বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত মানি প্লাণ্ট ৰখা অত্যন্ত শুভ। ঘৰত মানি প্লাণ্ট ৰাখিলে সংসাৰত আৰ্থিক সমৃদ্ধিৰ সহায়ক বুলি ধাৰণা কৰা হয়। মানি প্লাণ্টে তাৰ চাৰিওফালে পজিটিভ এনাৰ্জিৰ বাতাবৰণ তৈয়াৰ কৰে। ঘৰত মানি প্লাণ্ট ৰখাৰ সময়ত অৱশ্যে কেইটামান ভুল কৰিলে হিতে বিপৰীত হয়। বাস্তু বিশেষজ্ঞই কয় যে ভুল স্থানত মানি প্লাণ্ট ৰাখিলে লাভৰ সলনি ক্ষতিহে হয়। মনত ৰাখিব মানি প্লাণ্ট ৰখাৰ সময়ত যদি এই ভূলসমূহ কৰে তেন্তে আপোনাৰ সংসাৰত সকলো সময়তে আৰ্থিক অনাটন থাকিবই। জানি থওক মানি প্লাণ্ট ৰখাৰ সঠিক দিশ বাস্তুশাস্ত্ৰমতে কোনটো?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















