• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল

শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল

1 year ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

14 minutes ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

31 minutes ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

1 hour ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

2 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

2 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

4 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

4 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

6 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

6 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

7 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল

শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল

editor by editor
May 26, 2025
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল
0
SHARES
800
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সময়ত স্বাস্থ্য সচেতনতা বৃদ্ধিৰ সৈতে বিভিন্ন ফলমূলৰ পুষ্টিগুণকল লৈয়ো আগ্ৰহ বাঢ়িছে। এনে এক পুষ্টিকৰ ফল হৈছে কিউই। সেঁউজীয়া ৰঙৰ কলা বীজৰ এই ফলবিধ কেৱল দেখিবলৈকে আকৰ্ষণীয় নহয়, স্বাস্থ্যৰ বাবেও বহু উপকাৰী।

১. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

কিউই ফলবিধ ভিটামিন চিৰ এক চমৎকাৰ উৎস। ভিটামিন চিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই শ্বেত ৰক্তকণিকাৰ কাৰ্যকাৰিতা বৃদ্ধি কৰে, যিয়ে শৰীৰক বিভিন্ন সংক্ৰমণ আৰু অসুস্থতাৰ পৰা ৰক্ষা কৰে। বিশেষকৈ ঋতু সলনিৰ সময়ত প্ৰাদূৰ্ভাৱ ঘটা ফ্লুৰ বিৰুদ্ধেও যুঁজ কৰিব পাৰে। নিয়মিত কিউই গ্ৰহণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাক শক্তিশালী কৰে।

২. হজম শক্তি উন্নত কৰে

কিউইত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু আঁহ থাকে, যিয়ে হজম প্ৰক্ৰিয়াক স্বাভাৱিক ৰখাত সহায় কৰে। ইয়াৰ মাজত থকা একটিনিডিন নামক এবিধ এনজাইম প্ৰটিনে পৰিপাকত সহায় কৰে। ফলত কোষ্ঠকাঠিন্য়ৰ দৰে সমস্যা দূৰ হয় আৰু অন্ত্ৰৰ স্বাস্থ্য ভালে থাকে। নিয়মিত কিউই খালে হজম সংক্ৰান্তিয় অস্বস্তিৰ পৰা মুক্তি পোৱা যায়।

৩. হৃদযন্ত্ৰৰ সুৰক্ষাৰ সহায়ক

গৱেষণাত দেখা গৈছে কিউই ফল হৃদযন্ত্ৰৰ বাবেও উপকাৰী। ইয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰোপৰি কিউইৰ এণ্টিঅক্সিডেণ্ট উপাদানসমূহে তেজৰ ক্ষতিকাৰক কলষ্টেৰলৰ মাত্ৰা কমোৱা আৰু ৰক্তনলীৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ফলত হৃদৰোগৰ আশংকা কমি যায়।

৪. ছাল আৰু দৃষ্টিশক্তিৰ উন্নতি

ভিটামিন চি আৰু ভিটামিন ই সহ বিভিন্ন এণ্টিঅক্সিডেণ্টেৰে ভৰপুৰ হোৱাৰ বাবে কিউই ফল ছালৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। এই উপাদানসমূহে ছালৰ কোষক ফ্ৰি ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু বয়সৰ চাপ কমোৱাত সহায় কৰে। ইয়াৰোপৰি কিউইত লুটেইন আৰু জিয়াজেনথিনৰ দৰে উপাদান থাকে, যিয়ে চকুৰ স্বাস্থ্য ৰক্ষা কৰে আৰু বয়সজনিত দৃষ্টিশক্তি হ্ৰাসৰ সম্ভাৱনা কমায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!
ভাৰত

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

October 25, 2026
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?
জীৱনশৈলী

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

October 25, 2026
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ
জীৱনশৈলী

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

October 25, 2026
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ
জীৱনশৈলী

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

October 25, 2026
Next Post
মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম

মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম

আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.