• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিষ নোহোৱা সাপৰ লেখীয়া পাকিস্তানৰ সাহস! ভাৰতক দিলে ধমকি- এইবাৰ আক্ৰমণ ক্ৰুৰ হ’ব

বিষ নোহোৱা সাপৰ লেখীয়া পাকিস্তানৰ সাহস! ভাৰতক দিলে ধমকি- এইবাৰ আক্ৰমণ ক্ৰুৰ হ’ব

1 year ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

সন্তান সুখৰ বাবে কেনেকৈ কৰিব শিৱৰ আৰাধনা? জানক নিয়ম

7 minutes ago
কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

2 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

3 hours ago
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

3 hours ago
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

4 hours ago
মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

4 hours ago
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

6 hours ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

20 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

21 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

22 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিষ নোহোৱা সাপৰ লেখীয়া পাকিস্তানৰ সাহস! ভাৰতক দিলে ধমকি- এইবাৰ আক্ৰমণ ক্ৰুৰ হ’ব

editor by editor
May 16, 2025
in বিশ্ব, ৰাজনীতি
0
বিষ নোহোৱা সাপৰ লেখীয়া পাকিস্তানৰ সাহস! ভাৰতক দিলে ধমকি- এইবাৰ আক্ৰমণ ক্ৰুৰ হ’ব
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিষ নোহোৱা সাপৰ লেখীয়া পাকিস্তানৰ সাহস! ভাৰতক দিলে ধমকি- এইবাৰ আক্ৰমণ ক্ৰুৰ হ’ব

অসমীয়াত এষাৰ কথা আছে, ঢোঁৰা সাপৰ ফুচফুচনিয়ে সাৰ। যাৰ অৰ্থ ঢোঁৰা সাপৰ কোনো বিহ নাথাকে কিন্তু ফুচফুচনি অধিক থাকে। ভাৰতৰ সমুখত এতিয়া তেনেই অৱস্থা হৈছে পাকিস্তানৰ। প্ৰতিটো ক্ষেত্ৰতে হাৰিলেও ফুচফুচনি এৰি দিয়া নাই পাকিস্তানে।

এইবাৰ পুনৰ ভাৰতক দিলে ধমকি। ভাৰতে যদি পুনৰ আক্ৰমণ কৰে, তেন্তে পাকিস্তানৰ উত্তৰ এইবাৰ কঠোৰ হব। আক্ৰমণ ক্ৰুৰ হব বুলি মন্তব্য পাক আন্তঃসেৱা জনসংযোগৰ সঞ্চালক প্ৰধান জেনেৰেল আহমেদ শ্বৰীফ চৌধাৰীৰ।

এক সাক্ষাৎকাৰ আহমেদ শ্বৰীফ চৌধুৰীয়ে কয়- যুদ্ধবিৰতিৰ এই সময়ত যদি ভাৰতে নিয়ম ভংগ কৰে তেন্তে পাকিস্তানৰ সঁহাৰি নিষ্ঠুৰ হ’ব।

আহমেদ শ্বৰীফ চৌধুৰীয়ে কয় যে আমাৰ সীমান্তত প্ৰৱেশ কৰি দেশৰ অখণ্ডতাৰ লগত খেলা-ধূলা কৰা যিকোনো ব্যক্তিক উপযুক্ত উত্তৰ দিয়া হ’ব আৰু ই অত্যন্ত নিষ্ঠুৰ হ’ব। চৌধুৰীৰ পূৰ্বে বহু পাকিস্তানী সেনা বিষয়াই ভাৰতক ভাবুকি দিছিল। পাকিস্তানৰ নেতাসকলে ভাৰতক পাৰমাণৱিক বোমাৰো ভাবুকি দিছে।

কিন্তু এতিয়ালৈকে হোৱা আক্ৰমণত পাকিস্তানে ভাৰতৰ কোনো ক্ষতি কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে পেহেলগাম আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ ওপৰত লৈছে এটাৰ পাছত আন এটা প্ৰতিশোধ। ভাৰতৰ এই আক্ৰমণৰ নিহত হৈছে পাকিস্তানৰ ১০০ৰো অধিক সন্ত্ৰাসবাদী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India PakistanPak army
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

May 27, 2026
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

May 27, 2026
Next Post
ভাৰতত বিনিয়োগ কৰি থাকিব এপলে, পৰিকল্পনাৰ কোনো পৰিৱৰ্তন নাই- ট্ৰাম্পক চিধা উত্তৰ

ভাৰতত বিনিয়োগ কৰি থাকিব এপলে, পৰিকল্পনাৰ কোনো পৰিৱৰ্তন নাই- ট্ৰাম্পক চিধা উত্তৰ

অভিনেতা ছেইফৰ ৩ ঠাইৰ সম্পত্তিৰ পাকিস্তান কানেকচন, এতিয়া হ’ব একচন

অভিনেতা ছেইফৰ ৩ ঠাইৰ সম্পত্তিৰ পাকিস্তান কানেকচন, এতিয়া হ'ব একচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.