• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘যুদ্ধবিৰতিত ৰাজি হৈছে ভাৰত আৰু পাকিস্তান!’ দুই পক্ষৰ বাস্তৱজ্ঞানক স্বাগত জনাই কি কৈছে ডোনাল্ড ট্ৰাম্পে?

10 months ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

36 minutes ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

1 hour ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

2 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

3 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

5 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘যুদ্ধবিৰতিত ৰাজি হৈছে ভাৰত আৰু পাকিস্তান!’ দুই পক্ষৰ বাস্তৱজ্ঞানক স্বাগত জনাই কি কৈছে ডোনাল্ড ট্ৰাম্পে?

‘যুদ্ধবিৰতিত ৰাজি হৈছে ভাৰত আৰু পাকিস্তান!’ দুই পক্ষৰ বাস্তৱজ্ঞানক স্বাগত জনাই কি কৈছে ডোনাল্ড ট্ৰাম্পে?

editor by editor
May 10, 2025
in জীৱনশৈলী
0
‘যুদ্ধবিৰতিত ৰাজি হৈছে ভাৰত আৰু পাকিস্তান!’ দুই পক্ষৰ বাস্তৱজ্ঞানক স্বাগত জনাই কি কৈছে ডোনাল্ড ট্ৰাম্পে?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অবিলম্বে পূৰ্ণাংগ যুদ্ধবিৰতিত ৰাজি হৈছে ভাৰত আৰু পাকিস্তান৷ শনিবাৰে এই দাবী কৰিলে মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷ নিজৰ সামাজিকমাধ্যমত ট্ৰাম্পে লিখিছে, ‘আমেৰিকাৰ মধ্যস্থতাতেই দীৰ্ঘ আলোচনাৰ পাছত আমি আনন্দৰ সৈতে ঘোষণা কৰিছো যে ভাৰত আৰু পাকিস্তানে অবিলম্বে পূৰ্ণ যুদ্ধবিৰতিত সন্মত হৈছে৷’

ইয়াৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক নেতৃত্বক স্বাগত জনাই ট্ৰাম্পৰ মন্তব্য, ‘বাস্তৱজ্ঞান আৰু অসাধাৰণ বুদ্ধিমত্তাৰ সদ্ব্যৱহাৰ কৰাৰ বাবেই দুই দেশক অভিনন্দন৷ এই যুদ্ধবিৰতিত মনোযোগ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ৷! পাক উপপ্ৰধানমন্ত্ৰী তথা বিদেশমন্ত্ৰী মহম্মদ ইছাক দাৰেও যুদ্ধবিৰতি মনোযোগ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ!’ পাক উপপ্ৰধানমন্ত্ৰী তথা বিদেশমন্ত্ৰী মহম্মদ ইছাকে দাৰেও যুদ্ধবিৰতিক লৈ নতুন দিল্লী-ইছলামাবাদে ঐক্যমতৰ কথা জনাইছে৷

মাৰ্কিন বিদেশমন্ত্ৰী মাৰ্কো ৰুবিয়ো শনিবাৰে যুদ্ধবিৰতিৰ কথা জনাই এক্সত লিখিছে, ‘ভান্স মাৰ্কিন ভাইছ প্ৰেছিডেণ্ট আৰু আমি বিগত ৪৮ ঘণ্টা ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰিফ, ভাৰতীয় বিদেশমন্ত্ৰী এছ জয়শংকৰ, পাক সেনাপ্ৰধান আসিম মুনিৰ আৰু ভাৰতৰ জাতীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু আছিল মালিকসহ ঊৰ্ধতন ভাৰতীয় আৰু পাকিস্তানী কৰ্মকৰ্তাসকলৰ সৈতে কথা পাতিছো৷’ তাৰেই পৰিণতিত সংঘৰ্ষবিৰতি হৈছে বুলি জনাইছে তেওঁ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?
জীৱনশৈলী

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

March 10, 2026
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?
জীৱনশৈলী

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

March 10, 2026
Next Post
যুদ্ধবিৰতি হ’লেও ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় আৰু আপোচহীন অৱস্থান সদায়ে একেদৰেই থাকিবঃ বিদেশমন্ত্ৰী এছ জয়শংকৰ

ভাৰতৰ প্ৰত্যাক্ৰমণত কি কি ক্ষতি হৈছে পাকিস্তানৰ, যুদ্ধবিৰতি ঘোষণাৰ পাছতেই হিচাপ দিলে ভাৰতীয় সেনাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন