• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা

অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা

1 year ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

46 minutes ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

1 hour ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

2 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

2 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

3 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

4 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

4 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

6 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

6 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

7 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

8 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা

অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা

editor by editor
May 28, 2025
in জীৱনশৈলী
0
অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত চৰকাৰে দেশজুৰি লাখ লাখ মানুহৰ উপকাৰৰ বাবে কেইবাটাও প্ৰকল্প আৰম্ভ কৰিছে৷ বিভিন্ন চাহিদা পূৰণৰ কথা বিবেচনা কৰি এইসমূহ প্ৰকল্পৰ মাধ্যমেৰে চৰকাৰে আৰ্থিক সহায়তা, পেঞ্চন আৰু অন্যান্য প্ৰয়োজনীয় পৰিসেৱা প্ৰদান কৰে৷ বহু মানুহৰ বিশেষকৈ অসংগঠিত ক্ষেত্ৰত কৰ্মৰত সকলৰ বাবে সকলোতকৈ ডাঙৰ উদ্বেগৰ বিষয়টো হৈছে অৱসৰ গ্ৰহণৰ পাছৰ আৰ্থিক সুৰক্ষা৷

এই ধৰণৰ ব্যক্তিক সহায় কৰাৰ বাবে চৰকাৰে এটা কম মূল্যৰ পেঞ্চন প্ৰকল্প আৰম্ভ কৰিছে৷ এই প্ৰকল্পৰ অধীনত প্ৰতিমাহে মাত্ৰ ৫৫ টকা সঞ্চয় কৰিলে অৱসৰকালত ৩০০০ টকা মাহিলী পেঞ্চন পোৱা সম্ভৱ৷

প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা

চৰকাৰী এই প্ৰকল্পৰ নাম প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা৷ অৱসৰগ্ৰহণৰ পাছত যিসকলে কোনো আৰ্থিক সুৰক্ষা লাভ নকৰে তেওঁলোকৰ বাবে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে৷ অৰ্থাৎ অসংগঠিত ক্ষেত্ৰত শ্ৰমিকৰ বাবে এই প্ৰকল্প তৈয়াৰ কৰা হৈছে৷ তেওঁলোকৰ কৰ্মজীৱনত প্ৰতি মাহে মাত্ৰ ৫৫ টকা সংৰক্ষণৰ বিনিময়ত অৱসৰ গ্ৰহণৰ পাছত মাহিলী ৩০০০ টকাকৈ পেঞ্চন লাভ কৰিব পাৰে৷ এই উদ্যোগে নিশ্চিত কৰে যে কম আয়ৰ লোকেও খুব বেছি আৰ্থিক বোজা অবিহনেই তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰে৷

এই প্ৰকল্পৰ পৰা কোন কোন উপকৃত হ’ব পাৰে?

প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা বিশেষভাৱে অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকৰ বাবে তৈয়াৰী৷ ইয়াৰ মাজত আছে

বৰ্জ্য সংগ্ৰহকাৰী

লণ্ড্ৰী শ্ৰমিক

ৰিক্সা চালক

চামড়া শ্ৰমিক

ইটা ভাটাৰ শ্ৰমিক

গৃহস্থালিৰ শ্ৰমিক

নিৰ্মাণ শ্ৰমিক

এই প্ৰকল্পৰ সকলোতকৈ ডাঙৰ সুবিধাসমূহৰ মাজত এটা হৈছে যদি কোনো শ্ৰমিকে প্ৰতিমাহে ২০০ টকা জমা কৰে তেন্তে কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট শ্ৰমিকৰ পেনছন তহবিলত ২০০ টকা জমা কৰিব৷ অৰ্থাৎ এজন শ্ৰমিকে পেঞ্চন তহবিলত যিমান টকা জমাব সিমান পৰিমানৰ টকাই চৰকাৰেও সেই একাউণ্টত দিব৷

কেতিয়া খুলিব পাৰে এই একাউণ্ট

শ্ৰমিকে ১৮ বছৰ বয়সৰ পৰা এই প্ৰকল্পত বিনিয়োগ কৰা আৰম্ভ কৰিব পাৰে৷

যদি ১৮ বছৰ বয়সৰ পৰা আৰম্ভ কৰে তেন্তে তেওঁলোকে প্ৰতিমাহে মাত্ৰ ৫৫ টকাৰ পৰাই এই একাউণ্ট খুলিব পাৰে৷

যদি ২৯ বছৰ বয়সৰ পৰা আৰম্ভ কৰে তেন্তে তেওঁলোকে মাহিলী ১০০ টকাকৈ জমা দিব লাগিব৷

অৱসৰ গ্ৰহণৰ পাছত কোন শ্ৰমিকে কিমান পৰিমাণৰ পেঞ্চন পাব সেয়া নিৰ্ভৰ কৰিব শ্ৰমিকে কিমান টকা পেঞ্চন তহবিলত জমা কৰিছে তাৰ ওপৰত৷ এই প্ৰকল্পটো নিম্ন আয়ৰ কৰ্মীৰ বাবে নূন্যতম বিনিয়োগ আৰু চৰকাৰী সহায়তাৰ মাধ্যমেৰে অৱসৰ কালত আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ এক চমকপ্ৰদ প্ৰকল্প৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
Next Post
বিবাহিত পুৰুষ অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

গৰমত শীতল পানীয় খাইছেনে? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

গৰমত শীতল পানীয় খাইছেনে? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.