• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টকাৰ পাহাৰত শুব আপুনি, চন্দ্ৰ আজি কন্যাত আছে, গজকেশৰী যোগত কঁপাল ফুলিব ৫ৰাশিৰ

টকাৰ পাহাৰত শুব আপুনি, চন্দ্ৰ আজি কন্যাত আছে, গজকেশৰী যোগত কঁপাল ফুলিব ৫ৰাশিৰ

12 months ago
অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

4 minutes ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

42 minutes ago
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

1 hour ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি ভাগ্যই সহায় কৰিব ৪ ৰাশিক, জানক কেনে যাব আপোনাৰ দিনটো

1 hour ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

11 hours ago
ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

11 hours ago
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

12 hours ago
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

12 hours ago
উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

13 hours ago
৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

13 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ কৃপা, ভাগ্যৰ সহায় পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ কৃপা, ভাগ্যৰ সহায় পাব এই ৫ৰাশিয়ে

14 hours ago
সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টকাৰ পাহাৰত শুব আপুনি, চন্দ্ৰ আজি কন্যাত আছে, গজকেশৰী যোগত কঁপাল ফুলিব ৫ৰাশিৰ

টকাৰ পাহাৰত শুব আপুনি, চন্দ্ৰ আজি কন্যাত আছে, গজকেশৰী যোগত কঁপাল ফুলিব ৫ৰাশিৰ

editor by editor
June 4, 2025
in জীৱনশৈলী
0
টকাৰ পাহাৰত শুব আপুনি, চন্দ্ৰ আজি কন্যাত আছে, গজকেশৰী যোগত কঁপাল ফুলিব ৫ৰাশিৰ
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
৪ জুন বুধবাৰে চন্দ্ৰই কন্যা ৰাশিত গমন কৰিব, যাৰ অধিপতি গ্ৰহ বুধ৷ আজি বুধবাৰ হোৱাৰ বাবে দিনজুৰি বুধৰ প্রভাৱ আছে৷ আজি বুধে বৃষ ৰাশিত উপস্থিত সূৰ্যৰ সৈতে সংযোগ স্থাপন কৰিব৷ যিয়ে বুধাদিত্য যোগৰ এক শুভ মিলন তৈয়াৰ কৰিছে৷ ইয়াৰোপৰি আজি চন্দ্ৰ আৰু বৃহস্পতি এটাই আনটোৰ কেন্দ্ৰত অৱস্থান গ্ৰহণে গজকেশৰী যোগৰ এক চমৎকাৰ মিলন তৈয়াৰ কৰিব৷ আজি উত্তৰফাল্গুনী নক্ষত্ৰত সিদ্ধি যোগ তৈয়াৰ হব যিয়ে আজিৰ গুৰুত্ব আৰু বঢ়াই দিব৷ বৈদিক পঞ্চাঙ্গ অনুসৰি আজি জেঠৰ শুক্লা নৱমী তিথি, যাৰ কাৰণে তিথি অনুসৰি আজি মা দুৰ্গা উদ্দেশ্যে দিনটো উৎসৰ্গা কৰা হয়৷ এই পৰিস্থিতি আজি বুধবাৰে গজকেশৰী যোগ আৰু মা দুৰ্গাৰ কৃপাত মিথুনসহ ৫ ৰাশিৰ জীৱনত সৌভাগ্যৰ বাৰ্তা আহিব৷ জানি থওক আজিৰ দিনটো কোন ৫ ৰাশিৰ বাবে শুভ?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ সুবিধা পাব৷ আজি আপোনাৰ পৰিকল্পনা সফল হব৷ যিসকলে তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ চেষ্টা কৰিছে তেওঁলোকে ঋণ ইত্যাদি লাভৰ সম্ভাৱনা আছে৷ ইয়াৰোপৰি কৰ্মৰত ব্যক্তিয়েও কৰ্মক্ষেত্ৰত প্ৰত্যাশা কৰাতকৈ ভাল ফলাফল পাব৷ বিশেষকৈ আজি আপোনাৰ চিনিয়ৰৰ সৈতে আপোনাৰ সম্পৰ্ক ভালে থাকিব৷ বিৰোধীক পৰাস্ত কৰি আপুনি আগুৱাই যাব৷ আদালতত গোচৰ থাকিলে ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷ যদি আপুনি কোনো নিৰ্দিষ্ট কাম সম্পন্ন কৰিবৰ বাবে সংগ্ৰাম কৰি থাকে তেন্তে আজি আপুনি ইয়াত সাফল্য পাব পাৰে৷ আৰ্থিক দিশৰ পৰা আজি ভাল দিন৷ পৰিয়ালত সুখ আৰু শান্তি থাকিব৷ বিবাহিত জীৱন সুখী হব৷

