• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়া ঘোষণা হ’ব ভাৰতীয় ষ্টেট ক্ৰিকেট দলৰ অধিনায়কৰ নাম, গৌতম গম্ভীৰে কৰিলে সদৰি

কেতিয়া ঘোষণা হ’ব ভাৰতীয় ষ্টেট ক্ৰিকেট দলৰ অধিনায়কৰ নাম, গৌতম গম্ভীৰে কৰিলে সদৰি

1 year ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

25 minutes ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

42 minutes ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

1 hour ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

1 hour ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

2 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

3 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

4 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

5 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

6 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কেতিয়া ঘোষণা হ’ব ভাৰতীয় ষ্টেট ক্ৰিকেট দলৰ অধিনায়কৰ নাম, গৌতম গম্ভীৰে কৰিলে সদৰি

editor by editor
May 21, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কেতিয়া ঘোষণা হ’ব ভাৰতীয় ষ্টেট ক্ৰিকেট দলৰ অধিনায়কৰ নাম, গৌতম গম্ভীৰে কৰিলে সদৰি
0
SHARES
249
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেতিয়া ঘোষণা হ’ব ভাৰতীয় ষ্টেট ক্ৰিকেট দলৰ অধিনায়কৰ নাম, গৌতম গম্ভীৰে কৰিলে সদৰি

হিটমেন ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত টিম ইণ্ডিয়াৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্নটো আছিল নতুন অধিনায়কক লৈ। কোন হব পৰৱৰ্তী ভাৰতীয় ষ্টেট দলৰ অধিনায়ক! বহুতৰে মনত আছিল কেইবাটাও নাম। কিন্তু তথাপি জল্পনা কল্পনা।

এতিয়া অধিনায়কৰ নাম ঘোষণাৰ তাৰিখ সদৰি হৈছে। নতুন টেষ্ট অধিনায়কৰ নামক লৈ এতিয়া কৌতুহলবোৰ পৰিষ্কাৰ হ’বলৈ গৈ আছে।

গৌতম গম্ভীৰ আৰু অজিত আগৰকাৰে যৌথভাৱে ঘোষণা কৰিব নতুন টেষ্ট অধিনায়কৰ নাম। টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক তথা মুখ্য নিৰ্বাচকে সংবাদ মাধ্যমক সম্বোধন কৰাৰ লগতে নতুন অধিনায়কৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰ দিব।

অহা ২৪ মে’ শনিবাৰে ভাৰতৰ নতুন টেষ্ট অধিনায়কৰ নাম প্ৰকাশ পাব।এতিয়ালৈকে যিসকল খেলুৱৈক অধিনায়ক হিচাপে নিৰ্বাচন কৰাৰ চৰ্চা চলি আছে, তাৰ ভিতৰত শুভমন গিলৰ নাম শীৰ্ষত। শুভমনৰ উপৰি কে এল ৰাহুল, ঋষভ পন্ত আৰু জশপ্ৰিত বুমৰাহৰো নাম বিবেচনা কৰা হৈছে। এতিয়া ২৪ তাৰিখলৈ অপেক্ষা সকলোৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Idnian CricketIndian captainIndian test CricketTest Cricket Captain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?
বিনোদন

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

July 16, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড
ভাৰত

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

July 16, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
Next Post
ভৰি পৰিব খালী জোলোঙা, পূৰণ হ’ব আধৰুৱা সপোন, শনিয়ে কৰিব কৃপা

ভৰি পৰিব খালী জোলোঙা, পূৰণ হ'ব আধৰুৱা সপোন, শনিয়ে কৰিব কৃপা

হেৰা ফেৰী ৩ৰ পূৰ্বে পৰেশ ৰাৱালে নাকচ কৰিছিল অক্ষয় কুমাৰৰ আন এখন ছবিয়ো, যিয়ে উপাৰ্জন কৰিছিল ২২০ কোটি

হেৰা ফেৰী ৩ৰ পূৰ্বে পৰেশ ৰাৱালে নাকচ কৰিছিল অক্ষয় কুমাৰৰ আন এখন ছবিয়ো, যিয়ে উপাৰ্জন কৰিছিল ২২০ কোটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.