• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল

শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল

1 year ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

20 minutes ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

1 hour ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

2 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

2 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল

শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল

editor by editor
May 26, 2025
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল
0
SHARES
797
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সময়ত স্বাস্থ্য সচেতনতা বৃদ্ধিৰ সৈতে বিভিন্ন ফলমূলৰ পুষ্টিগুণকল লৈয়ো আগ্ৰহ বাঢ়িছে। এনে এক পুষ্টিকৰ ফল হৈছে কিউই। সেঁউজীয়া ৰঙৰ কলা বীজৰ এই ফলবিধ কেৱল দেখিবলৈকে আকৰ্ষণীয় নহয়, স্বাস্থ্যৰ বাবেও বহু উপকাৰী।

১. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

কিউই ফলবিধ ভিটামিন চিৰ এক চমৎকাৰ উৎস। ভিটামিন চিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই শ্বেত ৰক্তকণিকাৰ কাৰ্যকাৰিতা বৃদ্ধি কৰে, যিয়ে শৰীৰক বিভিন্ন সংক্ৰমণ আৰু অসুস্থতাৰ পৰা ৰক্ষা কৰে। বিশেষকৈ ঋতু সলনিৰ সময়ত প্ৰাদূৰ্ভাৱ ঘটা ফ্লুৰ বিৰুদ্ধেও যুঁজ কৰিব পাৰে। নিয়মিত কিউই গ্ৰহণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাক শক্তিশালী কৰে।

২. হজম শক্তি উন্নত কৰে

কিউইত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু আঁহ থাকে, যিয়ে হজম প্ৰক্ৰিয়াক স্বাভাৱিক ৰখাত সহায় কৰে। ইয়াৰ মাজত থকা একটিনিডিন নামক এবিধ এনজাইম প্ৰটিনে পৰিপাকত সহায় কৰে। ফলত কোষ্ঠকাঠিন্য়ৰ দৰে সমস্যা দূৰ হয় আৰু অন্ত্ৰৰ স্বাস্থ্য ভালে থাকে। নিয়মিত কিউই খালে হজম সংক্ৰান্তিয় অস্বস্তিৰ পৰা মুক্তি পোৱা যায়।

৩. হৃদযন্ত্ৰৰ সুৰক্ষাৰ সহায়ক

গৱেষণাত দেখা গৈছে কিউই ফল হৃদযন্ত্ৰৰ বাবেও উপকাৰী। ইয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰোপৰি কিউইৰ এণ্টিঅক্সিডেণ্ট উপাদানসমূহে তেজৰ ক্ষতিকাৰক কলষ্টেৰলৰ মাত্ৰা কমোৱা আৰু ৰক্তনলীৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ফলত হৃদৰোগৰ আশংকা কমি যায়।

৪. ছাল আৰু দৃষ্টিশক্তিৰ উন্নতি

ভিটামিন চি আৰু ভিটামিন ই সহ বিভিন্ন এণ্টিঅক্সিডেণ্টেৰে ভৰপুৰ হোৱাৰ বাবে কিউই ফল ছালৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। এই উপাদানসমূহে ছালৰ কোষক ফ্ৰি ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু বয়সৰ চাপ কমোৱাত সহায় কৰে। ইয়াৰোপৰি কিউইত লুটেইন আৰু জিয়াজেনথিনৰ দৰে উপাদান থাকে, যিয়ে চকুৰ স্বাস্থ্য ৰক্ষা কৰে আৰু বয়সজনিত দৃষ্টিশক্তি হ্ৰাসৰ সম্ভাৱনা কমায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
Next Post
মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম

মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম

আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.