কুম্ভ ৰাশি

কুম্ভৰ জাতক বুধবাৰে বৃহৎ পৰিবৰ্তনৰ সাক্ষী হব৷ আপুনি যদি চাকৰি পৰিবৰ্তন কৰাৰ চেষ্টা কৰি আছে তেন্তে আজি আপুনি কোনো সুসংবাদ পাব পাৰে৷ ইয়াৰোপৰি আজি আপোনাৰ ব্যৱসায়ৰ সৈতে সম্পৰ্কিত ডাঙৰ কোনো পৰিবৰ্তন দেখা পাব৷ আপুনি যিমানেই বেছি ইতিবাচক হব সিমানেই আপুনি ভাল ফল পাব৷ আজি প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, বিজ্ঞান ইত্যাদি ক্ষেত্ৰত যুক্ত ব্যক্তিয়ে অতিৰিক্ত সুবিধা পাব পাৰে৷ সম্পৰ্ক মসৃণত আটাইতকৈ ভাল দিশ হৈছে আপুনি আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব৷ সুচিন্তিত কৌশল অনুসৰি লোৱা সিদ্ধান্তই আপোনাক উপকাৰ দিব৷ ইয়াৰোপৰি আজি আপুনি পৰিয়ালৰ পৰা উত্তৰাধিকাৰ সূত্ৰে কিছু মূল্যবাণ সামগ্ৰীও পাব পাৰে৷ যাৰ কাৰণে আপোনাৰ সন্মান, দায়িত্ব আৰু সুখৰ তিনিধৰণৰ অনুভূতি মনত থাকিব৷ বিবাহিত জীৱন ভালে থাকিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ আববে আজিৰ দিনটো শুভ৷ আজি আপোনাৰ আত্মবিশ্বাস উচ্চ থাকিব৷ আপোনাপ সিদ্ধান্ত আৰু কৰ্মতো এয়া প্ৰতিফলিত হব৷ আপুনি মানসিকভাৱে দৃঢ় বোধ কৰিব৷ আপুনি কাৰোবাৰ দ্বাৰা প্ৰভাৱিত নহৈ নিজৰ সিদ্ধান্তৰে আগবাঢ়িব পাৰিব৷ আপুনি ডাঙৰ কিছু সিদ্ধান্ত লব পাৰে৷ অৰ্থ উপাৰ্জনৰ সুযোগ পাব পাৰে৷ আজি পৰিয়ালৰ পৰিবেশ অনুকূল থাকিব৷ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ সাহায্যত আপুনি অৰ্থ উপাৰ্জনৰ সুযোগ পাব পাৰে৷ আজিৰ পৰিয়ালত অনুকূল পৰিবেশ থাকিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ আপোৱাৰ ব্যয় নিয়ন্ত্ৰণত থাকিব আৰু সঞ্চিত সম্পদ বৃদ্ধি পাব৷ ইয়াৰোপৰি আপুনি বিদেশ সম্পৰ্কিত কামত প্ৰচুৰ সাফল্য পাব পাৰে৷ অৰ্থ উপাৰ্জনৰ ব্যৱস্থা সফল হব আৰু যিসকলে বিদেশত পঢ়াশুনা কৰাৰ চেষ্টা কৰিছে তেওঁলোকে সাফল্য পাব পাৰে৷ আগন্তুক সময়ত বিদেশ ভ্ৰমণ, ভিছা, আদিৰ কামত সফল হব৷ আপোনাৰ মানসিক শান্তি অটুত থাকিব৷ আপুনি যদি আপোনাৰ স্বাস্থ্যক লৈ চিন্তিত থাকে তেন্তে আজি নিশ্চিত থাকক শৰীৰ ঠিকেই আছে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই শুভ৷ আজি আপুনি কেৰিয়াৰৰ পৰা আৰম্ভ কৰি ব্যৱসায় পৰ্যন্ত সকলোতে সাফল্য পাব৷ মা দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ নষ্ট হোৱা কাম সম্পন্ন হব৷ আপোনাৰ মন সুখী থাকিব৷ আজি আপোনাৰ ব্যক্তিত্বৰ প্ৰভাৱ সকলোৰে সন্মুখত দৃশ্যমান হব৷ আজি আপোনাৰ শক্তি আৰু নমনীয়তা উভয় গুণেই পৰিস্ফুত হব৷ আৰ্থিকভাৱে ভাল দিন কটাব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!
জীৱনশৈলী

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

May 19, 2026
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!
জীৱনশৈলী

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

May 19, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ভাগ্যই সহায় কৰিব ৪ ৰাশিক, জানক কেনে যাব আপোনাৰ দিনটো

May 19, 2026
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?
জীৱনশৈলী

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

May 18, 2026
Next Post
Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

পৰাজিত হৈয়ো দৰ্শকৰ হৃদয় জয় শ্ৰেয়াছৰ, খোল খালে ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়কত্বৰ দ্বাৰ

পৰাজিত হৈয়ো দৰ্শকৰ হৃদয় জয় শ্ৰেয়াছৰ, খোল খালে ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়কত্বৰ দ্বাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.