• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেৰা ফেৰী ৩ৰ পূৰ্বে পৰেশ ৰাৱালে নাকচ কৰিছিল অক্ষয় কুমাৰৰ আন এখন ছবিয়ো, যিয়ে উপাৰ্জন কৰিছিল ২২০ কোটি

হেৰা ফেৰী ৩ৰ পূৰ্বে পৰেশ ৰাৱালে নাকচ কৰিছিল অক্ষয় কুমাৰৰ আন এখন ছবিয়ো, যিয়ে উপাৰ্জন কৰিছিল ২২০ কোটি

1 year ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

9 minutes ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

1 hour ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

2 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

14 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

15 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

15 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

16 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

18 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

18 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

19 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

19 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

হেৰা ফেৰী ৩ৰ পূৰ্বে পৰেশ ৰাৱালে নাকচ কৰিছিল অক্ষয় কুমাৰৰ আন এখন ছবিয়ো, যিয়ে উপাৰ্জন কৰিছিল ২২০ কোটি

editor by editor
May 21, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
হেৰা ফেৰী ৩ৰ পূৰ্বে পৰেশ ৰাৱালে নাকচ কৰিছিল অক্ষয় কুমাৰৰ আন এখন ছবিয়ো, যিয়ে উপাৰ্জন কৰিছিল ২২০ কোটি
0
SHARES
356
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হেৰা ফেৰী ৩ৰ পূৰ্বে পৰেশ ৰাৱালে নাকচ কৰিছিল অক্ষয় কুমাৰৰ আন এখন ছবিয়ো, যিয়ে উপাৰ্জন কৰিছিল ২২০ কোটি

হেৰা ফেৰী ৩ৰ পৰা এদিনৰ শ্বুটিং কৰাৰ পাছতো হঠাতে পৰেশ ৰাৱালৰ প্ৰস্থানে সকলোকে স্তম্ভিত কৰি তুলিছে। বাবু ভাইয়া অবিহনে হেৰা ফেৰী আধৰুৱা হৈ ৰব বুলিয়ো অনুৰাগীসকল চিন্তিত হৈ পৰিছে।

কিন্তু অক্ষয় কুমাৰ অভিনীত ছবিত কাম কৰিবলৈ অস্বীকাৰ কৰা পৰেশ ৰাৱালৰ এইয়ে প্ৰথম নহয়। ইয়াৰ পূৰ্বেও পৰেশ ৰাৱালে এখন ছবি নাকচ কৰিছিল। অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱালে একেলগে কাম কৰিছিল OMG ত। কিন্তু ইয়াৰ ছিকুৱেল ছবিত পৰেশ ৰাৱালে কাম কৰিবলৈ অস্বীকাৰ কৰে।

পাছলৈ সেই ছবিত কাম কৰিছিল পংকজ ত্ৰিপাঠীয়ে। পিছত পৰেশ ৰাৱালে এই ছবি নাকচ কৰা সন্দৰ্ভত কৈছিল যে, চিত্ৰনাট্য পছন্দ হোৱা নাছিল, সেয়েহে ছবিখন কৰা নাছিল। অৱশ্যে বিশ্বব্যাপী বক্স অফিচত অ’এমজি ২য়ে ২২০ কোটি টকা উপাৰ্জন কৰিছিল।

এতিয়া পৰেশ ৰাৱালে হেৰা ফেৰী ৩ এৰি যোৱাৰ পিছত পুনৰ বিতৰ্ক আৰম্ভ হৈছে। হেৰা ফেৰী ৩ৰ পৰা পৰেশ ৰাৱালৰ প্ৰস্থানত অক্ষয় কুমাৰ, সুনীল শেট্টী আৰু প্ৰডাকচন হাউচ বিচলিত হৈ পৰিছে। যিহেতু অক্ষয় কুমাৰে ছবিখন প্ৰযোজনা কৰি আছে, সেয়েহে তেওঁ লোকচানৰ সন্মুখিন হোৱা বাবে পৰেশ ৰাৱাললৈ ২৫ কোটি টকা ক্ষতিপূৰণৰ বাবে আইনী জাননী প্ৰেৰণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akshay kumarHera PgeriIndian MovieMovie IndustryOMG 2 iParesh Rawal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

July 27, 2026
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক
বাণিজ্য

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

July 27, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

July 27, 2026
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!
জীৱনশৈলী

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

July 26, 2026
Next Post
অমিতাভক চেৰ পেলাই অধিক মাননি লোৱা অভিনেতাই পাছে বলীউডক দিলে মাথো ৩খন চিনেমা, তাকো ফ্লপ

অমিতাভক চেৰ পেলাই অধিক মাননি লোৱা অভিনেতাই পাছে বলীউডক দিলে মাথো ৩খন চিনেমা, তাকো ফ্লপ

এতিয়া বিভিন্ন কাৰণত উলিয়াব পাৰিব PFৰ টকা, জানক সকলো নিয়ম

এতিয়া বিভিন্ন কাৰণত উলিয়াব পাৰিব PFৰ টকা, জানক সকলো নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.