SHARES
436
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ পুঞ্চ ছেক্টৰত গুলি চলাইছিল পাকিস্তানে৷ তাৰেই প্ৰতিশোধ ল’লে ভাৰতে৷ বৃহস্পতিবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনী পাকিস্তানৰ কেইবাটাও স্থানত ৰাডাৰ আৰু আকাশ প্ৰতিৰক্ষা ব্যৱস্থাসমূহ ধ্বংস কৰিলে ভাৰতে৷ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় সূত্ৰৰ খবৰ অনুসৰি অপাৰেছন সেন্দূৰৰ দ্বিতীয় দিনত লাহৌৰৰ আকাশত প্ৰতিৰক্ষা ব্যৱস্থাক নিষ্ক্ৰিয় কৰা হৈছে৷

লাহৌৰসহ পাকিস্তানৰ কেইবাটাও স্থানত আকাশ প্ৰতিৰক্ষা ৰেডাৰ আৰু চিষ্টেমসমূহ লক্ষ্য কৰি আক্ৰমণ কৰিছে ভাৰতীয় সেনাই৷ ইয়াৰ মাজতেই লাহৌৰৰ এটা আকাশ প্ৰতিৰক্ষা ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ বিষয়ে নিশ্চিত কৰা হৈছে আনুষ্ঠানিকভাৱে৷ সেই আক্ৰমণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেলো হৈছে৷ সেই ভিডিঅ’ কিমান সঁচা সেয়া অৱশ্যে এতিয়াও নিশ্চিত নহয়৷

ভিডিঅ’টোত দেখা গৈছে আকাশ প্ৰতিৰক্ষা ৰেডাৰ ধ্বংসৰ মুহূৰ্তটি৷ উৰি আহি নিৰ্ভুল লক্ষ্যত আঘাত কৰিছে ভাৰতৰ ড্ৰোনে৷ প্ৰবল বিস্ফোৰণত দাউ দাউকৈ কেইবাফুট উচ্চতাত জ্বলি উঠিছে জুই৷ ছিটিকি পৰা দেখা গৈছে ধ্বংসাৱশেষো৷ নেটাগৰিকৰ একাংশৰ মতে এয়া লাহৌৰৰ ভিডিঅ’ নহয়৷ ২০১৯ চনৰ পুৰণি এটা ভিডিঅ’৷ অপাৰেছন সেন্দূৰৰ পাছতেই ভাৰতীয় সেনাই সংবাদমেল আয়োজন কৰিছে৷ ভাৰতৰ সামৰিক লক্ষ্যবস্তুত আক্ৰমণ হ’লে তাৰ উপযুক্ত জৱাব দিয়া হবই৷ ৭ আৰু ৮ মেত পাকিস্তানৰ ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি উত্তৰ  বা পশ্চিম ভাৰতৰ অৱন্তীপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথলা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাতিণ্ডা, চণ্ডীগড়, নাল, ফালোদি, উত্তৰলাই আৰু ভূজসহ কেইবাটাও সামৰিক লক্ষ্যবস্তুত আক্ৰমণ চলোৱাৰ চেষ্টা কৰে৷

ইণ্টিগ্ৰেটেড কাউণ্টাৰ ইউ এ এছ গ্ৰিড আৰু এয়াৰ ডিফেন্স চিষ্টেম দি সেই চেষ্টা ব্যৰ্থ কৰে ভাৰতীয় সেনাবাহিনীয়ে৷ উদ্ধাৰ হোৱা ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষেই পাকিস্তানী আক্ৰমণৰ প্ৰমাণ৷ অন্যহাতে জম্মু আৰু কাশ্মীৰৰ কুপৱাৰা, বাবামূলা, উৰি, পুঞ্চ, মেন্ধাৰ আৰু ৰাজৌৰি চেক্টৰত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ মৰ্টাৰ আৰু ভাৰী কেলিবাৰ আৰ্টিলাৰী ব্যৱহাৰ কৰি পাকিস্তানে গুলি বৰ্ষণ কৰা বুলি ভাৰতে দাবী কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

June 24, 2026
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

June 24, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

June 24, 2026
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!
জীৱনশৈলী

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

June 24, 2026
Next Post
সঠিক লক্ষ্য বিচাৰি নিশব্দে আক্ৰমণ, ধৰা নপৰে ৰেডাৰতো! ইজৰাইলী ড্ৰোণেৰে ভাৰতে শেষ কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম HQ-9

সঠিক লক্ষ্য বিচাৰি নিশব্দে আক্ৰমণ, ধৰা নপৰে ৰেডাৰতো! ইজৰাইলী ড্ৰোণেৰে ভাৰতে শেষ কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম HQ-9

কেন্দ্ৰৰ নিৰ্দেশনা! পাকিস্তানৰ কোনো ৱেবচিৰিজ, চিনেমা, গান ভাৰতৰ অটিটি প্লেটফৰ্মত থাকিব নোৱাৰিব, OTT প্লেটফৰ্মসমূহলৈ কি কি নিৰ্দেশ?

কেন্দ্ৰৰ নিৰ্দেশনা! পাকিস্তানৰ কোনো ৱেবচিৰিজ, চিনেমা, গান ভাৰতৰ অটিটি প্লেটফৰ্মত থাকিব নোৱাৰিব, OTT প্লেটফৰ্মসমূহলৈ কি কি নিৰ্দেশ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.